Home Quiz অসমৰ হস্তশিল্প কুইজ

অসমৰ হস্তশিল্প কুইজ

0

অসমৰ হস্তশিল্প কুইজ

অসমৰ হস্তশিল্প কুইজ

 

অসমৰ হস্তশিল্প কুইজ, Assam Handicraft Quiz

অসমৰ হস্তশিল্প কুইজ

প্ৰঃ ‘হস্তশিল্প’ বুলিলে কি বুজা?

উঃ ঘৰুৱা পৰিবেশত সাধাৰণ সঁজুলিৰ সহায়ত হাতেৰে সা-সামগ্ৰী তৈয়াৰ কৰা  শিল্পক ‘হস্তশিল্প’ বোলে।

প্ৰঃ বাঁহেৰে নিৰ্মিত ৰাজ্যখনৰ গৌৰৱময় প্ৰতীকটো কি?

উঃ জাপি।

প্ৰঃ বিবাহিতা মহিলাই অসমত কিহৰ খাৰু পিন্ধে?

উঃ শঙ্খৰ খাৰু।

প্ৰঃ অসমীয়া সমাজত তামোল পাণেৰে আদৰণি জনাবৰ বাবে ব্যৱহৃত হোৱা পাত্ৰটোক কি বুলি কোৱা হয়?

উঃ শৰাই।

প্ৰঃ ধাৰাৰ অসমীয়া স্থানীয় নাম কি?

উঃ কঠ।

প্ৰঃ গুৱাহাটীৰ আমবাৰীস্থ খনন কেন্দ্ৰটো কিহৰ বাবে প্ৰসিদ্ধ?

উঃ মৃৎ শিল্পৰ বাবে।

প্ৰঃ অসমৰ গৌৰৱময় সূতাবিধ কি?

উঃ মুগা।

প্ৰঃ অসমৰ দুটা পৰম্পৰাগত কুমাৰ সম্প্ৰদায়ৰ নাম কি?

উঃ কুমাৰ আৰু হীৰা।

অসমৰ হস্তশিল্প কুইজ, Assam Handicraft Quiz

প্ৰঃ লণ্ডণত সংৰক্ষিত অসমৰ তাঁতশালত বনোৱা বৃন্দাবনী বস্ত্ৰখন কোনে বনাইছিল?

উঃ শ্ৰীমন্ত শংকৰদেৱে।

প্ৰঃ অসমৰ শুৱালকুছি কিহৰ বাবে বিখ্যাত?

উঃ পাট আৰু মুগাৰ বস্ত্ৰ শিল্পৰ বাবে বিখ্যাত।

প্ৰঃ কাঠৰ সুন্দৰ খোদন কাৰ্য কৰা শিল্পীসকলক কি বুলি কোৱা হয়?

উঃ খনিকৰ।

প্ৰঃ অসমত কিমান প্ৰজাতিৰ বাঁহ পোৱা যায়?

উঃ অসমত মুঠ 51 প্ৰজাতিৰ বাঁহ পোৱা যায়।

প্ৰঃ অসমৰ সৰ্থেবাৰী কিহৰ বাবে প্ৰসিদ্ধ?

উঃ কাঁহ-পিতলৰ সামগ্ৰীৰ বাবে।

প্ৰঃ ‘অসমৰ শিপিনীয়ে তাঁত শালত সপোন ৰচে।’ – কথাষাৰ কোনে কৈছিল?

উঃ মহামানৱ মহাত্মা গান্ধীয়ে।

প্ৰঃ অসমীয়া মহিলাৰ গৌৰৱময় পোছাক কোনটো?

উঃ মুগাৰ কাপোৰ । ০ ০ ০

অসমৰ হস্তশিল্প কুইজ, Assam Handicraft Quiz

বিজ্ঞপ্তিঃ আমি আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা সত্বেও কিবা ভুল-ভ্রান্তি থাকি যাব পাৰে। আমাৰ প্রিয় সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনালে আমি চিৰ কৃতাৰ্থ হৈ থাকিম। ধন্যবাদ —ৰাব্বি মছৰুৰ 

অসমৰ হস্তশিল্প কুইজ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here