গাওঁ একাধাৰে নগৰৰ জনক-জননী
গাওঁ একাধাৰে নগৰৰ জনক-জননী — ভাব সম্প্রসাৰণ
মানুহে সমাজ পাতি বসবাস কৰাৰ লগে লগে গাওঁৰ জন্ম হৈছে বুলি কোৱা হয়। গাওঁৰ তুলনাত নগৰ হৈছে বহু যুগৰ পিছৰ সৃষ্টি। নগৰ সৃষ্টিত গাওঁৰ মানুহেই আগভাগ লয়। উদ্যোগ বা চৰকাৰী অফিচ আদালত আদিৰ ওপৰত ভিত্তি কৰি নগৰৰ সৃষ্টি হয়। পিছত চাকৰিজীৱি আৰু উদ্যোগৰ লগত জড়িত মানুহে নগৰৰ জন্ম দিয়ে। নগৰত সাধাৰণতে সা-সুবিধা বেছি থাকে যদিও নগৰৰ মানুহে ইয়াৰ প্ৰয়োজনীয় কেঁচা সামগ্ৰী, খাদ্য বস্তু আদিৰ বাবে গাওঁৰ ওপৰতেই নিৰ্ভৰ কৰিব লগা হয়। কাৰণ গাওঁ অঞ্চলতহে কৃষিজাত সামগ্ৰী উৎপাদন কৰা হয়। গাওঁ অঞ্চলৰ মানুহে যদি সিহঁতৰ উৎপাদিত সামগ্ৰী চহৰলৈ ৰপ্তানি নকৰে, তেন্তে চহৰ অঞ্চলৰ মানুহে প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ অভাৱত মৰি যাব। তেতিয়া চহৰৰ কোনো অস্তিত্ব নাথাকিব। আনহাতে গাওঁৰ মানুহেহে দেশৰ ঐতিহ্য, পৰম্পৰা, কৃষ্টি, সভ্যতা আদি ধৰি ৰাখিব পাৰে। নগৰ অঞ্চলত ভিন ভিন ঠাইৰ মানুহ আহি বাস কৰে বাবে সিহঁতে নিজৰ নিজৰ কৃষ্টি-সভ্যতা ধৰি ৰাখিব নোৱাৰে।
সেয়ে গাওঁক নগৰৰ ‘জনক-জননী’ অৰ্থাৎ পিতৃ-মাতৃ বুলি কোৱা হয়। কথাষাৰৰ যথাৰ্থতা আছে। 0 0 0
গাওঁ একাধাৰে নগৰৰ জনক-জননী — ভাব সম্প্রসাৰণ
গাওঁ একাধাৰে নগৰৰ জনক-জননী
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান:
- অসমীয়া কবিতা
- সাহিত্য সমালোচনা
- অসমীয়া কবিতাৰ ইতিহাস
- অসমীয়া ব্যাকৰণ
- ভাব সম্প্রসাৰণ
- Assamese Essays