আপুনি যদি ‘এছিয়ান গেম্ছ কুইজ | Asian Games Quiz‘ বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । এই ‘এছিয়ান গেম্ছ কুইজ | Asian Games Quiz’ বোৰ বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰা হৈছে। আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা কুইজপ্রেমীসকলে কুইজবোৰ ভাল পাব ।
এছিয়ান গেম্ছ কুইজ | Asian Games Quiz
প্ৰঃ কেতিয়াৰ পৰা এছিয়ান গেমছৰ শুভাৰম্ভ হয়?
উঃ 1951 চনত।
প্ৰঃ প্ৰথম এছিয়ান গেমছত কেইখন দেশে ভাগ লৈছিল?
উঃ 11 খন দেশে।
প্ৰঃ প্ৰথম এছিয়ান গেমচত কিমানবিধ খেল অন্তৰ্ভূক্ত কৰা হৈছিল?
উঃ 6 বিধ।
প্ৰঃ এছিয়ান গেমছৰ মূলমন্ত্ৰ কি ?
উঃ ‘সদায় আগলৈ ধাৱমান হোৱা।’
প্ৰঃ কোনখন দেশে এছিয়ান গেমছ আয়োজন কৰিছিল?
উঃ ভাৰত।
প্ৰঃ প্ৰথম এছিয়ান গেমছত সৰ্বাধিক পদক পোৱা দেশখনৰ নাম কি?
উঃ জাপান।
প্ৰঃ এছিয়ান গেমছত ব্যৱহৃত বৃত্তাকাৰ ট্রেকৰ নিৰূপিত দূৰত্ব কিমান?
উঃ 400 মিটাৰ।
প্ৰঃ কোনখন দেশক এছিয়ান গেমছৰ জন্মদাতা বুলি জনা যায়?
উঃ ভাৰত।
প্ৰঃ 2006 চনৰ ডোহা এছিয়ান গেমছত ভাৰতে কিমানটা পদক লাভ কৰিছিল?
উঃ 53 টা।
প্ৰঃ বেংককত অনুষ্ঠিত হোৱা 13 তম এছিয়ান গেমছৰ শ্লোগানটো কি আছিল?
উঃ বাধাহীন বন্ধুত্ব।
এছিয়ান গেম্ছ কুইজ, Asian Games Quiz
প্ৰঃ প্ৰথম এছিয়ান গেমছত ভাৰতে কিমানটা সোণৰ পদক অৰ্জন কৰিছিল?
উঃ 15 টা।
প্ৰঃ কোন চনত এছিয়ান গেমছত ভলীবল অন্তৰ্ভূক্ত হয়?
উঃ 1958।
প্ৰঃ কোন চনত এছিয়ান গেমছত বাস্কেটবল অন্তৰ্ভূক্ত হয়?
উঃ 1951 চনত।
প্ৰঃ কোনখন এছিয়ান গেমছত কাবাডী খেলক অন্তৰ্ভূক্ত কৰা হয়?
উঃ 1990 (বেইজিং)।
প্ৰঃ 2002 চনত অনুষ্ঠিত চতুৰ্দশ এছিয়ান গেমছত মহিলাৰ 400 মিটাৰ ৰিলে দৌৰত সোণৰ পদক পোৱা দলটোৰ ভাৰতীয় এথলীট গৰাকীৰ নাম কি?
উঃ সোমা বিশ্বাস।
প্ৰঃ 1998 চনত অনুষ্ঠিত ত্ৰয়োদশ এছিয়ান গেমছত 1500 মিটাৰ ট্রেক আৰু ফিল্ড ইভেন্টত সোনৰ পদক পোৱা প্ৰথম ভাৰতীয় গৰাকীৰ নাম কি?
উঃ জ্যোতিৰ্ময়ী শিকদাৰ।
প্ৰঃ এছিয়ান গেমছত সোণৰ পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা এথলীট গৰাকীৰ নাম কি?
উঃ কমলজিৎ সান্ধু।
প্ৰঃ প্ৰথম এছিয়ান গেমছ উদ্বোধন কৰা ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকীৰ নাম কি?
উঃ ড০ ৰাজেন্দ্ৰ প্ৰসাদ।
প্ৰঃ 2006 চনৰ ডোহা এছিয়ান গেমছত কিমানবিধ খেল অন্তৰ্ভূক্ত কৰা হৈছিল?
উঃ 39 বিধ। 0 0 0
Asian Games Quiz
Q: When did the Asian Games start?
A. In 1951.
Q. How many countries participated in the first Asian Games?
A. In 11 countries.
Q. How many sports were included in the first Asian Games?
A. 6 types.
Q. What is the motto of the Asian Games?
A. ‘Always running forward.’
Q. Which country hosted the Asian Games?
A. India.
Q. What is the name of the country that won the most medals in the first Asian Games?
A. Japan.
Q. What is the prescribed distance of the circular track used in the Asian Games?
A. 400 metres.
Q. Which country is known as the birthplace of the Asian Games?
A. India.
Q. How many medals did India win in the 2006 Doha Asian Games?
A. 53 pieces.
Q. What was the slogan of the 13th Asian Games held in Bangkok?
A. Friendship without barriers.
Asian Games Quiz
Q. How many gold medals did India win in the first Asian Games?
A. 15 pieces.
Q. In which year was volleyball included in the Asian Games?
A. 1958.
Q. In which year was basketball included in the Asian Games?
A. In 1951.
Q. Kabaddi is included in which Asian Games?
A. 1990 (Beijing).
Q. What is the name of the Indian athlete who won the gold medal in the women’s 400m relay at the 14th Asian Games in 2002?
A. Soma Biswas.
Q. Who is the first Indian to win a gold medal in the 1500m track and field event at the 13th Asian Games in 1998?
A. Jyotirmoy Shikdar.
Q. What is the name of the first Indian female athlete to win a gold medal in the Asian Games?
A. Kamaljit Sandhu.
Q. What is the name of the President of India who inaugurated the first Asian Games?
A. Dr. Rajendra Prasad.
Q. How many sports were included in the 2006 Doha Asian Games?
A. 39 types. 0 0 0
নোট: যদি আপুনি উক্ত ‘এছিয়ান গেম্ছ কুইজ | Asian Games Quiz’ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:






