Home Quiz গলফ্‌ কুইজ | Golf Quiz

গলফ্‌ কুইজ | Golf Quiz

0

আপুনি যদি গলফ্‌ কুইজ | Golf Quiz বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । এই গলফ্‌ কুইজ | Golf Quizবোৰ বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰা হৈছে। আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা কুইজপ্রেমীসকলে কুইজবোৰ ভাল পাব ।

গলফ্‌ কুইজ Golf Quiz

 

গলফ্‌ কুইজ, Golf Quiz

গলফ্‌ কুইজ | Golf Quiz

প্ৰঃ কোন দেশত গল্‌ফ খেলৰ জন্ম হয়?

উঃ স্কটলেণ্ড।

প্ৰঃ গলফ খেলা খেল পথাৰখনক কি বুলি কোৱা হয়?

উঃ ক’ৰ্ছ।

প্ৰঃ গল্‌ফ হোলটোৰ ব্যসাৰ্ধ কিমান?

উঃ 4.25 ইঞ্চি।

প্ৰঃ এখন গলফ টুৰ্ণামেন্টত জিকি খেলুৱৈজনে এটা সেউজীয়া জেকেট পৰিধান কৰিবলৈ লয়। এই টুৰ্ণামেন্টখনৰ নাম কি?

উঃ আগাস্তা মাষ্টাৰৰ্চ।

প্ৰঃ স্কটলেণ্ডত অৱস্থিত এখন গলফ ক’ৰ্ছক ‘গলফৰ আৱাসগৃহ’ হিচাপে বিবেচনা কৰা হয়। এই গলফ ক’ৰ্ছখনৰ নাম কি?

উঃ চেন্ট এণ্ডিউ।

প্ৰঃ ৰেগুলেছন গলফ ক’ৰ্ছত থকা হোলৰ সংখ্যা কিমান?

উঃ ওঠৰটা।

গলফ্‌ কুইজ

প্ৰঃ অন্যতম বিশ্ব প্ৰসিদ্ধ গলফ টুৰ্ণামেন্ট ‘ইউ এছ, মাষ্টাৰ্ছ’ কোনখন ক’ৰ্ছত অনুষ্ঠিত হয়?

উঃ আগাস্তা।

গলফ্‌ কুইজ

প্ৰঃ পূৰ্বতে গলফ বলৰ ভিতৰত কি ভৰোৱা হৈছিল?

উঃ পাখি।

প্ৰঃ 2002 চনত আঠটা খিতাপ দখল কৰি মহিলাৰ গলফ চাৰ্কিটত গ্ৰেণ্ডশ্লাম সমাপ্ত কৰা প্ৰথম মহিলা গলফাৰ গৰাকীৰ নাম কি?

উঃ ইৰিণা ব্রাৰ।

প্ৰঃ বিখ্যাত গল্‌ফাৰ টাইগাৰ উড্‌ছ কোন দেশৰ নাগৰিক?

উঃ আমেৰিকা।

প্ৰঃ 2003  চনত জাপানত অনু্ি‌ষ্ঠিত চানটৰি অ’পেন চেম্পিয়নশ্বিপত বিজয় সাব্যস্ত কৰা প্ৰথম ভাৰতীয় পেচাদাৰী গলফ খেলুৱৈজনৰ নাম কি?

উঃ জ্যোতি ৰান্ধাৱা।

প্ৰঃ ব্রিটিছ অ’পেন গলফ চেম্পিয়নশ্বিপত প্ৰদান কৰা ট্ৰফীটোৰ নাম কি?

উঃ ক্লাৰেট জাগ।

প্ৰঃ 2004 চনৰ ‘ইউ এছ পি জি এ টুৰত খেলা প্ৰথম ভাৰতীয় খেলুৱৈ গৰাকী কোন?

উঃ অৰ্জুন আটৱাল।   ০ ০ ০

Golf Quiz

Q. In which country was the game of golf born?

A. Scotland.

Q. What is the golf course called?

A. The course.

Q. What is the diameter of the golf hole?

A. 4.25 inches.

Q. After winning a golf tournament, the player starts wearing a green jacket. What is the name of this tournament?

A. Augusta Masterrs.

Q. A golf course located in Scotland is considered as a ‘golf residence’. What is the name of this golf course?

A. St. Endieu.

Q. What is the number of holes on a regulation golf course?

A. Eighteen.

Golf Quiz

Q. One of the world famous golf tournaments ‘US, Masters’ is held on which course?

A. Augusta.

Q. What was stuffed inside golf balls in the past?

A. Feathers.

Q. What is the name of the first female golfer to finish a Grand Slam on the women’s golf circuit in 2002 with eight titles?

A. Irina Brar.

Q. Famous golfer Tiger Woods is a citizen of which country?

A. The United States.

Q. Who is the first Indian professional golfer to win the Suntory Open Championship held in Japan in 2003?

A. Jyoti Randhawa.

Q. What is the name of the trophy awarded at the British Open Golf Championship?

A. Claret Jag.

Q. Who was the first Indian player to play on the 2004 US PGA Tour?

A. Arjun Atwal.

নোট: যদি আপুনি উক্ত গলফ্‌ কুইজ | Golf Quiz পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0

 

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here