আপুনি যদি ‘পৃথিৱীৰ ভূগোল কুইজ‘ বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । ইয়াত পৃথিৱীৰ ভূগোল কুইজ সম্পর্কে বিভিন্ন উৎসৰ পৰা আমি কুইজবোৰ সংগ্রহ কৰিছোঁ আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ পাঠকসমাজে কুইজবোৰ ভাল পাব ।
পৃথিৱীৰ ভূগোল কুইজ
পৃথিৱীৰ ভূগোল কুইজ
প্ৰঃ পৃথিৱীৰ সৰ্বমুঠ মাটিকালিৰ পৰিমাণ কিমান?
উঃ 51,01,00,500 বৰ্গ কিলোমিটাৰ।
প্ৰঃ পৃথিৱীৰ বয়স কিমান?
উঃ 450 কৌটি বছৰ প্ৰায়।
প্ৰঃ পৃথিৱীৰ বিষুৱীয় পৰিধি কিমান?
উঃ 40,067 কিলোমিটাৰ (পূৱা-পশ্চিমাকৈ)।
প্ৰঃ পৃথিৱীৰ মেৰু পৰিধি কিমান?
উঃ 40,000 কিলোমিটাৰ (উত্তৰা-দক্ষিণাকৈ)।
প্ৰঃ পৃথিৱীৰ মেৰু সংযোগী ব্যাস কিমান?
উঃ 12,714 কিলোমিটাৰ।
প্ৰঃ পৃথিৱীৰ ব্যাস কিমান?
উঃ 12,754 কিলোমিটাৰ।
প্ৰঃ পৃথিৱীৰ স্থলভাগৰ কালি কিমান?
উঃ 14,89,50,800 বৰ্গ কিলোমিটাৰ।
পৃথিৱীৰ ভূগোল কুইজ
প্ৰঃ পৃথিৱীৰ জলভাগৰ কালি কিমান?
উঃ 36,11,49,700 বৰ্গ কিলোমিটাৰ।
প্ৰঃ পৃথিৱীৰ ঘনত্ব কিমান?
উঃ 5.517 (পানীৰ ঘনত্বক এক ধৰি)।
প্ৰঃ পৃথিৱীৰ মুঠ ভূ-পৃষ্ঠৰ জলভাগ কিমান?
উঃ 70.08 শতাংশ।
প্ৰঃ পৃথিৱীৰ আয়তন কিমান?
উঃ 1,083,208,840,000 ঘন কিলোমিটাৰ।
প্ৰঃ পৃথিৱীৰ ভৰ কিমান?
উঃ 5.88 × 1021 টন।
প্ৰঃ পৃথিৱীৰ মুঠ ভূ-পৃষ্ঠৰ স্থলভাগ কিমান?
উঃ 29.92 শতাংশ।
প্ৰঃ পৃথিৱীৰ পৰিভ্ৰমণ কাল কিমান?
উঃ 365 দিন 6 ঘন্টা 9 মিনিট 10 চেকেণ্ড।
প্ৰঃ সূৰ্যৰ পৰা পৃথিৱীৰ গড় দূৰত্ব কিমান?
উঃ 14.96 কৌটি কিলোমিটাৰ।
প্ৰঃ পৃথিৱীৰ কক্ষপথৰ বেগ কিমান?
উঃ 29.8 কিলোমিটাৰ প্ৰতি চেকেণ্ড।
প্ৰঃ পৃথিৱীৰ আৱৰ্তন কাল কিমান?
উঃ 23 ঘন্টা 56 মিনিট 4.01 চেকেণ্ড।
প্ৰঃ পৃথিৱীয়ে সূৰ্য তলৰ সৈতে কৰা কোণ কিমান?
উঃ 23 ½ ডিগ্ৰী।
প্ৰঃ পৃথিৱীৰ মেৰুদণ্ডই কক্ষতলৰ সৈতে কৰা কোণ কিমান?
উঃ 66 ½ ডিগ্ৰী।
প্ৰঃ পৃথিৱীৰ মহাদেশ কেইখন?
উঃ 7 খন।
প্ৰঃ পৃথিৱীৰ মহাসাগৰ কেইখন?
উঃ 5 খন।
পৃথিৱীৰ ভূগোল কুইজ
প্ৰঃ পৃথিৱীৰ মুঠ দেশ কেইখন?
উঃ 196 খন (2013 চনৰ পৰিসংখ্যা অনুসৰি)।
প্ৰঃ পৃথিৱীৰ ভূপৃষ্ঠত সূৰ্যৰ ৰশ্মি পৰিবলৈ কিমান সময় লাগে?
উঃ 8 মিনিট 18 চেকেণ্ড।
প্ৰঃ পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব কিমান?
উঃ 3,84,400 কিলোমিটাৰ।
প্ৰঃ পৃথিৱীৰ উপগ্ৰহ কেইটা?
উঃ 1 টা।
প্ৰঃ পৃথিৱীৰ উপগ্ৰহটোৰ নাম কি?
উঃ চন্দ্ৰ।
প্ৰঃ পৃথিৱীৰ গতি কেইটা আৰু কি কি?
উঃ পৃথিৱীৰ গতি দুটা- আহ্নিক গতি আৰু বাৰ্ষিক গতি।
প্ৰঃ বছৰৰ দীঘল দিন কোনটো?
উঃ 21 জুন।
প্ৰঃ পৃথিৱীৰ চুটি দিন কোনটো?
উঃ 22 ডিচেম্বৰ।
প্ৰঃ বছৰৰ কোনটো দিনত দিন-ৰাতি সমান হয়?
উঃ 21 মাৰ্চ আৰু 23 চেপ্তেম্বৰ।
প্ৰঃ পৃথিৱীৰ আটাইতৰক ডাঙৰ মহাদেশ কোনখন?
উঃ এচিয়া।
প্ৰঃ পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰ দেশ কোনখন ?
উঃ ভেটিকান চিটি।
প্ৰঃ পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰ মহাদেশ কোনখন?
উঃ অষ্ট্ৰেলিয়া।
প্ৰঃ পৃথিৱীৰ আটাইতকৈ শেহতীয়া দেশ কোনখন?
উঃ দক্ষিণ চুডান (2011)। ০ ০ ০
Geography of the Earth Quiz
Q. What is the total area of the Earth?
A. 51,01,00,500 sq. km.
Q. How old is the Earth?
A. About 450 billion years.
Q. What is the equatorial circumference of the Earth?
A. 40,067 km (east-west).
Q. What is the polar circumference of the Earth?
A. 40,000 km (north-south).
Q. What is the diameter of the Earth’s poles?
A. 12,714 km.
Q. What is the diameter of the earth?
A. 12,754 km.
Q. What is the surface area of the Earth?
A. 14,89,50,800 sq. km.
Geography of the Earth Quiz
Q. What is the area of the Earth’s water table?
A. 36,11,49,700 sq. km.
Q. What is the density of the Earth?
A. 5.517 (taking the density of water as one).
Q. What is the total surface water area of the Earth?
A. 70.08 per cent.
Q. What is the volume of the Earth?
A. 1,083,208,840,000 cubic kilometers.
Q. What is the mass of the Earth?
A. 5.88 × 1021 tonnes.
Q. What is the total land area of the Earth?
A. 29.92 per cent.
Q. What is the orbital period of the Earth?
A. 365 days 6 hours 9 minutes 10 seconds.
Q. What is the average distance of the Earth from the Sun?
A. 14.96 crore km.
Q. What is the orbital velocity of the earth?
A. 29.8 km per second.
Q. What is the period of the Earth’s rotation?
A. 23 hours 56 minutes 4.01 seconds.
Q. What is the angle the earth makes with the sun?
A. 23 1⁄2 degrees.
Q. What is the angle the Earth’s spine makes with the orbital plane?
A. 66 1⁄2 degrees.
Q. How many continents are there in the world?
A. 7 countries.
Q. How many oceans are there in the world?
A. 5 countries.
Geography of the Earth Quiz
Q. How many countries are there in the world?
A. 196 (as of 2013).
Q. How long does it take for the sun’s rays to reach the Earth’s surface?
A. 8 minutes 18 seconds.
Q. What is the distance of the Moon from the Earth?
A. 3,84,400 km.
Q. How many satellites of the Earth?
A. 1.
Q. What is the name of the Earth satellite?
A. The moon.
Q. What are the other motions of the Earth?
A. There are two motions of the Earth – diurnal motion and annual motion.
Q. Which is the longest day of the year?
A. June 21st.
Q. Which is the shortest day in the world?
A. 22 December.
Q. On which day of the year is day and night equal?
A. 21 March and 23 September.
Q. Which is the largest continent in the world?
A. Asia.
Q. Which is the smallest country in the world?
A. Vatican City.
Q. Which is the smallest continent in the world?
A. Australia.
Q. Which is the most recent country in the world?
A. South Sudan (2011).0 0 0
পৃথিৱীৰ ভূগোল কুইজ
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
পৃথিৱীৰ ভূগোল কুইজ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:
- ভূগোল কুইজ
- সাহিত্য কুইজ
- আৱিষ্কাৰ কুইজ
- পদার্থ বিজ্ঞান কুইজ
- ৰসায়ন বিজ্ঞানৰ কুইজ
- জীবন বিজ্ঞান কুইজ
- অসমীয়া চলচিত্ৰৰ কুইজ
- ভাৰতৰ ইতিহাস সাধাৰণ জ্ঞান
- ধৰ্ম কুইজ ..