Home Amplification বিদ্যা মানৱ মনৰ দীপ্তি, তাৰ ৰশ্মিৰ পোহৰত কাম কৰি মানুহে ধন,...

বিদ্যা মানৱ মনৰ দীপ্তি, তাৰ ৰশ্মিৰ পোহৰত কাম কৰি মানুহে ধন, মান আৰু যশস্যা লাভ কৰে — ভাব সম্প্ৰসাৰণ | Bidya Manab Manar Dipti

বিদ্যা মানৱ মনৰ দীপ্তি

0

বিদ্যা মানৱ মনৰ দীপ্তি, তাৰ ৰশ্মিৰ পোহৰত কাম কৰি মানুহে ধন, মান আৰু যশস্যা লাভ কৰে-ভাব সম্প্ৰসাৰণ

বিদ্যা মানৱ মনৰ দীপ্তি

 

বিদ্যা মানৱ মনৰ দীপ্তি, তাৰ ৰশ্মিৰ পোহৰত কাম কৰি মানুহে ধন, মান আৰু যশস্যা লাভ কৰে

বিদ্যা মানৱ মনৰ দীপ্তি, তাৰ ৰশ্মিৰ পোহৰত কাম কৰি মানুহে ধন, মান আৰু যশস্যা লাভ কৰে — ভাব সম্প্ৰসাৰণ | Bidya Manab Manar Dipti

উক্ত কথাফাঁকিৰ জৰিয়তে বিদ্যা লাভ কৰাৰ গুৰুত্ব তথা তাৎপৰ্যৰ বিষয়ে কোৱা হৈছে। মানুহে জন্মৰ সময়তে ধন, মান, প্ৰতিভা বা যশস্যা লৈ জন্ম গ্ৰহণ নকৰে। এইবোৰ মানুহে অৰ্জনহে কৰিব লাগে। ধন, মান, যশস্যা আদি লাভ কৰাৰ মূলতে হৈছে বিদ্যা। বিদ্যাৰ দ্বাৰা  মানুহে নিজৰ প্ৰতিভা বিকাশ আৰু প্ৰকাশ কৰিবলৈ সক্ষম হয়। বিদ্যাই মানুহৰ কৰ্মকুশলতা বৃদ্ধি কৰে।  বিদ্যাই মানুহক সুবিবেচক  হ’বলৈ শিকায়। ভাল-বেয়া বিচাৰ কৰিবলৈ শিকায়। বিদ্যাই মানুহৰ কৰ্ম শক্তিক উৎসাহ, উদ্যম আৰু অনুপ্ৰেৰণা যোগায়। ফলত মানুহে কৰ্মত সফলতা লাভ কৰিব পাৰে। কৰ্মৰ সফলতাই ব্যক্তি জীৱনলৈ মান সন্মান, যশস্যা, সামাজিক প্রতিষ্ঠা  আদি কঢ়িয়াই আনে। সেয়ে মানুহে বিদ্যা নামৰ ধন উপাৰ্জন কৰিবলৈ আহোপুৰুষাৰ্থ কৰা উচিত। 0 0 0

বিদ্যা মানৱ মনৰ দীপ্তি, তাৰ ৰশ্মিৰ পোহৰত কাম কৰি মানুহে ধন, মান আৰু যশস্যা লাভ কৰে — ভাব সম্প্ৰসাৰণ | Bidya Manab Manar Dipti

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here