Home Quiz আইচ হকী কুইজ 

আইচ হকী কুইজ 

0

আইচ হকী কুইজ

আইচ হকী কুইজ 

 

আইচ হকী কুইজ

আইচ হকী কুইজ

প্ৰঃ  আইচ হকী কোন দেশৰ ৰাষ্ট্ৰীয় খেল?

উঃ কানাডা।

প্ৰঃ এটা আইচ হকী দলত কেইজন খেলুৱৈ থাকে? 

উঃ 6 জন।

প্ৰঃ আইচ হকী খেলা খেল পথাৰক কি বোলে?

উঃ ৰিংক।

প্ৰঃ আইচ হকী খেলত কিমানটা পিৰিয়ড থাকে?

উঃ তিনিটা।

প্ৰঃ আইচ হকীৰ প্ৰতিটো পিৰিয়ডৰ কাল দৈর্ঘ কিমান?

উঃ  বিশ মিনিট।

প্ৰঃ আইচ হকীত ‘পাক’ মানে কি?

উঃ আইচ হকী ডিক্স।

প্ৰঃ ‘পাক’ কিহেৰে তৈয়াৰী?

উঃ ভালকেনাইজড ৰবৰ।

প্ৰঃ পুৰুষৰ আইচ হকী আৰু মহিলাৰ আইচ হকীৰ মাজত মুখ্য পাৰ্থক্যটো কি?

উঃ মহিলাৰ আইচ হকীত নিতম্ব অথবা কান্ধেৰে প্ৰতিপক্ষৰ খেলুৱৈক বাধা প্ৰদান কৰা নিষিদ্ধ। কিন্তু পুৰুষৰ হকীত এনে কৰাত বাধা নাই।

প্ৰঃ IIHF ৰ সম্পূৰ্ণ ৰূপটো কি?

উঃ International Ice Hockey Federation.  0 0 0

আইচ হকী কুইজ

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here