Home Quiz এথলেটিছ্ কুইজ ‌

এথলেটিছ্ কুইজ ‌

0

এথলেটিছ্ কুইজ

এথলেটিছ্ কুইজ

 

এথলেটিছ্ কুইজ

এথলেটিছ্ কুইজ

প্ৰঃ কোন চনত ভাৰতত প্ৰথমবাৰৰ বাবে ক্ৰীড়া হিচাপে এথলেটিকছৰ সূচনা হয়?

উঃ 1924 চনত।

প্ৰঃ কমনৱেলথ গেমছৰ ইতিহাসত এথলেটিকছত সোণৰ পদক পোৱা প্ৰথম ভাৰতীয় মহিলা গৰাকী কোন?

উঃ অন্জু  ববী জৰ্জ।

প্ৰঃ AAFI -ৰ সম্পূৰ্ণ ৰূপটো কি?

উঃ Amateur Athletics Federation of India.

প্ৰঃ এছিয়াডত সোণৰ পদক পোৱা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন?

উঃ কলমজিৎ সান্ধু।

প্ৰঃ আচাফা পাৱেলক ‘পৃথিৱীৰ দ্ৰুততম মানৱ’ ৰূপে জনা যায়? তেওঁ কোন দেশৰ নাগৰিক?

উঃ ৱেষ্ট ইণ্ডিজ।

প্ৰঃ পায়লি এক্সেপছ’ নামে জনাজাত মহিলা এথলীট গৰাকীৰ নাম কি?

উঃ পি টি ঊষা।

প্ৰঃ ইন্দোনেচিয়ানসকলে পি টি ঊষাক এটি উপনাম দিছিল? সেই উপনামটো কি?

উঃ সোণ উদ্যোগ।

প্ৰঃ এগৰাকী আন্তৰ্জাতিক খ্যাতিসম্পন্ন এথলিটৰ নাম ‘ডেলে থমছন’। তেওঁৰ আচল নাম কি?

উঃ ফ্রেন্সিছ মৰ্গেন থম্‌পছন।

প্ৰঃ  ষ্টেণ্ডাৰ্ড এথলেটিক ট্রেকৰ ৰিলে বিনিময় মণ্ডলৰ দৈর্ঘ্য কিমান হোৱা উচিত?

উঃ 20 মিটাৰ।

প্ৰঃ এক ব্যতিক্ৰমী দৌৰ প্ৰতিভাৰ বাবে  মিলখা সিঙে পশ্চিমীয়া দেশৰ সংবাদ মাধ্যমৰ পৰা এক উপাধি পাইছিল। উপাধিটো কি আছিল?

উঃ দি ফ্লাইং শিখ।

প্ৰঃ প্ৰখ্যাত এথলীট ফ্লোৰেন্স গ্ৰিফিথ জয়নাৰৰ উপনাম কি?

উঃ ফ্লো-জ’।

প্ৰঃ  ‘দি চেক ল’কমটিভ’ বুলি জনাজাত এথলীট গৰাকীৰ নাম কি?

উঃ এমিল জেটঅপেক। 

প্ৰঃ অলিম্পিকত মাৰাথন দৌৰক অন্তৰ্ভূক্ত কৰিবলৈ কোনে প্ৰস্তাৱ উত্থাপন কৰিছিল?

উঃ মাইকেল ব্রেল।

প্ৰঃ কোনখন অলিম্পিকত পোন প্ৰথম মাৰাথন দৌৰক অন্তৰ্ভূক্ত কৰা হৈছিল?

উঃ 1896 চনৰ এথেন্স অলিম্পিকত।

প্ৰঃ 10 চেকেণ্ডত 100 মিটাৰ দৌৰ সম্পূৰ্ণ কৰা প্ৰথম এথলীট গৰাকীৰ নাম কি?

উঃ জিম হাইনছ।

এথলেটিছ্ কুইজ

প্ৰঃ কোনজন এথলীটক ‘পকেট হাৰকিউলিছ’ ৰূপে জনা যায়?

উঃ নেইম চুলেমানলু।

প্ৰঃ ভাৰতৰ প্ৰথম গৰকী মহিলা এথলীট কোন?

উঃ মেৰি লীলা ৰাও।

প্ৰঃ পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় এথলীটৰ নাম কি?

উঃ মিলখা সিং।

প্ৰঃ প্ৰথম বিশ্ব ট্রেক আৰু ফিল্ড ইভেন্ট চেম্পিয়নশ্বিপ ক’ত অনুষ্ঠিত হৈছিল?

উঃ হেছিনকিত।

প্ৰঃ  1960 চনত অলিম্পিক খেলত এগৰাকী ভাৰতীয় এথলীটে অলিম্পিক অভিলেখ ভংগ কৰিছিল। তথাপি তেওঁ পদক লাভ কৰা নাছিল। তেওঁৰ নাম কি?

উঃ মিলখা সিং।

প্ৰঃ প’ল ভল্টিঙত তেওঁ নিজৰেই অভিলেখ 34 বাৰ ভংগ কৰে। তেওঁৰ নামটো কি?

উঃ চাৰ্গেই বাব্‌কা।

 প্ৰঃ বিশ্ব ডিছকাছ  থ্ৰ’ৰ¸ চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলাৰ নাম কি?

উঃ সীমা এন্টিল।

প্ৰঃ  2004 চনৰ এথেন্স অলিম্পিকত মহিলাৰ প’ল ভল্টত সোণৰ পদক পোৱা মহিলা গৰাকীৰ নাম কি?

উঃ এলনা চিনবায়েডা।

প্ৰঃ 2004 চনৰ এথেন্স অলিম্পিকত পুৰুষৰ মাৰাথন দৌৰত সোণৰ পদক লাভ কৰা এথলীট গৰাকী কোন?

উঃ ষ্টেফেনো বালডিনি (ইটালী)।

প্ৰঃ অলিম্পিক ইভেন্টৰ ফাইনেলত উপনীত হোৱা প্ৰথম  ভাৰতীয় মহিলা গৰাকী কোন?

উঃ পি টি ঊষা।

প্ৰঃ  2003 চনৰ ৰাজীব গান্ধী খেলৰত্ন বঁটা কোনে লাভ কৰিছিল?

উঃ অন্জু বেবী জৰ্জ।। 0 0 0

এথলেটিছ্ কুইজ

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ

এথলেটিছ্ কুইজ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here