Home Knowledge ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকা

ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকা

0

ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকা

ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকা

 

ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকা, List of the Prime Ministers of India

ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকা

প্ৰধান মন্ত্ৰী সকলৰ নাম—— কাৰ্যকাল

জৱাহৰলাল নেহৰু —-1947 – 1964

গুলজাৰিলাল নন্দ—-1964 – 1964

লাল বাহাদুৰ শাস্ত্ৰী —-1964 – 1966

গুলজাৰিলাল নন্দ (ভাৰপ্ৰাপ্ত)—-1966 – 1966

ইন্দিৰা গান্ধী—-1966 – 1977

মোৰাৰজী দেশাই—-1977 – 1979

চৰণ সিং —-1979 – 1980

ইন্দিৰা গান্ধী—-1980 – 1984

ৰাজীৱ গান্ধী—-1984 – 1989

বিশ্বনাথ প্ৰতাপ সিং—-1989 – 1990

চন্দ্ৰ শেখৰ—-1990 – 1990

পি ভি নৰসিংহ ৰাও—-1991 – 1996

অটল বিহাৰী বাজেপয়ী—-1996 – 1996

এইচ ডি দেৱেগৌড়া—-1996 – 1997

ইন্দৰ কুমাৰ গুজৰাল—-1997 – 1998

অটল বিহাৰী বাজেপয়ী—-1998 – 2004

মনমোহন সিং—-2004 – 2014

নৰেন্দ্ৰ মোড—-2014 –

০ ০ ০

ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকা, List of the Prime Ministers of India

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here