আপুনি যদি ‘বিশ্বৰ উচ্চতম-কুইজ ‘ বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । ইয়াত বিশ্বৰ উচ্চতম-কুইজবোৰ বিভিন্ন উৎসৰ পৰা আমি সংগ্রহ কৰিছোঁ আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ পাঠকসমাজে কুইজবোৰ ভাল পাব ।
বিশ্বৰ উচ্চতম-কুইজ
বিশ্বৰ উচ্চতম-কুইজ
প্ৰঃ বিশ্বৰ উচ্চতম টাৱাৰ কোনখন?
উঃ চি এন টাৱাৰ, কানাডা।
প্ৰঃ বিশ্বৰ উচ্চতম অফিছ-ঘৰ কোনখন?
উঃ পেন্টাগন।
প্ৰঃ বিশ্বৰ উচ্চতম গীৰ্জা কোনখন?
উঃ উলম কেথেড্ৰিল, জাৰ্মানী।
প্ৰঃ বিশ্বৰ উচ্চতম বিমান বন্দৰ কোনখন?
উঃ লাডাখ।
প্ৰঃ বিশ্বৰ উচ্চতম আগ্নেয়গিৰি কোনটো?
উঃ কটো পাক্সি এণ্ডিজ।
বিশ্বৰ উচ্চতম-কুইজ
প্ৰঃ বিশ্বৰ উচ্চতম অট্টালিকা কোনখন?
উঃ বুৰ্জ, ডুবাই।
প্ৰঃ বিশ্বৰ উচ্চতম মূৰ্তি কোনটো?
উঃ ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ মূৰ্তি, ব্রাজিল।
প্ৰঃ বিশ্বৰ উচ্চতম বান্ধ কোনখন?
উঃ ৰগুণ স্কাই বান্ধ।
প্ৰঃ বিশ্বৰ উচ্চতম পানীৰ ফোৱাৰা কোনটো?
উঃ আৰিজোনা।
প্ৰঃ বিশ্বৰ উচ্চতম মিনাৰ কোনটো?
উঃ কুতুব মিনাৰ।
প্ৰঃ বিশ্বৰ উচ্চতম প্ৰাণী কি?
উঃ জিৰাফ
প্ৰঃ বিশ্বৰ উচ্চতম ৰেল ষ্টেচন কোনখন?
উঃ কনডন ষ্টেচন, বলিভিয়া
প্ৰঃ বিশ্বৰ উচ্চতম বৃক্ষ কোনখন?
উঃ কষ্ট ৰেডউড (কালিফ’ৰ্ণিয়া)। ০ ০ ০
The World’s Highest-Quiz
Q. Which is the tallest tower in the world?
A. CN Tower, Canada.
Q. Which is the tallest office-house in the world?
A. The Pentagon.
Q. Which is the highest church in the world?
A. Ulm Cathedral, Germany.
Q. Which is the highest airport in the world?
A. Ladakh.
Q. Which is the highest volcano in the world?
A. Where is the Paxi Andes?
Q. Which is the tallest building in the world?
A. Burj, Dubai.
Q. Which is the tallest statue in the world?
A. Statue of the Savior Jesus Christ, Brazil.
Q. Which is the tallest dam in the world?
A. Ragun Sky Dam.
Q. Which is the highest water fountain in the world?
A. Arizona.
Q. Which is the tallest minaret in the world?
A. Qutub Minar.
Q. What is the tallest animal in the world?
A. Giraffes
Q. Which is the highest railway station in the world?
A. Condon Station, Bolivia
Q. Which is the tallest tree in the world?
A. Cost Redwood (California).0 0 0
নোট: যদি আপুনি উক্ত বিশ্বৰ উচ্চতম-কুইজ‘ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0
বিশ্বৰ উচ্চতম-কুইজ
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:
- বিশ্বৰ কুইজ
- বিশ্ব কুইজ
- সাহিত্য কুইজ
- আৱিষ্কাৰ কুইজ
- পদার্থ বিজ্ঞান কুইজ
- ৰসায়ন বিজ্ঞানৰ কুইজ
- জীবন বিজ্ঞান কুইজ
- অসমীয়া চলচিত্ৰৰ কুইজ
- ভাৰতৰ ইতিহাস সাধাৰণ জ্ঞান
- ধৰ্ম কুইজ ..






