Home Essay আমাৰ বিদ্যালয় ৰচনা | Our School Essay in Assamese

আমাৰ বিদ্যালয় ৰচনা | Our School Essay in Assamese

2
আমাৰ বিদ্যালয় ৰচনা | Our School Essay in Assamese

আমাৰ  বিদ্যালয়

আমাৰ বিদ্যালয় ৰচনা Our School Essay in Assamese

আমাৰ বিদ্যালয়

আমাৰ বিদ্যালয় ৰচনা | Our School Essay in Assamese

আৰম্ভণি: আমাৰ বিদ্যালয়খনৰ নাম কুঁজাৰপীঠ হাই স্কুল। ই বৰেপটা টাউনৰ পৰা দহ কিলোমিটাৰ উত্তৰে  অৱস্থিত।

বিৱৰণ: আমাৰ স্কুলত চাৰিখন বিল্ডিং আছে। প্ৰতিটো বিল্ডিঙত   চাৰিটাকৈ কোঠালী আছে। ইয়াৰ দুটা কোঠালি  শিক্ষকসকলৰ  কমনৰুম হিচাপে,  এটা পুথিভঁৰাল হিচাপে  আৰু এটা পেক্ষাগৃহ হিচাপে  ব্যৱহাৰ কৰা হয়।  প্ৰতিটো ৰুমত ছয়টাকৈ খিড়িকী আৰু দুটাকৈ দৰজা আছে। প্ৰতিটো কোঠালীত সুন্দৰ চিলিং আছে। 

আমাৰ স্কুলত প্ৰায় তিনিশ ছাত্ৰ-ছাত্ৰী আছে।  আমাৰ স্কুলত এটি আহল-বহল খেল-পথাৰো আছে। স্কুলখন ১৯৫২ চনত স্থাপন কৰা হয়। স্কুলখনে ইয়াৰ স্থাপনৰ দিনৰে পৰা বহুত উচ্চ শিক্ষিত নাগৰিকৰ সৃষ্টি কৰি আহিছে।

সামৰণি: মই মোৰ স্কুলক অতি ভাল পাওঁ। এনে সুন্দৰ শৈক্ষিক পৰিবেশ  থকা স্কুলখনৰ ছাত্ৰ হোৱা বাবে  মই গৌৰৱান্বিত। মই ভালদৰে লিখা-পঢ়া কৰি ভাল ফলাফল দেখুৱাই স্কুলখনলৈ গৌৰৱ কঢ়িয়াই  অনাৰ বাবে  চেষ্টা কৰি আছো। ০ ০ ০

আমাৰ বিদ্যালয় ৰচনা 

Read More: অসমীয়া ৰচনা শিক্ষা

আমাৰ বিদ্যালয় ৰচনা 

বি. দ্র. উক্ত ‘আমাৰ বিদ্যালয় ৰচনা | Our School Essay ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত অসমীয়া ৰচনা শিক্ষা গ্রন্থৰ অন্তর্গত। আমাৰ বিদ্যালয় ৰচনা 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

2 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here