Home Culture কৰম পৰব। Karam  Parba 

কৰম পৰব। Karam  Parba 

0

কৰম পৰব। Karam  Parba

কৰম পৰব। Karam  Par

কৰম পৰব। Karam  Parba

কৰম পৰব টো হ’ল অসমৰ চাহ বাগিছাৰ লোকসকলে পালন কৰা উৎসৱ। ই এক কৃষি উৎসৱ। এই উৎসৱত পূজাৰ আয়োজন কৰা হয় আৰু পূজাৰ তিনিদিন আগতে জীয়ৰী-বোৱাৰীহঁতে ঢোল, বাঁহী, মাদল আদি বাদ্য বজাই  নদীৰ ঘাটলৈ গৈ আৰতি কৰি নদীৰ পাৰত বা পথাৰত মাহ, সৰিয়হ আদি সিঁচি থৈ আহে।  কিছুমান ভক্তই উপবাসে থাকে আৰু সন্ধিয়া সময়ত পৰোহিতৰ পৰা কৰম পৰ্বৰ কাহিনী শুনে। লগে লগে ঝুমুৰ নাচো নাচে।   0 0 0.

বিঃ দ্রঃ উক্ত  ৰচনাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘বিবিধ তথ্য‘ গ্রন্থৰ পৰা লোৱা হৈছে।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here