Home Ass Grammar মুফাদ্দালিয়াত । The Mufaddaliyat

মুফাদ্দালিয়াত । The Mufaddaliyat

0

মুফাদ্দালিয়াত । The Mufaddaliyat

মুফাদ্দালিয়াত । The Mufaddaliyat

মুফাদ্দালিয়াত

মুফাদ্দালিয়াত । The Mufaddaliyat

প্ৰাক-ইছলামী যুগৰ কবিতাৰ আন এক বিখ্যাত সংকলন হৈছে মুফাদ্দালিয়াত। এইখন সংকলন কৰে মুফাদ্দাল আল-দাববী নামৰ এজন লোকে। খ্ৰীষ্টীয় অষ্টম শতিকাত খলিফা আল-মনছুৰৰ নিৰ্দেশমৰ্মে পুথিখন সংকলন কৰা হয়। গ্ৰন্থখনত ৬৭ জন কবিৰ ১২৮ টা কবিতাই স্থান পাইছে। ইয়াৰ ৪৭ জন কবি প্ৰাক-ইছলামী আৰু ইছলামী উভয় যুগৰ। ১৮৮৫ চনত গ্ৰন্থখনৰ এক-তৃতীয়াংশ মি. থৰবেক নামৰ এজন লোকে টোকা আৰু ব্যাখ্যাৰ সৈতে ইংৰাজী অনুবাদ প্ৰকাশ কৰে। ০ ০ ০.

.

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Additional Searches:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here