Home Kabita আশাপূৰ্ণা দেৱী | Ashapoorna Devi

আশাপূৰ্ণা দেৱী | Ashapoorna Devi

0

আশাপূৰ্ণা দেৱী | Ashapoorna Devi

আশাপূৰ্ণা দেৱী  Ashapoorna Devi 

আশাপূৰ্ণা দেৱী| Ashapoorna Devi

আশাপূৰ্ণা দেৱী | Ashapoorna Devi

আশাপূৰ্ণা দেৱী (Ashapoorna Devi) আছিল এজনী ভাৰতীয় বঙালী কবি আৰু ঔপন্যাসিক। ১৯০৯ চনৰ ৮ জানুৱাৰীত পশ্চিমবংগৰ হুগলী জিলাত এক ৰক্ষণশীল হিন্দু পৰিয়ালত তাইৰ জন্ম হয়। ৰক্ষণশীল পৰিয়ালৰ হোৱা বাবে তাই আনুষ্ঠানিক শিক্ষা লাভৰ পৰা বঞ্চিত হয়। অৱশ্যে সাহিত্যনুৰাগী মাতৃৰ সন্নিধ্যত ঘৰতে গ্ৰন্থ অধ্যয়নৰ স্পৃহা আৰু অভ্যাস গঢ়ি তুলে। ১৩ বছৰ বয়সত এখন শিশু আলোচনীত এটা কবিতা প্ৰকাশেৰে তাই সাহিত্যিক জীৱনৰ আৰম্ভণি কৰে। আজীৱন সাহিত্য সাধনেৰে আশাপূৰ্ণা দেৱীয়ে ১৭৬ খন উপন্যাস, ৩০ খন গল্প সংকলন, ৪৭ খন শিশুপুথি, ২৫ খন অন্যান্য গ্ৰন্থ ৰচনা কৰি বাংলা তথা ভাৰতীয় সাহিত্যলৈ অভূতপূৰ্ব   বৰঙণি আগবঢ়াইছে  । ১৯৭৬ চনত ‘প্ৰথম প্ৰতিশ্ৰুতি’ উপন্যাসৰ বাবে তাই জ্ঞানপীঠ বঁটা লাভ কৰে। ১৯৯৫ চনৰ ১৩ জুলাইত আশাপূৰ্ণা দেৱীৰ মৃত্যু হয়। ০ ০ ০

বি. দ্র. উক্ত ‘আশাপূৰ্ণা দেৱী | Ashapoorna Devi ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here