Home Knowledge শ্ৰীমন্ত শংকৰদেৱ বঁটা বিজেতাসকল

শ্ৰীমন্ত শংকৰদেৱ বঁটা বিজেতাসকল

0

শ্ৰীমন্ত শংকৰদেৱ বঁটা বিজেতাসকল। শ্ৰীমন্ত শংকৰদেৱ বঁটা বিজেতাসকল বিষয়ক এই অসমীয়া প্ৰবন্ধত এই গৌৰৱময় বঁটাৰ ইতিহাস, উদ্দেশ্য আৰু এতিয়ালৈকে সকলো বিজেতাৰ নাম, ক্ষেত্ৰ আৰু অৱদান সহজ আৰু তথ্যসমৃদ্ধ ভাষাত উপস্থাপন কৰা হৈছে।

শ্ৰীমন্ত শংকৰদেৱ বঁটা বিজেতাসকল

শ্ৰীমন্ত শংকৰদেৱ বঁটা বিজেতাসকল

ব্যক্তি —————- চন

কীৰ্তিনাথ হাজৰিকা—-১৯৮৬

ভূপেন হাজৰিকা—-১৯৮৭

সত্যজিৎ ৰায—-১৯৮৮

মহেশ্বৰ নেওগ—-১৯৮৯

কপিলা বাৎসায়ন—-১৯৯০

সত্যেন্দ্ৰনাথ শৰ্মা—-১৯৯১

ৰামচন্দ্ৰ নাৰায়ণ দণ্ডেকাৰ—-১৯৯২

সত্যপ্ৰসাদ বৰুৱা, গাংগুবাই হাংগল—-১৯৯৩

মহেন্দ্ৰ বৰা—-১৯৯৪

চৈয়দ আব্দুল মালিক—-১৯৯৫

ভবেশ চন্দ্ৰ স্যানাল—-১৯৯৬

কেলুচৰণ মহাপাত্ৰ—-১৯৯৭

ভবেন্দ্ৰ নাথ শইকীয়া—-১৯৯৮

আমজাদ আলী খান—-১৯৯৯

সোণাৰাম চুতীযা—-২০০০

আচাৰ্য ইলাৰাম দাস—-২০০১

ইন্দিৰা মিৰি—-২০০২

হবিব তনবীৰ—-২০০৩

নাৰায়ণ দেৱ গোস্বামী, পাৰবিন চুলতানা—-২০০৪

বি জি ভাৰ্গিজ—-২০০৫

কেশৱানন্দ দেৱ গোস্বামী—-২০০৬

হোমেন বৰগোহাঞি—-২০০৭

শৰ্মিলা ঠাকুৰ—-২০০৮

০ ০ ০

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here