বিজ্ঞান জগতত মুছলমান কুইজ
বিজ্ঞান জগতত মুছলমান কুইজ
বিজ্ঞান জগতত মুছলমান কুইজ
প্ৰঃ “মানুহৰ সৰ্বশ্রেষ্ঠ আৱিষ্কাৰ হৈছে আল্লাহক আৱিষ্কাৰ কৰা আৰু শ্রেষ্ঠ আৱিষ্কাৰক হৈছে সেইজন যিজনে আল্লাহক আৱিষ্কাৰ কৰিছে।” কথাষাৰ কোনে কৈছিল?
উঃ নবেল বঁটা বিজয়ী ভাৰতৰ বৈজ্ঞানিক চাৰ চন্দ্ৰশেখৰ।
প্ৰঃ ৰসায়ন বিজ্ঞানৰ জনক কোন?
উঃ জাবিৰ ইবনে হাইয়ান।
প্ৰঃ বিজ্ঞান জগতলৈ জাবিৰ ইবনে হাইয়ানৰ অৱদান কি কি?
উঃ ইস্পাত, মামৰ ৰোধক বাৰ্নিচ, চৰ্মৰঞ্জন, চুলিৰ কলপ, ছালফাউৰিক এছিড, নাইট্ৰিক এছিড, এলকোহল, বাৰুদ, বোমা আদিৰ আৱিষ্কাৰ।
প্ৰঃ তুলট কাগজ সৰ্বপ্ৰথম কোনে আৱিষ্কাৰ কৰিছিল?
উঃ ইউছুফ বিন ওমৰ।
প্ৰঃ পৃথিৱীত সৰ্বপ্ৰথম কোনে পানী বৰফলৈ ৰূপান্তৰ কৰা কৌশল উলিয়ায়।
উঃ আৰ ৰাজী।
প্ৰঃ মেঙ্গানিজ ডাই অক্সাইডৰ পৰা কোনে সৰ্বপ্ৰথম কাঁচ তৈয়াৰ কৰে?
উঃ আৰ ৰাজী।
প্ৰঃ সৰ্বপ্ৰথম মানৱ জাতিক কোনে অক্ষৰ জ্ঞান দিয়ে?
উঃ হজৰত ইদ্ৰিছ (আঃ)।
প্ৰঃ বিশ্বত সৰ্বপ্ৰথম বিশ্বকোষ কোনে ৰচনা কৰে?
উঃ আবু মুছা জাবিৰ ইবনে হাইহান।
প্ৰঃ জ্যামিতিৰ আৱিষ্কাৰক কোন?
উঃ নাছিৰুদ্দিন তুসী।
প্ৰঃ বীজ গণিত আৰু গণিত বিজ্ঞানৰ জন্মদাতা কোন?
উঃ আল খাওৱাৰিজমী।
প্ৰঃ অংক শাস্ত্ৰত শূন্যৰ আৱিষ্কাৰক কোন?
উঃ আল খাওৱাৰিজমী।
প্ৰঃ সৰ্বপ্ৰথম পৃথিৱৱীৰ আকৃতি গোলাকাৰ বুলি কোনে প্ৰমাণ কৰে?
উঃ শাকিৰ বিন মুছা, নৱম শতিকা।
প্ৰঃ সৰ্বপ্ৰথম পৃথিৱীৰ দীঘ আৰু প্ৰস্থ কোনে পৰিমাপ কৰে?
উঃ শাকিৰ বিন মুছা।
প্ৰঃ কোনে প্ৰথমে পৃথিৱীৰ মানচিত্ৰ অংকন কৰে?
উঃ শাকিৰ বিন মুছা।
প্ৰঃ দিক নিৰ্ণয় যন্ত্ৰ (কম্পাচ) কোনে আৱিষ্কাৰ কৰে?
উঃ আহমদ ইবনে মাজিদ।
প্ৰঃ দূৰবীণ কোনে আৱিষ্কাৰ কৰে?
উঃ আবুল হাছান, নৱম শতিকা।
প্ৰঃ কোনে সৰ্বপ্ৰথম বন্দুক তৈয়াৰ কৰে?
উঃ হাছান অৰ ৰমৰাহ।
বিজ্ঞান জগতত মুছলমান কুইজ
প্ৰঃ কেতিয়া ঘড়ী উদ্ভাৱন হয়?
উঃ খলিফা অলিদৰ সময়ত, অষ্টম শতিকা।
প্ৰঃ বিশ্বৰ সৰ্বপ্ৰথম ক’ত মান মন্দিৰ তৈয়াৰ হয়?
উঃ আৰব জ্যোৰ্তিবিজ্ঞানী হাজ্জাজ বিন মাছাৰ আৰু হুছাইন বিন ইছহাক নামৰ দুজন বৈজ্ঞানিকে বাগদাদত মান মন্দিৰ তৈয়াৰ কৰে, নৱম শতিকাত।
প্ৰঃ কোনো ব্যক্তিৰ এবাৰ বসন্ত ৰোগ হ’লে তেওঁৰ জীৱন কালত দ্বিতীয়বাৰ এই ৰোগ নহয় বুলি কোনে আৱিষ্কাৰ কৰে?
উঃ আৰ ৰাজী। বিজ্ঞান জগতত মুছলমান
প্ৰঃ তাপ যন্ত্ৰ বা এয়াৰ থাৰ্মোমিটাৰ কোনে আৱিষ্কাৰ কৰে?
উঃ আবু আলি ছীনা।
প্ৰঃ কোনে প্ৰথমে তেজ সঞ্চালনৰ ব্যাখ্যা আগবঢ়ায় ?
উঃ ইবনে নাফিল।
প্ৰঃ চিকিৎসা বিজ্ঞানৰ জনক কোন?
উঃ আবু আলি ছীনা।
প্ৰঃ বৰ্গমূল আৰু ঘনমূলৰ সূত্ৰ কোনে আৱিষ্কাৰ কৰে?
উঃ ওমৰ খৈয়াম।
প্ৰঃ ৰাশিচক্ৰ আৰু 365 দিনত যে এবছৰ হয় সেয়া কোনে আৱিষ্কাৰ কৰে?
উঃ শাকিৰ বিন মুছা।
প্ৰঃ কোনে চুম্বক আৱিষ্কাৰ কৰে?
উঃ হজৰত দাউদ (আঃ)। 0 0 0
বিজ্ঞান জগতত মুছলমান কুইজ
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
বিজ্ঞান জগতত মুছলমান
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:
- চিকিৎসা বিজ্ঞান
- মছজিদ
- মাদ্রাছা
- জাকাত
- Jakat
- ওমৰ ফাৰুক
- হজৰত মহম্মদ
- ইছলামৰ পয়গম্বৰ
- হজৰত ইব্রাহিম
- হজৰত আদম
- নবী শব্দের অর্থ
- ইসমালিক কুইজ
- আল্লাহ
- বিশ্ব কুইজ