অসমৰ ৰাজ্যপালসকলৰ তালিকা। অসমৰ ৰাজ্যপালসকলৰ তালিকা বিষয়ক এই অসমীয়া প্ৰবন্ধত অসম ৰাজ্য গঠনৰ পৰা বৰ্তমানলৈকে সকলো ৰাজ্যপালৰ নাম, কাৰ্যকাল, সংবিধানিক ভূমিকা আৰু ৰাজ্য প্ৰশাসনত তেওঁলোকৰ গুৰুত্বপূৰ্ণ অৱদান সহজ আৰু স্পষ্ট ভাষাত উপস্থাপন কৰা হৈছে।
অসমৰ ৰাজ্যপালসকলৰ তালিকা
ৰাজ্যপালৰ নাম ———– কাৰ্যকাল
হেনৰী জোছেফ টুইনাম—-1938 – 1939
ৰবাৰ্ট নীল ৰেইড—-1939 – 1942
এনড্ৰিউ গৌৰলে ক্ল—-1942- 1946
ৰেডেৰিক চালমাৰ্ছ ব’ৰ্ন—-1946 – 1946
হেনৰী ফ’লি নাইট—-1946 – 1946
এনড্ৰিউ গৌৰলে ক্ল—-1946 – 1947
মহম্মদ আকবৰ হাইদৰী—-1947 – 1948
ৰোনাল্ড ফেঞ্চিছ—-1948 – 1949
শ্ৰী প্ৰকাশ—-1949 – 1950
জয়ৰাম দাস দৌলতৰাম—-1950 – 1956
চৈয়দ ফজল আলি—-1956 – 1959
চক্ৰেশ্বৰ প্ৰসাদ সিনহা—-1959 – 1959
শ্ৰী প্ৰকাশ—-1959 – 1959
সত্যৱন্ত মাল্লান্না শ্ৰীনাগেশ—-1961 – 1962
বিষ্ণু সহায়—-1962 – 1968
ব্রজ কুমাৰ নেহৰু—-1968 – 1970
পি কে স্বামী—-1970 – 1971
ব্রজ কুমাৰ নেহৰু—-1971 – 1973
লালন প্ৰসাদ সিং—-1973 – 1981
প্ৰকাশ মেহৰোট্ৰা—-1981 – 1984
টি এছ মিশ্ৰ—-1984 – 1984
ভীষ্ম নাৰয়ণ সিং—-1984 – 1989
হৰিদেউ যোশী—-1989 – 1989
আনিচেট্টি ৰঘুবীৰ—-1989 – 1990
দেবীদাস ঠাকুৰ—-1990 – 1991
লোকনাথ মিশ্ৰ—-1991 – 1997
শ্ৰীনিবাস কুমাৰ সিংহা—-1997 – 2003
অজয় সিং—-2003 – 2008
শিৱচৰণ মাথুৰ—-2008 – 2009
চৈয়দ চিবতে ৰাজী—-2009 – 2009
জানকী বল্লভ পাটনায়ক—-2009 – 2014
পদ্মনাভা বালকৃষ্ণ আচাৰ্য—-2014 – 2016
বানুৱাৰিলাল পুৰোহিত—-2016 – । ০ ০ ০
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:






