Home Amplification বাছি খাবা জাগি শুবা–ভাব সম্প্ৰসাৰণ | Bachi Khaba Jagi Shuba

বাছি খাবা জাগি শুবা–ভাব সম্প্ৰসাৰণ | Bachi Khaba Jagi Shuba

বাছি খাবা জাগি শুবা

0

বাছি খাবা জাগি শুবা-ভাব সম্প্ৰসাৰণ

বাছি খাবা জাগি শুবা

 

বাছি খাবা জাগি শুবা

বাছি খাবা জাগি শুবা—ভাব সম্প্ৰসাৰণ | Bachi Khaba Jagi Shuba

সকলো কামতে সতৰ্কতা অৱলম্বন কৰা প্ৰসংগত উক্ত কথাফাঁকি কোৱা হয়।

আমাৰ সমাজত চোৰৰ বৰ ভয়। চোৰে ৰাতি ঘৰত সিন্ধি দি গৃৰ্হস্থ্যৰ ঘৰৰ বস্তু-সামগ্ৰী চোৰ কৰি লৈ যায়। চোৰৰ পৰা হাত সাৰাৰ প্ৰধান উপায় হৈছে  সতৰ্কহৈ থকা। গৃৰ্হস্থ্যই যদি সতৰ্ক হৈ থাকে, তেন্তে  চোৰে ঘৰত সোমবলৈ ভয় কৰে। অৰ্থাৎ সতৰ্ক হৈ থাকিলে চোৰে বস্তু-সামগ্ৰী চোৰ কৰিব নোৱাৰে। সেইদৰে আমাৰ জীয়াই থাকিবলৈ খাদ্যৰ প্ৰয়োজন। খাদ্যৰ দ্বাৰা আমাৰ শৰীৰৰ পুষ্টি সাধন হয়। কিন্তু আমাৰ খাদ্যৰ প্ৰয়োজন বুলিয়েই বাচ-বিচাৰ নকৰাকৈ খালে আমাৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। কেতিয়াবা বদ হজম হৈ শৰীৰত নানান বেমাৰ আজাৰৰ সৃষ্টি হয়।

গতিকে আমি যিকোনো কামতে সতৰ্ক হৈ থাকিলে বহুতো অসুবিধাৰ পৰা হাতৰ সাৰিব পাৰি। 0 0 0

বাছি খাবা জাগি শুবা — ভাব সম্প্ৰসাৰণ | Bachi Khaba Jagi Shuba

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

 

 

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here