অস্কাৰ ওলাইল্ড
অস্কাৰ ওৱাইল্ড
অস্কাৰ ওৱাইল্ড | Oscar Wild
অস্কাৰ ওৱাইল্ড (Oscar Wild) আছিল এজন আইৰিচ নাট্যকাৰ, ঔপন্যাসিক, গল্পকাৰ, আৰু প্ৰবন্ধকাৰ। তেওঁ ১৮৫৪ চনৰ ১৫ অক্টোবৰত আয়াৰলেণ্ডৰ ৰাজধানী ডাবলিনত জন্ম গ্ৰহণ কৰে।
তেওঁ ডাবলিনৰ ট্ৰিনিটি কলেজ আৰু পাছত কিছুদিন অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ মেগডেলেন কলেজত অধ্যয়ন কৰে। অক্সফোৰ্ডত থকা সময়ছোৱাতে চৌখিন -সাজ-পাৰ, বুদ্ধি-দীপ্ত কথা-বতৰা আৰু কেইটামান সুন্দৰ কবিতা ৰচনাৰ দ্বাৰা তেওঁ লণ্ডনৰ অভিজাত সমাজত জনপ্ৰিয় হয়।
১৮৯৩ চনত তেওঁ সমকামিতাৰ অপৰাধত দণ্ডিত হৈ দুবছৰ কাৰাবাস খাটে। কাৰাবাসৰ পৰা ওলাই আহি তাৰ বিচিত্ৰ অভিজ্ঞতাৰে অস্কাৰ ৱাইল্ডে ৰচনা কৰে ‘দি বেলাড অব্ ৰিডিং জেল’ আৰু ‘দি প্ৰফানডিছ’ । কাৰাগাৰৰ পৰা মুক্তি লাভ কৰি তেওঁ কিছুদিন তেওঁ ইটালী আৰু ফ্রান্সত অতিবাহিত কৰে। ১৯০০ চনৰ ৩০ নৱেম্বৰত মগজুৰ ৰক্তৰণত হৈ পেৰিছত তেওঁৰ মৃত্যু হয়। ০ ০ ০
Read More: বিশ্ব ব্যক্তি পৰিচয়
বি. দ্র. উক্ত ‘অস্কাৰ ওৱাইল্ড | Oscar Wild‘ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান: