Home Quiz হজৰত ইউনুছ কুইজ

হজৰত ইউনুছ কুইজ

0

আপুনি যদি হজৰত ইউনুছ কুইজ বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । এই হজৰত ইউনুছ কুইজ বোৰ বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰা হৈছে। আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা কুইজপ্রেমীসকলে কুইজবোৰ ভাল পাব ।

হজৰত ইউনুছ কুইজ

হজৰত ইউনুছ কুইজ 

প্ৰঃ হজৰত ইউনুছ  (আঃ) ৰ নাম কোৰাণত কিমান বাৰ আছে?

উঃ 4 বাৰ।

প্ৰঃ হজৰত ইউছুফ (আঃ)ক ‘যুনযুন’ (মৎস্যালাৰ) নবী বুলি কিয় কোৱা হয়?

উঃ তেখেতক টাইগ্ৰীছ নদীৰ তিমি মাছে গিলি পেলাইছিল বাবে ।

প্ৰঃ মাছৰ পেটত হজৰত ইউনুছ (আঃ) কিমান দিন আছিল?

উঃ 40 দিন। অন্য মতে 3 দিন।

প্ৰঃ কোন দোৱাৰ বদৌলতত হজৰত ইউনুছ (আঃ) মাছৰ পেটৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ পাইছিল?

উঃ ছুৰা ইউনুছ পঢ়ি। (লা-ইলাহা ইল্লা আন্তা ছোবহানাকা ইন্নি কুনতু মিনাজ জালেমিন)। ০ ০ ০

নোট: যদি আপুনি উক্ত ‘হজৰত ইউনুছ কুইজ’ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here