Home Knowledge ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকা

ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকা

0

ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকা। ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকা সম্পৰ্কে এই অসমীয়া প্ৰবন্ধত স্বাধীনতাৰ পৰা বৰ্তমানলৈকে সকলো প্ৰধানমন্ত্ৰীৰ নাম, কাৰ্যকাল আৰু গুৰুত্বপূৰ্ণ তথ্য সহজ আৰু স্পষ্ট ভাষাত উপস্থাপন কৰা হৈছে।

ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকা

ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকা

প্ৰধান মন্ত্ৰী সকলৰ নাম—— কাৰ্যকাল

জৱাহৰলাল নেহৰু —-1947 – 1964

গুলজাৰিলাল নন্দ—-1964 – 1964

লাল বাহাদুৰ শাস্ত্ৰী —-1964 – 1966

গুলজাৰিলাল নন্দ (ভাৰপ্ৰাপ্ত)—-1966 – 1966

ইন্দিৰা গান্ধী—-1966 – 1977

মোৰাৰজী দেশাই—-1977 – 1979

চৰণ সিং —-1979 – 1980

ইন্দিৰা গান্ধী—-1980 – 1984

ৰাজীৱ গান্ধী—-1984 – 1989

বিশ্বনাথ প্ৰতাপ সিং—-1989 – 1990

চন্দ্ৰ শেখৰ—-1990 – 1990

পি ভি নৰসিংহ ৰাও—-1991 – 1996

অটল বিহাৰী বাজেপয়ী—-1996 – 1996

এইচ ডি দেৱেগৌড়া—-1996 – 1997

ইন্দৰ কুমাৰ গুজৰাল—-1997 – 1998

অটল বিহাৰী বাজেপয়ী—-1998 – 2004

মনমোহন সিং—-2004 – 2014

নৰেন্দ্ৰ মোড—-2014 –

০ ০ ০

ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকা, List of the Prime Ministers of India

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here