Home Quiz হজৰত হুদ কুইজ

হজৰত হুদ কুইজ

0

আপুনি যদি হজৰত হুদ কুইজ বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । এই ‘জ্বিন আৰু চয়তান কুইজ’ বোৰ বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰা হৈছে। আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা কুইজপ্রেমীসকলে কুইজবোৰ ভাল পাব ।

হজৰত হুদ কুইজ

হজৰত হুদ কুইজ 

প্ৰঃ হজৰত হুদ (আঃ) ক’ত জন্ম গ্ৰহণ কৰে?

উঃ য়েমেনত।

প্ৰঃ হজৰত হুদ (আঃ) কোন জাতিৰ বাবে নবী হিচাপে প্ৰেৰিত হৈছিল?

উঃ আদ জাতিৰ বাবে।

প্ৰঃ আদ জাতিৰ বসতি স্থান ক’ত আছিল?

উঃ য়েমেন (পূৰ্ব নাম ইৰম) ৰ মুগিছ উপত্যকাত।

প্ৰঃ আদ জাতিৰ বাদশা কোন আছিল?

উঃ ছাদ্দাদ। হজৰত হুদ কুইজ

প্ৰঃ কোনে নিজকে খোদা (আল্লাহ) দাবী কৰি বিহিস্ত তৈয়াৰ কৰিছিল।

উঃ য়েমেনৰ বাদশা ছাদ্দাদ।

প্ৰঃ কোন যুগত আদ জাতিৰ আধিপত্য আছিল?

উঃ 3500 খ্ৰীষ্টপূৰ্বত।

প্ৰঃ আদ জাতি একেশ্বৰবাদী আছিল নে মূৰ্তিপূজক আছিল?

উঃ মূৰ্তি পূজক আছিল।

প্ৰঃ ছাদ্দাদৰ মৃত্যু কেনেদৰে হৈছিল?

উঃ ছাদ্দাদ নিজে বনোৱা নকল বিহিস্তত প্ৰৱেশ কৰাৰ সময়ত।

প্ৰঃ হজৰত হুদ (আঃ) ধৰ্ম প্ৰচাৰ কৰি কেইজন লোকক নিজৰ অনুগামী কৰিব পাৰিছিল?

উঃ 40 জন।

প্ৰঃ কোৰানত কিমান বাৰ হজৰত হুদ (আঃ) নাম উল্লেখ কৰা আছে?

উঃ 7 বাৰ।

প্ৰঃ হজৰত হুদ (আঃ)ৰ কওম (সম্প্ৰদায়)ৰ ধবংসৰ পিছত তেখেত কোন ঠাইলৈ হিজৰত (গমন) কৰিছিল?

উঃ হাজাৰা মওত চহৰলৈ। ০ ০ ০

নোট: যদি আপুনি উক্ত হজৰত হুদ কুইজ’  পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here