Home Biographies অৰ্জুন। Arjun

অৰ্জুন। Arjun

0

অৰ্জুন। Arjun

অৰ্জুন। Arjun

 

অৰ্জুন। Arjun

অৰ্জুন (Arjun)  মহাভাৰতৰ এটি চৰিত্ৰ। মহাভাৰতৰ আখ্যান মতে তেওঁ ইন্দ্ৰৰ ঔৰষত আৰু কুন্তীৰ গৰ্ভত জন্ম গ্ৰহণ কৰে। অৰ্জুনৰ লৌকিক পিতৃ হ’ল পান্ডো। দ্ৰোণাচাৰ্যৰ প্ৰিয়তম শিষ্য অৰ্জুনে ব্রাহ্মণ বেশেৰে দ্ৰৌপদীৰ স্বয়ম্বৰ সভাত উপস্থিত হৈ  লক্ষ্যভেদৰ দ্বাৰা দ্ৰৌপদীক লাভ কৰে। নাগকন্যা উলুপী, মনিপুৰৰ ৰাজকন্যা চিত্ৰাংগদা আৰু শ্ৰীকৃষ্ণৰ ভনীয়েক সুভদ্ৰাক তেওঁ বিয়া কৰায়। অৰ্জুনে দ্ৰোণাচাৰ্যৰ পৰা ব্রহ্মশৰ, গন্ধৰ্বৰাজ অংগাৰপৰ্ণৰ পৰা চাক্ষুষী বিদ্যা, অগ্নিদেৱতাৰ পৰা গাণ্ডীৱ ধনু আৰু মহাদেৱৰ পৰা পাশুপাত অস্ত্ৰ লাভ কৰে। কুৰুক্ষেত্ৰ ৰণৰ পিছত যুধিষ্ঠিৰৰ অশ্বমেধ যজ্ঞৰ ঘোঁৰা লৈ তেওঁ প্ৰাগজ্যোতিষপুৰ, মণিপুৰ প্ৰভৃতি দেশ ভ্ৰমণ কৰিছিল। তেওঁৰ বহুতো নাম আছে। যেনে: ধনঞ্জয়, সব্যসাচী, গুড়াকেশ, জিষ্ণু  ইত্যাদি। ০ ০ ০

Read More: বিশ্ব ব্যক্তি পৰিচয়

বি. দ্র. উক্ত ‘অৰ্জুন । Arjun ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here