আপুনি যদি ‘হকী কুইজ | Hockey Quiz‘ বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । এই ফুটবল কুইজ। Football Quizবোৰ বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰা হৈছে। আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা কুইজপ্রেমীসকলে কুইজবোৰ ভাল পাব ।
হকী কুইজ, Hockey Quiz
হকী কুইজ | Hockey Quiz
প্ৰঃ পুৰুষৰ হকী খেল এখন খেলাৰ সময় কিমান?
উঃ 70 মিনিট।
প্ৰঃ হকী খেলৰ বাবে কিমানজন আম্পায়াৰৰ প্ৰয়োজন?
উঃ 2 জন।
প্ৰঃ ভাৰতত খেলোৱা আটাইতকৈ প্ৰাচীনতম হকী টুৰ্ণামেন্ট কোনখন?
উঃ বেইঘটন কাপ।
প্ৰঃ ক’ত অনুষ্ঠিত অলিম্পিক খেলত ভাৰতে প্ৰথমে সোণৰ পদক লাভ কৰে?
উঃ আমষ্টাৰডাম।
প্ৰঃ হকী খেলত কিমানজনলৈকে খেলুৱৈ পৰিৱৰ্তন কৰিব পাৰি?
উঃ 3 জন।
প্ৰঃ 1971 চনত প্ৰথম বিশ্বকাপ হকী টুৰ্ণামেন্ট অনুষ্ঠিত কৰা হৈছিল। এই টুৰ্ণামেন্টখনৰ আয়োজক মহানগৰখনৰ নাম কি?
উঃ বাৰ্চিলোনা (স্পেইন)।
হকী কুইজ, Hockey Quiz
প্ৰঃ কোন অলিম্পিকত প্ৰথমবাৰৰ বাবে মহিলা হকী প্ৰৱৰ্তন কৰা হয়?
উঃ 1980 চনত, মস্কো অলিম্পিকত।
প্ৰঃ ফুটবল খেল কিক অফেৰে আৰম্ভ হয়। হকী খেল কিহেৰে আৰম্ভ হয়?
উঃ বুলি অফ।
প্ৰঃ কোনজন ভাৰতীয় হকী তাৰকাই 2000 চনত ৰাজীৱ গান্ধী খেলৰত্ন বঁটা লাভ কৰিছিল?
উঃ ধনৰাজ পিল্লাই।
প্ৰঃ কোন চনত ভাৰতে পোন প্ৰথম অলিম্পিক হকীত সোণৰ পদক লাভ কৰে?
উঃ 1928 চনত।
প্ৰঃ কোনজন ভাৰতীয় হকীৰ খেলুৱৈক ‘হকীৰ যাদুকৰ’ বুলি কোৱা হয়?
উঃ ধ্যানচান্দ।
প্ৰঃ কোনজন খেলুৱৈয়ে ভাৰতীয় হকী দলটোক দীৰ্ঘতম সময়ৰ বাবে অধিনায়ক হিচাপে নেতৃত্ব প্ৰদান কৰিছিল?
উঃ পাৰ্গত সিং।
প্ৰঃ ভাৰতৰ ক’ত ধ্যানচান্দ হকী ষ্টেডিয়াম অৱস্থিত?
উঃ লক্ষনৌ ।
প্ৰঃ অশোক কুমাৰে ভাৰতৰ হৈ কিমানবাৰ বিশ্বকাপ হকী টুৰ্ণামেন্টত ভাগ লৈছিল?
উঃ 4 বাৰ।
হকী কুইজ, Hockey Quiz
প্ৰঃ মহিলা হকী খেলৰ মুঠ সময় কিমান?
উঃ 60 মিনিট।
প্ৰঃ কোন চনত প্ৰথম বিশ্ব হকী টুৰ্ণামেন্ট অনুষ্ঠিত হৈছিল?
উঃ 1971 চনত।
প্ৰঃ প্ৰথম ভাৰতীয় হকী ক্লাৱটোৰ নাম কি?
উঃ কলিকতা হকী ক্লাৱ।
প্ৰঃ প্ৰথম আন্তৰ্জাতিক পুৰুষৰ হকী খেলখন কেতিয়া আৰু কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল?
উঃ 1895 চনত ইংলণ্ড আৰু আয়াৰলেণ্ডৰ মাজত।
প্ৰঃ বিশ্বৰ প্ৰথম হকী ক্লাৱটো ক’ত আৰু কেতিয়া স্থাপিত হৈছিল?
উঃ 1861 চনত ব্ল্যাকহথত।
প্ৰঃ ক’ত আধুনিক হকীৰ বিকাশ হৈছিল?
উঃ ইংলেণ্ডত।
প্ৰঃ কোনখন মহাদেশক হকীৰ জন্মস্থান বুলি কোৱা হয়?
উঃ এছিয়া।
হকী কুইজ, Hockey Quiz
প্ৰঃ ‘পদ্মশ্ৰী’ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় হকী খেলুৱৈ গৰাকী কোন?
উঃ বলবীৰ সিং চিনিয়ৰ।
প্ৰঃ 2006 চনত অনুষ্ঠিত বিশ্বকাপ হকী প্ৰতিযোগিতাত কোনখন দেশে অষ্ট্ৰেলিয়াক হৰুৱাই বিজয় সাব্যস্ত কৰে?
উঃ জাৰ্মানী।
প্ৰঃ বিখ্যাত হকী খেলুৱৈ ধ্যানচান্দৰ জন্মদিনটো ভাৰতত কেনেদৰে উদ্যাপন কৰা হয়?
উঃ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে।
প্ৰঃ অলিম্পিকৰ এখন খেলত সৰ্বাধিক গ’ল কৰা ভাৰতীয় খেলুৱৈ গৰাকী কোন?
উঃ ৰূপসিং।
প্ৰঃ কোন চনত প্ৰথমবাৰৰ বাবে অলিম্পিকত পুৰুষৰ হকী অন্তৰ্ভূক্ত কৰা হয়?
উঃ 1908 চনত, লণ্ডন অলিম্পিকত।
প্ৰঃ কেতিয়াৰ পৰা এচিয়ান গেমছত প্ৰথম হকী প্ৰতিযোগিতা অন্তৰ্ভূক্ত কৰা হয়?
উঃ 1958 চনত, তৃতীয় এচিয়ান গেমচত।
প্ৰঃ ইন্দিৰা গান্ধী গ’ল্ড কাপ হকী কোন চনত আৰম্ভ হৈছিল?
উঃ 1987 চনত।
প্ৰঃ 1889 চনত স্থাপিত হৈ বৰ্তমানলৈকে বৰ্তি থকা প্ৰাচীনতম মহিলা হকী ক্লাৱটোৰ নাম কি?
উঃ উইম্বলডন লেডী হকী ক্লাৱ।
হকী কুইজ, Hockey Quiz
প্ৰঃ অলিম্পিকৰ প্ৰথম হকী খেলত ভাৰতে কোনখন দেশক 6-0 গ’লৰ ব্যৱধানত পৰাজিত কৰিছিল?
উঃ অষ্ট্ৰিয়া।
প্ৰঃ প্ৰথম ভাৰতীয় আন্তৰ্জাতিক হকী আম্পায়াৰ গৰাকীৰ নাম কি?
উঃ পঙ্কজ গুপ্তা।
প্ৰঃ 1932 চনত অলিম্পিক হকীত ভাৰতে বৃহৎ সাফল্য লাভ কৰিছিল। ভাৰতে কাৰ বিৰুদ্ধে খেলিছিল?
উঃ আমেৰিকা।
প্ৰঃ ভাৰতে কেৱল বেংককত অনুষ্ঠিত এছিয়াডতহে হকীত স্বৰ্ণ পদক লাভ কৰিছিল। বেংকক এছিয়াড কোন চনত অনুষ্ঠিত হৈছিল?
উঃ 1966 চনত।
প্ৰঃ কোন চনত ভাৰতে ফাইনেলত পাকিস্থানক হৰুৱাই বিশ্বকাপ হকীত বিজয় সাব্যস্ত কৰিছিল?
উঃ 1875 চনত।
প্ৰঃ হকী খেলত একমাত্ৰ কোনজন খেলুৱৈয়ে ভৰিৰে বল স্পৰ্শ কৰাৰ অনুমতি পায়?
উঃ গ’লৰক্ষক।
প্ৰঃ বিশ্বকাপ হকী টুৰ্ণামেন্টত সৰ্বাধিক 12 টা গ’ল কৰি অভিলেখ গঢ়া ভাৰতীয় হকী খেলুৱৈজনৰ নাম কি?
উঃ ৰাজিন্দৰ সিং।
প্ৰঃ কোন চনত আন্তৰ্জাতিক হকী টুৰ্ণামেন্ট ‘চেম্পিয়নছ ট্ৰফী’ আৰম্ভ হৈছিল?
উঃ 1978 চনত।
প্ৰঃ অলিম্পিকত একেৰাহে চতুৰ্থবাৰৰ বাবে ভাৰতক প্ৰতিনিধিত্ব কৰা খেলুৱৈজনৰ নাম কি?
উঃ লেছলি ক্লাউডিয়াছ।
প্ৰঃ কোনখন দেশে প্ৰথম বিশ্বকাপ হকী টুৰ্ণামেন্টত বিজয় লাভ কৰিছিল?
উঃ পাকিস্থান। 0 0 0
Hockey Quiz
Q. What is the time to play a men’s hockey game?
A. 70 minutes.
Q. How many umpires are needed for a hockey game?
A. 2 people.
Q. Which is the oldest hockey tournament played in India?
A. The Beighton Cup.
Q. Where did India win its first gold medal in the Olympic Games?
A. Amsterdam.
Q. Up to how many players can be changed in a hockey game?
A. 3 people.
Q. The first World Cup hockey tournament was held in What is the name of the city that hosts this tournament?
A. Barcelona (Spain).
Hockey Quiz
Q. At which Olympics was women’s hockey introduced for the first time?
A. In 1980, at the Moscow Olympics.
Q. Football games start with a kickoff. What does hockey start with?
A. That’s off.
Q. Which Indian hockey star won the Rajiv Gandhi Khel Ratna Award in 2000?
A. Dhanraj Pillai.
Q. In which year did India win its first Olympic gold medal in hockey?
A. In 1928.
Q. Which Indian hockey player is called the ‘Magician of Hockey’?
A. Dhyan Chand.
Q. Which player led the Indian hockey team as captain for the longest time?
A. Pargat Singh.
Q. Where in India is the Dhyan Chand Hockey Stadium located?
A. Lucknow.
Q. How many times did Ashok Kumar represent India in World Cup hockey tournaments?
A. 4 times.
Hockey Quiz
Q. What is the total length of a women’s hockey game?
A. 60 minutes.
Q. In which year was the first World Hockey Tournament held?
A. In 1971.
Q. What is the name of the first Indian hockey club?
A. Calcutta Hockey Club.
Q. When was the first international men’s hockey match played and between whom?
A. In 1895 between England and Ireland.
Q. Where and when was the first hockey club in the world established?
A. In 1861 in Blackhawth.
Q. Where did modern hockey develop?
A. In England.
Q. Which continent is said to be the birthplace of hockey?
A. Asia.
Hockey Quiz
Q. Who is the first Indian hockey player to receive the Padma Shri?
A. Balbir Singh Sr.
Q. Which country defeated Australia to win the 2006 World Cup?
A. Germany.
Q. How is the birthday of famous hockey player Dhyan Chand celebrated in India?
A. As National Sports Day.
Q. Who is the highest goalscorer in an Olympic match by an Indian player?
A. Rupsingh.
Q. In which year was men’s hockey included in the Olympics for the first time?
A. In 1908, at the London Olympics.
Q. When was the first hockey tournament included in the Asian Games?
A. In 1958, at the Third Asian Games.
Q. In which year was Indira Gandhi Gold Cup hockey started?
A. In 1987.
Q. What is the name of the oldest women’s hockey club established in 1889?
A. Wimbledon Lady Hockey Club.
Hockey Quiz
Q. Which country did India defeat 6-0 in the first hockey match of the Olympics?
A. Austria.
Q. What is the name of the first Indian international hockey umpire?
A. Pankaj Gupta.
Q. In 1932, India achieved great success in Olympic hockey. Who did India play against?
A. The United States.
Q. India won the gold medal in hockey only at the Asiad in Bangkok. In which year was the Bangkok Asiad held?
A. In 1966.
Q. In which year did India win the World Cup hockey by defeating Pakistan in the final?
A. In 1875.
Q. Who is the only player allowed to touch the ball with his feet in the game of hockey?
A. The goalkeeper.
Q. What is the name of the Indian hockey player who scored the most goals in a World Cup hockey tournament with 12 goals?
A. Rajinder Singh.
Q. In which year was the international hockey tournament ‘Champions Trophy’ started?
A. In 1978.
Q. What is the name of the athlete who represented India in the Olympics for the fourth consecutive time?
A. Leslie Claudius.
Q. Which country won the first World Cup hockey tournament?
A. Pakistan.0 0 0
নোট: যদি আপুনি উক্ত ‘হকী কুইজ | Hockey Quiz‘ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
হকী কুইজ, Hockey Quiz
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:






