এশ গৰু মাৰিলে বাঘৰো মৰণ-ভাব সম্প্রসাৰণ
এশ গৰু মাৰিলে বাঘৰো মৰণ
এশ গৰু মাৰিলে বাঘৰো মৰণ—ভাব সম্প্রসাৰণ | Asho Garu Marile Baghro Maran
অতি অন্যায়ৰ পৰিণতি যে বেয়া হয় তাকে বুজাবলৈ উক্ত প্ৰবচনটি ব্যৱহাৰ কৰা হয়।
গৰু-ম’হ বাঘৰ খাদ্য। সিহঁতে গৰু -ম’হ চিকাৰ কৰি সেইবোৰৰ মাংস ভক্ষণ কৰি জীয়াই থাকে। গৰু-ম’হ বাঘৰ খাদ্য যদিও বাঘে যদি প্ৰায়োজনতকৈ অধিক গৰু মাৰি পেলায়, তেন্তে তেনে কাৰ্যই বাঘৰ বিপদ মাতি আনে। কাৰণ প্ৰয়োজনতকৈ অধিক গৰু মাৰিলে এটা সময়ত গৰু শেষ হৈ যাব, তেতিয়া সি চিকাৰ কৰিবলৈ কোনো গৰু নাপাই নেখাই মৰিব লাগিব। নাইবা কৃষকৰ পোহনীয়া গৰু অধিক মাৰিলে এটা সময়ত সমাজৰ আটাইবোৰ কৃষকে মিলি বাঘকো মাৰি পেলাব পাৰে। সেয়ে বেয়া মানুহে যদি মানুহৰ হাক-বচন নামানি বেয়া কাম বা দুষ্কার্যবোৰ সদায় কৰি থাকে, তেন্তে মানুহে তেওঁৰ ওপৰত বিতুষ্ট হৈ উঠে। 0 0 0
এশ গৰু মাৰিলে বাঘৰো মৰণ —ভাব সম্প্রসাৰণ | Asho Garu Marile Baghro Maran
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান: