আপুনি যদি ‘হেণ্ডবল কুইজ | Handball Quiz‘ বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । এই হেণ্ডবল কুইজ | Handball Quiz বোৰ বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰা হৈছে। আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা কুইজপ্রেমীসকলে কুইজবোৰ ভাল পাব ।
হেণ্ডবল কুইজ | Handball Quiz
প্ৰঃ হেণ্ডবল খেল কোন দেশত উৎপত্তি হৈছিল?
উঃ প্ৰাচীন গ্ৰীচত।
প্ৰঃ হেণ্ডবল দল এটাত কিমানজন খেলুৱৈ থাকে?
উঃ 7 জন।
প্ৰঃ হেণ্ডবল খেলৰ বাবে নিৰ্ধাৰিত সময় কিমান?
উঃ 60 মিনিট।
প্ৰঃ প্ৰাচীন গ্ৰীচত হেণ্ডবল খেলক কি নামেৰে মতা হৈছিল ?
উঃ ইউৰেনিয়া।
প্ৰঃ ভাৰতৰ ৰাষ্ট্ৰীয় হেণ্ডবল একাডেমী ক’ত অৱস্থিত?
উঃ বিহাৰৰ ভিল্লাইত।
প্ৰঃ হেণ্ডবলটোৰ ওজন কিমান?
উঃ পুৰুষৰ বাবে 425 গ্ৰামৰ পৰা 475 গ্ৰাম আৰু মহিলাৰ বাবে 375 গ্ৰামৰ পৰা 400 গ্ৰাম।
প্ৰঃ হেণ্ডবল ক’ৰ্টৰ জোখ কিমান?
উঃ 40 মিটাৰ ✖ 20 মিটাৰ।
প্ৰঃ প্ৰাচীন ৰোমত হেণ্ডবলক কি নামৰে জনা গৈছিল?
উঃ হার্পেষ্টন।
প্ৰঃ কোনখন দেশে 2005 চনত পুৰুষৰ বিশ্ব চেম্পিয়নশ্বিপত বিজয় সাব্যস্ত কৰিছিল?
উঃ স্পেইন।
প্ৰঃ হেণ্ডবল খেলত কিমান দূৰত্বৰ পৰা পেনাল্টি শ্বট লোৱা হয়?
উঃ 7 মিটাৰ। 0 0 0
Handball Quiz
Q. In which country did the game of handball originate?
A. In ancient Greece.
Q. How many players are on a handball team?
A. 7 people.
Q. What is the scheduled time for handball?
A. 60 minutes.
Q. What was the name of the game of handball in ancient Greece?
A. Uranium.
Q. Where is the National Handball Academy of India located?
A. In the villas of Bihar.
Q. How much does the handball weigh?
A. 425 grams to 475 grams for men and 375 grams to 400 grams for women.
Q. What is the measurement of a handball court?
A. 40 meters 20 metres.
Q. What was handball known as in ancient Rome?
A. Harpeston.
Q. Which country won the Men’s World Championship in 2005?
A. Spain.
Q. From what distance are penalty shots taken in handball?
A. 7 meters.0 0 0
নোট: যদি আপুনি উক্ত ‘হেণ্ডবল কুইজ | Handball Quiz‘ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
হেণ্ডবল কুইজ | Handball Quiz
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:






