অসমৰ মুখ্যমন্ত্ৰীসকল
অসমৰ মুখ্যমন্ত্ৰীসকল, Chief Ministers of Assam
অসমৰ মুখ্যমন্ত্ৰীসকল
মুখ্যমন্ত্ৰীসকলৰ নাম ——– কাৰ্যকাল
চাৰ চৈয়দ মহম্মদ চাদুল্লা—-1937-1946
গোপীনাথ বৰদলৈ—-1938-1950
বিষ্ণুৰাম মেধি—-1950-1957
বিমলা প্ৰসাদ চলিহা—-1957-1970
মহেন্দ্ৰ মোহন চৌধুৰী—-1970-1972
শৰৎ চন্দ্ৰ সিংহ—-1972- 1978
গোলাপ বৰবৰা—-1978 – 1979
যোগেন্দ্ৰ নাথ হাজৰিকা—-1979- 1979
চৈয়দা আনোৱাৰা টাইমূৰ—-1980- 1981
কেশৱ চন্দ্ৰ গগৈ—-1982-1982
হিতেশ্বৰ শইকীয়া—-1983-1985
প্ৰফুল্ল কুমাৰ মহন্ত—-1985-1990
হিতেশ্বৰ শইকীয়া—-1991-1996
ভূমিধৰ বৰ্মণ (ভাৰপ্ৰাপ্ত)—-1996-1996
প্ৰফুল্ল কুমাৰ মহন্ত—-1996-2001
তৰুন গগৈ—-2001 – 2016
সৰ্বানন্দ সোণোৱাল—-2016- 2021.
হিমন্ত বিশ্ব শর্মা —-2021- 0 0 0.
অসমৰ মুখ্যমন্ত্ৰীসকল, Chief Ministers of Assam
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান: