Home Knowledge বিভিন্ন ক্ষেত্ৰত ভাৰতৰ প্ৰথম

বিভিন্ন ক্ষেত্ৰত ভাৰতৰ প্ৰথম

0

বিভিন্ন ক্ষেত্ৰত ভাৰতৰ প্ৰথম

বিভিন্ন ক্ষেত্ৰত ভাৰতৰ প্ৰথম

 

বিভিন্ন ক্ষেত্ৰত ভাৰতৰ প্ৰথম

বিভিন্ন ক্ষেত্ৰত ভাৰতৰ প্ৰথম

ক্ষেত্ৰ————ব্যক্তিৰ নাম/ঘটনাৰ চন/তাৰিখ             

স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি—-ৰাজেন্দ্ৰ প্ৰসাদ 

স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি—-সৰ্বপল্লী ৰাধাকৃষ্ণণ 

স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী—-জৱাহৰলাল নেহৰু

ভাৰতৰ প্ৰথম উপ-প্ৰধান মন্ত্ৰী—-চৰ্দাৰ বল্লভভাই পেটেল

লোকসভাৰ প্ৰথম অধ্যক্ষ—- জি ভি মাৱলংকাৰ

প্ৰথম মুখ্য নিৰ্বাচনী আয়ুক্ত—-সুকুমাৰ সেন

ভাৰতৰ প্ৰথম বায়ু সেনা বিভাগৰ প্ৰধান—-এয়াৰ মাৰ্ছাল থমাচ এমহিষ্ট।

ভাৰতৰ প্ৰথম নৌ বাহিনীৰ প্ৰধান—-এডমিৰেল আৰ জি কাটাৰি।

প্ৰথম আৰু একমাত্ৰ ভাৰতীয় গৱৰ্ণৰ জেনেৰেল—-চি ৰাজাগোপালাচাৰী।

দক্ষিণ মেৰুত পদাৰ্পন কৰা প্ৰথম ভাৰতীয—-কৰ্ণেল জে কে বাজাজ।

ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম ভাৰতীয়—-মিহিৰ সেন।

এভাৰেষ্ট শৃঙ্গ বিজয়ী প্ৰথম ভাৰতীয়—-টেনজিং নৰ্গে।

ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম ভাৰতীয় মহিলা—-আৰতি সাহা।

‘ভাৰত ৰত্ন’ পোৱা প্ৰথম ভাৰতীয়—-সৰ্বপল্লী ৰাধাকৃষ্ণণ, চক্ৰৱৰ্তীৰাজা গোপালাচাৰী, চন্দ্ৰশেখৰ ভেংকটৰমন।

উচ্চ ন্যায়ালয়ৰ প্ৰথম ভাৰতীয় মুখ্য ন্যায়াধীশ—- ছাদি লাল।

প্ৰথম ভাৰতীয় চাৰ্কাছ—-ছাত্ৰে চাৰ্কাছ।

ভাৰতত প্ৰথম ধাতুৰ প্ৰচলন কৰা হয় —- 6 খ্ৰীষ্টপূৰ্বত।

ভাৰতৰ প্ৰথমখন চলচ্চিত্ৰ—-ৰাজা হৰিশ্চন্দ্ৰ। 

ভাৰতৰ প্ৰথমখন সবাক চলচ্চিত্ৰ—-আলম আৰা।

ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি—-উমেশ চন্দ্ৰ বেনাৰ্জী।

ভাৰতৰ প্ৰথম ইংৰাজ ভাইচৰয়—-লৰ্ড কেনিং

বিভিন্ন ক্ষেত্ৰত ভাৰতৰ প্ৰথম

ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ—-হীৰালাল জে কানিয়া

ভাৰতৰ  প্ৰথম সেনাধ্যক্ষ—-জেনেৰেল কে এম কেৰিয়াপ্পা।

ভাৰতৰ প্ৰথম ফিল্ড মাৰ্ছাল—-এফ জে মানেকশ্ব।

ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম গৰাকী মহিলা সভাপতি—-এনি বেচান্ত।

নবেল বঁটা বিজয়ী প্ৰথমজন ভাৰতীয়—-ৰবীন্দ্ৰনাথ ঠাকুৰ।

মেগেছেছে বঁটা বিজয়ী প্ৰথমজন ভাৰতীয়—-আচাৰ্য বিনোৱা ভাবে।

এভাৰেষ্ট শৃঙ্গ বিজয়ী প্ৰথম ভাৰতীয় মহিলা—-কুমাৰী বাছেন্দ্ৰী পাল।

স্বাধীন ভাৰতৰ প্ৰথম মহিলা প্ৰধান মন্ত্ৰী—-শ্ৰীমতী ইন্দিৰা গান্ধী।

ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি—-প্ৰতিভা দেৱী সিং পাটিল।

ভাৰতৰ বিধান সভাসমূহৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষা—-শ্বানো দেৱী।

ভাৰতৰ প্ৰথমগৰাকী মহিলা পাইলট—-দুৰ্বা বেনাৰ্জী।

এচিয়ান গেমচত সোণৰ পদক বিজয়ী প্ৰথম মহিলা—-কমলজিৎ সান্ধু।

প্ৰথম মহিলা আই পি এছ বিষয়া—-কিৰণ দেৱী।

প্ৰথম ভাৰতীয় মহাকাশচাৰী—-ৰাকেশ শৰ্মা।

প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী—-কল্পনা চাওলা।

প্ৰথম ভাৰতীয় ৰেলপথ—-মুম্বাইৰ পৰা থানেলৈ।

প্ৰথম ভাৰতীয় মিষ্টাৰ ইউনিভাৰ্চ—-মনোতোষ ৰয়।

ভাৰতৰ প্ৰথমখন বাতৰি কাকত—বেঙ্গল গেজেট।

ভাৰতৰ প্ৰথম মুকলি বিশ্ববিদ্যালয়—-অন্ধ্ৰপ্ৰদেশ মুকলি বিশ্ববিদ্যালয়।

ভাৰতৰ পাইলটবিহীন প্ৰথম উৰাজাহাজ—-মিনি ৰিমোটলি পাইলেটেড   ভেহিকল।

অস্কাৰ বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয়—-ভানু আঠাইয়া।

বিভিন্ন ক্ষেত্ৰত ভাৰতৰ প্ৰথম

ভাৰতৰ ডাকঘৰত প্ৰথম পিনকোড আৰম্ভ—-15 আগষ্ট, 1972 চন।

প্ৰথম ভাৰতীয় টেষ্ট টিউব বেবীৰ জন্ম—-6 আগষ্ট, 1986 চন।

উচ্চ ন্যয়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ—-লেইলা শেঠ।

দবা খেলৰ প্ৰথমজন ভাৰতীয় গ্ৰেণ্ড মাষ্টাৰ—-বিশ্বনাথন আনন্দ।

প্ৰথম ভাৰতীয় স্নাতক—- বংকিম চন্দ্ৰ চট্টোপাধ্যায়, যদুনাথ বোস (1858 চন)।

লেলিন শান্তি পুৰষ্কাৰ লাভ কৰা প্ৰথমজন ভাৰতীয়—- চৈফুদ্দিন কিচল।

ভাৰতৰ প্ৰথম আই আই টি—-খৰ্গপুৰ।

ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা ঘোষণা—-1951 চনৰ 9 জুলাই।

ৰয়েল ছ’চাইটিৰ প্ৰথম ভাৰতীয় ফেল’—-এ কাৰছেটজি।

ভাৰতত নয়া পইচা মুদ্ৰাৰ আৰম্ভণি—-1957 চন।

প্ৰথম ভাৰতত মেট্রো ৰেল সেৱা আৰম্ভ হয—-কলকাতাত।

অক্সিজেন নোহোৱাকৈ এভাৰেষ্ট বিজয়ী প্ৰথম ভাৰতীয়—-ফু দৰ্জি।

প্ৰথমগৰাকী ভাৰতীয় মিছ ইউনিভাৰ্চ—-সুস্মিতা সেন।

প্ৰথমগৰাকী ভৰতীয় মিছ ৱৰ্ল্ড—-ৰীতা ফাৰিয়া।

ভাৰতত প্ৰথম ডাক সেৱা সঞ্চয় আৰম্ভ হয় —-1882 চনৰ 1এপ্ৰিল।

ভাৰতত প্ৰথম মণি অৰ্ডাৰ সেৱা আৰম্ভ হয়—-1880 চনৰ 1 জানুৱাৰী।

ভাৰতৰ প্ৰথমটো টেলিফোন কেন্দ্ৰ—-কলকাতা, 1881 চন।

ভাৰতত প্ৰথম স্বয়ংক্ৰিয় টেলিফোন সেৱা আৰম্ভ—-1913 চন।

ভাৰতত প্ৰথম ৰঙ্গীন টেলিভিচন সেৱা আৰম্ভ —– 1982 চন।

ভাৰতৰ প্ৰথমখন মহাবিদ্যালয—-ফৰ্ট উইলিয়াম কলেজ, কলকাতা।

ভাৰতৰ প্ৰথমগৰাকী চলচ্চিত্ৰ পৰিচালক—-দাদা চাহেব ফাল্কে ।

ভাৰতৰ প্ৰথম মহিলা মুখ্য মন্ত্ৰী—-সুচেতা কৃপালিনী।

প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল—-সৰোজিনী নাইডু।

ভাৰতৰ প্ৰথম সম্পূৰ্ণ স্বাক্ষৰ ৰাজ্য—-কেৰালা।

ভাৰতৰ প্ৰথমখন সম্পূৰ্ণ স্বাক্ষৰ জিলা—-ইৰেকুলাম (কেৰালা)।

ভাৰতৰ প্ৰথমটো তাৰকা গৃহ—-বিৰলা প্লেনেটৰিয়াম।

ভাৰতৰ প্ৰথম ডাকঘৰ স্থাপন হোৱা নগৰ—-কলকাতা।

ভাৰতত প্ৰথম ডাক টিকটৰ প্ৰচলন—-1954 চনৰ 4 মে।

ভাৰতত প্ৰথম STD সেৱা আৰম্ভ—-1960 চনৰ 26 নৱেম্বৰ।

ভাৰতৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ—-নতুন দিল্লী।

বিভিন্ন ক্ষেত্ৰত ভাৰতৰ প্ৰথম

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম ভাৰতীয় সভাপতি—-বিজয় লক্ষ্মী  পণ্ডিত।

ভাৰতৰ প্ৰথমগৰাকী মহিলা স্নাতক—-কাদম্বিনী গাংগুলি, চন্দ্ৰমুখী বসু।

জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম ভাৰতীয় মহিলা—-আশাপূৰ্ণ দেৱী।

ভাৰতৰ প্ৰথমগৰাকী মহিলা পাইলট—-প্ৰেম মাথুৰ।

প্ৰথম ভাৰতীয় বেংক—-পঞ্জাৱ নেচনেল বেংক (1894 চন)।

ভাৰতত ৰবিবাৰ দিনটো বন্ধৰ দিন হিচাপে প্ৰথম গ্ৰহণ কৰা হয়—-12 জানুৱাৰী 1874 চন।

ভাৰতৰ প্ৰথমগৰাকী মহিলা নিৰ্বাচনী আয়ুক্ত—-ভি এচ ৰামাদেৱী।

মেগেছেছে বঁটা পোৱা প্ৰথমগৰাকী ভাৰতীয় সংগীতজ্ঞ—-এম এছ শুভলক্ষ্মী।

ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰদূত—-বিজয় লক্ষ্মী পণ্ডিত।

ভাৰতৰ প্ৰথমগৰাকী এম. এ. ডিগ্ৰীধাৰী মহিলা—-চন্দ্ৰমুখী বসু।

ভাৰতৰ প্ৰথমগৰাকী মহিলা ভাৰতৰত্ন—-শ্ৰীমতী ইন্দিৰা গান্ধী।

ভাৰতৰ প্ৰথম মহিলা বাছ-গাড়ী ড্ৰাইভাৰ—-এম বসন্ত কুমাৰী।

এভাৰেষ্ট শৃঙ্গত একাধিকবাৰ আৰোহন কৰা প্ৰথমজনী ভাৰতীয় মহিলা—-সন্তোষী যাদৱ।

ভাৰতৰ প্ৰথমগৰাকী মহিলা চিকিৎসক—-কাদম্বিনী গাংগুলি।

ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ—-আৰ্যভট্ট।

পদ্মশ্ৰী পোৱা প্ৰথম গৰাকী ভাৰতীয় অভিনেত্ৰী—-নাৰ্গিছ দত্ত। 

ইংলণ্ডৰ অক্সফোৰ্ড বিশ্ববিদ্যালয়ত আইন বিষয় অধ্যয়ন কৰিবলৈ যোৱা      প্ৰথমজনী মহিলা—-কৰ্ণেলিয়া চোৰাৱজী।

বিভিন্ন ক্ষেত্ৰত ভাৰতৰ প্ৰথম

কলকাতা উচ্চ ন্যায়ালয়ত যোগদান কৰা প্ৰথমগৰাকী মহিলা অধিবক্তা—-কৰ্ণেলিয়া চোৰাৱজী।

আটাইতকৈ বেছি দিন মুখ্যমন্ত্ৰী পদ ভোগ কৰা ভাৰতৰ প্ৰথমজন মুখ্যমন্ত্ৰী—-জ্যোতি বসু (পশ্চিমবংগ)।

প্ৰতি চাৰি বছৰৰ মূৰে মূৰে জন্ম দিন পালন কৰা ভাৰতৰ প্ৰধানমন্ত্ৰীজন—-মোৰাৰজী দেশাই।

ভাৰতৰ সংসদত এদিনো নোযোৱা ভাৰতৰ একমাত্ৰ প্ৰধান মন্ত্ৰীজন—- চৌধুৰী চৰণ সিং।

ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ চৌহদত প্ৰথমবাৰৰ বাবে স্বাধীনতা দিৱস উদযাপন —-2006 চনত।

ইংৰাজ শাসিত ভাৰতবৰ্ষত প্ৰথমগৰাকী ভাৰতীয় জিলা উপায়ুক্ত—- আনন্দৰাম বৰুৱা (অসম)।

ভাৰতৰ প্ৰথমখন প্ৰতিৰক্ষা বিষয়ক আলোচনী—-ভিক্ৰান্ট।

মেন বুকাৰ বঁটা লাভ কৰা প্ৰথমজনী ভাৰতীয় লিখিকা—-অৰুন্ধতী ৰয়।

বঙালী ভাষাৰ প্ৰথমখন ছবি—-জমাই ষষ্ঠি ।

চিপাহী বিদ্ৰোহক ভাৰতৰ প্ৰথমখন স্বাধীনতা বিপ্লৱ আখ্যা দিয়া প্ৰথমজন ব্যক্তি—-ভি ভি ডি সবাৰকাৰ।

ভাৰতৰ ৰাষ্ট্ৰপতি হৈ থকা সময়ত নিৰ্বাচনত ভোট দিবলৈ যোৱা ভাৰতৰ  প্ৰথমগৰাকী ৰাষ্ট্ৰপতি—-কে আৰ নাৰায়ণন।

আটাইতকৈ অধিক বছৰ বয়সত ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱা প্ৰথমজন ব্যক্তি —-মোৰাৰজী দেশাই (81 বছৰ বয়সত)।

বিভিন্ন ক্ষেত্ৰত ভাৰতৰ প্ৰথম

ভাৰতৰ প্ৰথমখন টেকনি-কলাৰ ছবি—-ঝান্সি কী ৰাণী।

ভাৰতত প্ৰথমবাৰৰ বাবে ইলেকট্ৰনিক ভোটিং মেচিনৰ ব্যৱহাৰ—- 1982 চন।

ভাৰতৰ প্ৰথমটো পাবিvক কর্পোৰেচন—-দামোদৰ ভেলী কর্পোৰেচন।

ভাৰতৰ প্ৰথমটো পঞ্চ তাৰকাযুক্ত ডিলাক্স হোটেল—-অশোকা হোটেল,  নতুন দিল্লী।

‘পৰমবীৰ চক্ৰ’ লাভ কৰা প্ৰথমজন ভাৰতীয় সৈনিক—-মেজৰ সোমনাথ শৰ্মা।

নিজৰ প্ৰসাব খোৱা ভাৰতৰ প্ৰথমজন প্ৰধান মন্ত্ৰী—-মোৰাৰজী দেশাই।

ভাৰতৰ প্ৰথমজন অকংগ্ৰেছী প্ৰধানমন্ত্ৰী—-মোৰাৰজী দেশাই।

ভাৰতত প্ৰচলিত বাংলা ভাষাৰ প্ৰথমখন পঞ্জিকা—-গুপ্তপ্ৰেছ পঞ্জিকা।

জোখ-মাখৰ বাবে ভাৰতত প্ৰথম মেট্ৰিক পদ্ধতিৰ প্ৰচলন—-1958, 1 এপ্ৰিল।

ভাৰতৰত্ন পোৱা প্ৰথমগৰাকী ভাৰতীয় বিজ্ঞানী—-চন্দ্ৰ শেখৰ ভেংকট ৰমন।

ইংলণ্ডৰ ৱেষ্ট মিনষ্টাৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ আসন শুৱনি কৰা প্ৰথমজন ভাৰতীয় ব্যক্তি—-স্বৰাজ পাল।

‘যোজনা’ আলোচনীৰ প্ৰথম গৰাকী সম্পাদক—-খুছৱন্ত সিং।

সান্ধ্য আদালত স্থাপন হোৱা ভাৰতৰ প্ৰথমখন ৰাজ্য—-গুজৰাট।

নেচনেল বুক ট্ৰাষ্টৰ প্ৰথমজন চিয়াৰমেন—-জন মাথাই।

ভাৰতৰ পুলিচ সঞ্চালকৰ পদ পোৱা প্ৰথমজন মহিলা—-কাচন চি  ভট্টাচাৰ্য।

ভাৰতৰ প্ৰথম গৰাকী মহিলা IPS—-কিৰণ বেদী।

জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমগৰাকী ভাৰতীয়—-জি শংকৰা কুৰূপ।

বিভিন্ন ক্ষেত্ৰত ভাৰতৰ প্ৰথম

ভাৰতৰ প্ৰথমখন গ্ৰন্থ মেলা—-1975, কলকাতা।

চীনত বেংক সেৱা অনুমতি পোৱা প্ৰথমটো ভাৰতীয় বেংক—- ষ্টেট বেংক অব ইণ্ডিয়া।

ভাৰতত টকা বুজাবলৈ প্ৰথম ‘ৰুপেয়া’ শব্দ ব্যৱহাৰ কৰোঁতাজন—-শ্বেৰচাহ সুৰী।

পুলিৎজাৰ পুৰষ্কাৰ পোৱা প্ৰথমজন ভাৰতীয—-গোবিন্দ বিহাৰী লাল।

ফৰাচী ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে ভাৰতত প্ৰথম কুঠি স্থাপন—-চুৰাটত, 1668 চন।

মহিলাসকলৰ বাবে স্থাপন কৰা ভাৰতৰ প্ৰথমখন বিশ্ববিদ্যালয়—-পুনাত।

পৰ্তুগীজসকলে ভাৰতত প্ৰথম উপনিবেশ স্থাপন কৰে—-গোৱাত।

ভাৰতৰ প্ৰথমটো টেষ্ট টিউব বেবী—-দুৰ্গা।

ভাৰতত ইংৰাজী শিক্ষাৰ পোষকতা কৰা প্ৰথমজন ভাৰতীয—- ৰাজা ৰামমোহন ৰায়।

ৰাষ্ট্ৰপতি ভৱনত মৃত্যু বৰণ কৰা ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি—-জাকিৰ হুছেইন।

ভাৰতৰ প্ৰথমটো ৰাজহুৱা খণ্ডৰ ফিল্ম ষ্টুডিঅ’—-জ্যোতি চিত্ৰবন (1968 চন)।

সৌৰশক্তি চালিত পথ-বন্তি ব্যৱহাৰ কৰা ভাৰতৰ প্ৰথমখন মহানগৰ—-কলকাতা।

ম্যানমাৰ ভ্ৰমণ কৰা প্ৰথমজন ভাৰতীয় ৰাষ্ট্ৰপতি—-এ পি জে আব্দুল কালাম।

ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্য নিৰ্বাহ কৰা প্ৰথমজন ভাৰতীয় সাংবাদিক —- কুলদীপ নায়াৰ।

‘গৰিবী হাটাও’ শ্লোগান দিয়া  ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী—-শ্ৰীমতী ইন্দিৰা গান্ধী।

দুখীয়াৰ বাবে থকা ভাৰতৰ প্ৰথমখন বাতানুকুল ৰেল গাড়ী—-গৰীব ৰথ।

ফিজিত ভাৰতীয় মূলৰ পৰা হোৱা প্ৰথমজন প্ৰধান মন্ত্ৰী—-মহেন্দ্ৰ চৌধুৰী।

ভাৰতৰ প্ৰথমটো ৰাষ্ট্ৰীয়কৃত বেংক—-ভাৰতীয় ষ্টেট বেংক।

বিভিন্ন ক্ষেত্ৰত ভাৰতৰ প্ৰথম

এচিয়ান গেমচ ভাৰতত প্ৰথম অনুষ্ঠিত হয়—-1951 চনত, নতুন দিল্লীত।

আন্তৰ্জাতিক ন্যায়ালয়ত সভাপতিৰ আসন লাভ কৰা প্ৰথমজন ভাৰতীয় —-নগেন্দ্ৰ সিং।

ভাৰতৰ প্ৰথমগৰাকী কমিউনিষ্ট মুখ্যমন্ত্ৰী—-এম এছ  নাম্বোদিৰিপদ,  (কেৰালা)।

স্বাধীন ভাৰতৰ প্ৰথমগৰাকী শিক্ষা মন্ত্ৰী—-আবুল কালাম আজাদ।

ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিবেশনৰ স্থান—-মুম্বাই।

লণ্ডনত ইষ্ট-ইণ্ডিয়া এচ’চিয়েচন গঠনত আগভাগ লোৱা প্ৰথম ভাৰতীয় —-উমেশ চন্দ্ৰ বেনাৰ্জী, দাদা ভাই নৌৰজী।

পাকিস্থান ভ্ৰমণ কৰা ভাৰতৰ প্ৰথমজন প্ৰধান মন্ত্ৰী—-ৰাজীব গান্ধী।

ভাৰতীয় জাতীয় কংগ্ৰেছে লণ্ডনৰ পৰা প্ৰকাশ কৰা প্ৰথম কাকত—-ইণ্ডিয়া।

ব্রিটিছ পাৰ্লিয়ামেন্টত সদস্য হোৱা প্ৰথমজন ভাৰতীয়—-দাদা ভাই নৌৰজী।

চিকাগোত হোৱা বিশ্ব সন্মিলনত অংশ গ্ৰহণ কৰা প্ৰথমজন ভাৰতীয়—- স্বামী বিেবকানন্দ।

অসমীয়ালৈ ডাবিং কৰা ভাৰতৰ প্ৰথমখন হিন্দি ছবি—-তকদীৰ।

আই আই টিৰ প্ৰাক্তন ছাত্ৰৰ দ্বাৰা গঠন কৰা ভাৰতৰ প্ৰথমখন ৰাজনৈতিক দল —-লোক পৰিত্ৰাণ পাৰ্টি (LPP)।

চিপাহী বিদ্ৰোহৰ প্ৰথমজন শ্বহীদ—-মঙ্গল পাণ্ডে।

ভাৰতৰ প্ৰথমখন বিলাসী ৰেল—-The Palace of Wheels.

ভাৰতৰ প্ৰথমখন মেটেঅৰ’ল’জিকেল ৰকেট—-মেনাকা।

পৰাধীন ভাৰতত প্ৰথম স্বাধীনতা দিৱস পালন—-26 জানুৱাৰী,1930 চন।

ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ প্ৰথমজন সম্পাদক—-মহম্মদ চফিক।

ভাৰতত প্ৰত্নতত্ত্ব বিভাগ খোলাত আগভাগ লোৱা প্ৰথমজন বিদেশী বিষয়া —-লৰ্ড কাৰ্জন।

ভাৰতৰ প্ৰথমখন মহিলা পুলিচ থানা—-কালিকট, 1973।

ভাৰত আৰু পাকিস্থানৰ মাজত চলা প্ৰথমখন ৰেলগাড়ী —-সমজাতা এক্সপ্ৰেছ।

ভাৰতৰ প্ৰথমজন কনিষ্ট মুখ্যমন্ত্ৰী—- প্ৰফুল্ল কুমাৰ মহন্ত (অসম)।

মোবাইল ফোন যোগান ধৰা ভাৰতৰ প্ৰথমটো কোম্পানী—- Hutchinson Max Telecom.

ভাৰতৰ প্ৰথমটো শৈক্ষিক কৃত্ৰিম উপগ্ৰহ —-Edusat.

খেলুৱৈৰ জন্ম দিনটো ভাৰতৰ জাতীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈ —-ধ্যান চাঁদ।

বিভিন্ন ক্ষেত্ৰত ভাৰতৰ প্ৰথম

জীৱিত কালত আটাইতকৈ বেছি বয়সত ‘ভাৰত ৰত্ন’ সন্মান পোৱা প্ৰথমজন ভাৰতীয—-পি ভি কানে।

মৰণোত্তৰ ভাৱে আটাইতকৈ কম বয়সত ‘ভাৰত ৰত্ন’ সন্মান পোৱা প্ৰথমজন ভাৰতীয়—-ৰাজীৱ গান্ধী।

মৰণোত্তৰভাৱে আটাইতকৈ বেছি বয়সত ‘ভাৰত ৰত্ন’ পোৱা প্ৰথমজন ভাৰতীয়  —-চৰ্দাৰ বল্লভ ভাই পেটেল।

মৃত্যুৰ আটাইতকৈ বেছি বছৰ পিছত ‘ভাৰত ৰত্ন’ পোৱা প্ৰথমজন ভাৰতীয় —-গোপীনাথ বৰদলৈ।

ইউনাইটেড প্ৰভিন্স হিচাপে জনাজাত হোৱা প্ৰথমখন ভাৰতীয় প্ৰদেশ—-  উত্তৰ প্ৰদেশ।

বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা প্ৰথমজন ভাৰতৰ ৰাষ্ট্ৰপতি—-নীলম সঞ্জীৱ ৰেড্ডী।

ভাৰতৰ প্ৰথম গৰাকী লেডী গ্ৰেণ্ড মাষ্টাৰ—-বিজয় লক্ষ্মী সুব্রমন।

ভাৰতৰ ৰাষ্ট্ৰপতি ভৱনত থাকিবলৈ লোৱা প্ৰথমজন ব্যক্তি—-লৰ্ড আৰউইন।

ভাৰতৰ প্ৰথম গৰাকী মহিলা কেন্দ্ৰীয় মন্ত্ৰী—-ৰাজকুমাৰী অমৃত কৌৰ।

লোকসভালৈ নিৰ্বাচিত হোৱা প্ৰথমজন অভিনেতা—-কনগাৰা জাগ্গিয়া।

‘পল’ খেল আৰম্ভ হোৱা ভাৰতৰ প্ৰথমখন ৰাজ্য—-মণিপুৰ।

ভাৰতৰ প্ৰথম এম্পি থিয়েটাৰ—-ৰংঘৰ (শিৱসাগৰ, অসম)।

ভাৰতৰ প্ৰথম গৰাকী মহিলা মন্ত্ৰী—-বিজয় লক্ষ্মী পণ্ডিত।

বিভিন্ন ক্ষেত্ৰত ভাৰতৰ প্ৰথম

ভাৰতত লিখা প্ৰথমখন আত্মজীৱনী—-বাবৰ নামা।

ভাৰতৰ প্ৰথমটো আলোক স্তম্ভ—-1771 চনত, মুম্বাইৰ ক’লাবাতত।

ভাৰতৰ প্ৰথম আলোক চিত্ৰ প্ৰশিক্ষণৰ মহাবিদ্যালয়—-এলফিনষ্টন মহাবিদ্যালয়, মুম্বাই।

ভাৰতৰ প্ৰথমখন আলোক চিত্ৰ সম্পৰ্কীয় আলোচনী—-দা জাৰ্ণেল অব দা ফটোগ্ৰাফিক ছ’ছাইটি।

ভাৰতৰ প্ৰথমখন আলোকচিত্ৰ প্ৰদৰ্শনী—-1856 চনত, মুম্বাইত।

ভাৰতত ‘অৰ্জুন বঁটা’ৰ প্ৰথম প্ৰচলন—-1961 চন।

ভাৰতৰ প্ৰধান মন্ত্ৰীৰ সৈতে জড়িত প্ৰথম বিধ খেল—-হৰ্চৰেছ।

ভাৰতে অলিম্পিক হকীত প্ৰথমবাৰৰ বাবে অংশ গ্ৰহণ—-1928 চন।

ভাৰতত প্ৰথম সাঁতোৰ প্ৰতিযোগিতা আৰম্ভ—-1920 চন।

ভাৰতৰ মাটিত প্ৰথম শত ৰান কৰা প্ৰথম বিদেশী ক্ৰিকেটাৰ—-আৰ ড্যানচিষ্টাৰছ।

ভাৰতীয় সংসদ ভৱনৰ নক্সা অংকন কৰা প্ৰথমজন বিদেশী স্থপতিজন—-হাৰভাৰ্ট বেকাৰ।

মানৱ-বোমাত নিহত হোৱা ভাৰতৰ প্ৰথমজন প্ৰধান মন্ত্ৰী—-ৰাজীব গান্ধী।

ভাৰতৰ প্ৰথটো মহিলা ৰাজনৈতিক দল—-সংযুক্ত মহিলা মৰ্চা।

ভাৰতৰ প্ৰথমটো গান্ধী স্মাৰক সংগ্ৰহালয়—-মাদুৰাই গান্ধী মিউজিয়াম।

ভাৰতৰ প্ৰথমখন ভ্ৰাম্যমাণ আদালত—-হাৰিয়ানাৰ মেৱাটত।

বিভিন্ন ক্ষেত্ৰত ভাৰতৰ প্ৰথম

ইংৰাজসকলে ভাৰতত স্থাপন কৰা প্ৰথমখন বিশ্ববিদ্যালয় —কলিকতা বিশ্ববিদ্যালয়।

ব্রিটিছ ব্রডকাষ্টিং কর্পোৰেচনৰ মুৰববী হিচাপে কাৰ্য নিৰ্বাহ কৰা প্ৰথমজন ভাৰতীয—-চিত্ৰা ভাৰুছ।

মহাকাশ পৰ্যটক হিচাপে নিৰ্বাচিত হোৱা প্ৰথম গৰাকী ভাৰতীয় —- হাৰ্দিক গজ্জৰ।

‘ভাৰত ৰত্ন’ সন্মান পোৱা প্ৰথমজন ভাৰতীয় বিজ্ঞানী—-চি ভি ৰমন।

মৰণোত্তৰভাৱে ‘ভাৰত ৰত্ন’ সন্মান পোৱা প্ৰথমজন ভাৰতীয় মহিলা—- শ্ৰীমতী অৰুণা আছাফ আলি।

জীৱিত কালত আটাইতকৈ কম বয়সত ‘ভাৰত ৰত্ন’ পোৱা প্ৰথম গৰাকী মহিলা—-শ্ৰীমতী ইন্দিৰা গান্ধী।

ভাৰতৰ প্ৰথমটো ফটো ষ্টুডিঅ’—-কলিকতাত, 1898 চন।

আন্তৰ্জাতিক সংস্থাৰ সন্মান পোৱা প্ৰথম ভাৰতীয়—-প্ৰদ্যুত কুমাৰ ঠাকুৰ।

ভাৰতৰ প্ৰথমজন পাব্লিক প্ৰজিকিউটৰ—-এছ সুব্রমনিয়াম আয়াৰ।

হাইকোৰ্টৰ প্ৰথমজন ভাৰতীয় বাৰিষ্টাৰ—-জ্ঞানেন্দ্ৰ মোহন ঠাকুৰ।

ভাৰতৰ প্ৰথমখন উচ্চ ন্যায়ালয়—-কলিকতা উচ্চ ন্যায়ালয়।

ভাৰতৰ উচ্চ ন্যায়ালয়ৰ প্ৰথমজন বিচাৰপতি—-শম্ভুনাথ পণ্ডিত।

বিভিন্ন ক্ষেত্ৰত ভাৰতৰ প্ৰথম

প্ৰথম গৰাকী ভাৰতীয় শ্বেৰিফ—-মানেকজি ৰুস্তমজী, কলকাতা।

আদালত অৱমাননা কৰা প্ৰথমজন ভাৰতীয় মুখ্য ন্যায়াধীশ—-এম জি মুখাৰ্জী।

প্ৰকৃতি সম্পৰ্কীয় ভাৰতৰ প্ৰথমখন বিচাৰপীঠ—-গ্রীনবেঞ্চ, কলকাতা উচ্চ ন্যায়ালয়।

আততায়ীৰ হাতত নিহত হোৱা ভাৰতৰ প্ৰথমজন বিচাৰক—-জন পেক্সটন নৰমেন।

পশু-পালন বিষয়ক ভাৰতৰ প্ৰথমখন আলোচনী—-ভেটেৰিনাৰী চাইন্স এণ্ড এনিমেল মেনেজমেন্ট (1882 চন)।

ভাৰতত ছপা হোৱা প্ৰথমখন কিতাপ—-Doctrina Christam.

ভাৰতবৰ্ষৰ প্ৰথমখন কিতাপ ছপা হয়—-লিছবনত।

ভাৰতত প্ৰথমবাৰৰ বাবে কাগজী টকাৰ প্ৰচলন হয়—-1861 চনত।

ভাৰতৰ প্ৰথমজন কমিউনিষ্ট বিধায়ক—- অনন্তন নাম্বিয়াৰ, চেন্নাই।

ভাৰতৰ প্ৰথমটো সৰ্বভাৰতীয় কম্পিউটাৰ নেটৱৰ্ক —-ইণ্ডোনেট (1985 চন)।

ভাৰতৰ প্ৰথমটো উৰাজাহাজ অপহৰন সংঘটিত হয়—-30 জানু, 1971 চন।

ভাৰতৰ প্ৰথমখন উৰণ বিশ্ববিদ্যালয়—-হায়দৰাবাদত।

ভাৰতৰ প্ৰথমখন গ্ৰন্থমেলা—-মুম্বাইৰ ক্ৰছ ময়দানত (1969 চন)।

গ্ৰাম’ফোন ৰেকৰ্ড কৰা প্ৰথমজন ভাৰতীয়—-শশী মুখী (1902 চন)।

ভাৰতত প্ৰথম চলচ্চিত্ৰৰ প্ৰদৰ্শন—-1896 চন।

ভাৰতত প্ৰথম ব্যৱসায়িক চলচ্চিত্ৰৰ প্ৰদৰ্শন—-1896 চন।

ভাৰতৰ প্ৰথমটো চিনেমা হল—-নেভলটি থিয়েটাৰ, মুম্বাই।

বিভিন্ন ক্ষেত্ৰত ভাৰতৰ প্ৰথম

ভাৰতত প্ৰদৰ্শিত প্ৰথমখন ৰঙ্গীন ছবি—-কেন কেন ডেন্স (1897)।

ভাৰতত দৃশ্য গ্ৰহণ কৰা প্ৰথমখন ছবি—-ককনাট ফেয়াৰ (1897 চন)।

চলচ্চিত্ৰৰ দৃশ্য গ্ৰহণ কৰা প্ৰথমজন ভাৰতীয—-হৰিচন্দ্ৰ ভাট্টাৱা।

ভাৰতত সবাক চলচ্চিত্ৰৰ প্ৰথম প্ৰদৰ্শন—-1899 চন।

ভাৰতৰ প্ৰথমখন জীৱনীমূলক ছবি—-ফিউগিটিভ দালাই ।

ভাৰতৰ প্ৰথমখন পূৰ্ণ ৰ্দ্ঘৈৰ কাহিণী চিত্ৰ—-পুগুলিক (1912 চন)।

ভাৰতত থলুৱাভাবে নিৰ্মিত প্ৰথমখন কাহিনী চিত্ৰ—-ৰাজা হৰিশ্চন্দ্ৰ।

ভাৰতৰ প্ৰথমখন খণ্ডাকৃতিৰ ছবি—-ৰাম বনবাস।

ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথম অভিনেত্ৰী—- দুৰ্গাবাই গোখলে, কমলাবাই গোখলে।

ভাৰতৰ প্ৰথমটো চলচ্চিত্ৰ ষ্টুডিঅ —-ষ্টাৰ ফিল্ম কোম্পানী (1920, মুম্বাই)।

চেন্সৰ চাৰ্টিফিকেট পোৱা ভাৰতৰ প্ৰথমখন ছবি—-অৰ্ফেন্স অব দা ষ্ট্ৰাম।

ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথমগৰাকী ছোৱালী শিশু শিল্পী—-মন্দাকিনী।

দ্বৈত ভূমিকাৰ প্ৰথমখন ভাৰতীয় চলচ্চিত্ৰ—-লংকা দহন।

বিভিন্ন ক্ষেত্ৰত ভাৰতৰ প্ৰথম

প্ৰশিক্ষণৰ বাবে নিৰ্মিত ভাৰতৰ প্ৰথমখন উৰাজাহাজ —-হংস- 3 (1998 চন)।

ভাৰতত প্ৰথম থলুৱাভাবে নিৰ্মিত উৰাজাহাজ—-এভ্ৰ (1967 চন)।

ভাৰতত সম্পূৰ্ণ জেট সেৱা আৰম্ভ—-1912 চনত।

ভাৰতৰ প্ৰথমখন বয়িং উৰাজাহাজ—-707- 337 চি।

ভাৰতৰ প্ৰথমখন ব্রেইলি পদ্ধতিৰ শিশু আলোচনী—-চান্দামামা (1982 চন)।

ভাৰতৰ প্ৰথমখন কেবল বিজ্ঞাপনৰ আলোচনী—-এড মেঘ (1996 চন, মুম্বাই)।

ভাৰতৰ প্ৰথমখন জ্যোতিষ বিজ্ঞানৰ আলোচনী—-দি এষ্ট্ৰ’লজিকেল মেগাজিন।

ভাৰতৰ প্ৰথমখন বাওঁপন্থী আলোচনী—-দি ছ’চিয়েলিষ্ট (1922 চন)।

ভাৰতৰ প্ৰথমখন মানৱ ইতিহাস সম্পৰ্কীয় আলোচনী—-মেন ইন ইণ্ডিয়া।

ভাৰতৰ প্ৰথমখন কলা-সংস্কৃতিমূলক আলোচনী —-দি মডাৰ্ণ ৰিভিউ (1907 চন)। ০ ০ ০

বিভিন্ন ক্ষেত্ৰত ভাৰতৰ প্ৰথম

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ

বিভিন্ন ক্ষেত্ৰত ভাৰতৰ প্ৰথম 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here