Home Quiz বেডমিন্টন কুইজ | Badminton Quiz

বেডমিন্টন কুইজ | Badminton Quiz

0

বেডমিন্টন কুইজ | Badminton Quiz

বেডমিন্টন কুইজ  Badminton Quiz

 

বেডমিন্টন কুইজ, Badminton Quiz

বেডমিন্টন কুইজ | Badminton Quiz

প্ৰঃ কোন দেশত বেডমিন্টন খেলৰ জন্ম হৈছিল?

উঃ ভাৰত।

প্ৰঃ আন্তৰ্জাতিক বেডমিন্টন ফেডাৰেশ্বন কিমান চনত গঠিত হৈছিল? 

উঃ 1934 চনত।

প্ৰঃ কি দুবিধ প্ৰাচীন খেলৰ পৰা বেডমিন্টন খেলৰ উদ্ভৱ হৈছে?

উঃ পোনা বেটলড’ৰ আৰু ছাটল কক।

প্ৰঃ ‘বেডমিন্টন এচ’ছিয়েছন অব ইংলণ্ড’ কোন চনত গঠিত হৈছিল?

উঃ 1893 চন।

প্ৰঃ কোন চনত কমনৱেলথ গেমছত বেডমিন্টন খেলক অন্তৰ্ভূক্ত কৰা হয়?

উঃ 1966 চনত।

প্ৰঃ বেডমিন্টনত এটা গেম জিকিবলৈ কিমান পইন্টৰ প্ৰয়োজন?

উঃ 21পইন্ট।

প্ৰঃ কিমান চনত কৰাচীত বেডমিন্টনৰ নিয়মবোৰ প্ৰকাশিত হৈছিল?

উঃ 1877 চনত।

প্ৰঃ মজিয়াৰ পৰা বেডমিন্টন পোষ্টৰ উচ্চতা কিমান?

উঃ  159 ছেঃ মিঃ।

প্ৰঃ বেডমিন্টন খেলত ক’ৰ্টৰ কোনটো পক্ষৰ পৰা প্ৰথমে চাৰ্ভ কৰিব লাগে?

উঃ সোঁ পক্ষৰ পৰা।

প্ৰঃ বেডমিন্টনত ব্যৱহৃত জালখনৰ প্ৰস্থ কিমান?

উঃ 76 ছেঃ মিঃ।

প্ৰঃ বেডমিন্টনত ব্যৱহাৰ হোৱা ছাট্‌ল ককৰ ওজন কিমান?

উঃ 4.73  গ্ৰামৰ পৰা 5.50  গ্ৰাম।

প্ৰঃ বেডমিন্টনৰ ছাটল ককত কেইখন পাখি থাকে?

উঃ 16 খন।

প্ৰঃ ছিংগলছ  প্ৰতিযোগিতাৰ বাবে বেডমিন্টন ক’ৰ্টৰ প্ৰস্থ কিমান হ’ব লাগে?

উঃ 5.180 মিটাৰ।

প্ৰঃ বেডমিন্টনৰ ক’ৰ্টৰ ৰ্দ্ঘৈ কিমান?

উঃ 13.40 মিটাৰ।

বেডমিন্টন কুইজ, Badminton Quiz

প্ৰঃ বেডমিন্টন খেলৰ জালখনৰ উচ্চতা কিমান?

উঃ 1.55 মিটাৰ।

প্ৰঃ ডাবলছ প্ৰতিযোগিতাৰ বাবে বেডমিন্টন ক’ৰ্টৰ আকাৰ কেনে হোৱা প্ৰয়োজন?

উঃ 13.4 মিটাৰ ✖ 6.1 মিটাৰ।

প্ৰঃ বেডমিন্টন ছাটল ককৰ পাখিৰ প্ৰকৃত ৰ্দ্ঘৈ কিমান?

উঃ 64 মিঃ মিঃ ৰ পৰা 70 মিঃ মিঃ।

প্ৰঃ 2004 চনৰ এথেন্স অলিম্পিকত বেডমিন্টনৰ মহিলাৰ ডাবলছ শাখাত সোণৰ পদক বিজয়ী চীনদেশীয় খেলুৱৈ যুটিটোৰ নাম কি?

উঃ জেং জিৱান আৰু য়েং ৱেং।

প্ৰঃ কোপা আমেৰিকা কাপ বেডমিন্টন খেলৰ  লগত জড়িত হয় নে?

উঃ নহয়।

প্ৰঃ 2005 চনৰ অৰ্জুন বঁটা লাভ কৰা ভাৰতীয় বেডমিন্টন খেলুৱৈজনী কোন?

উঃ  অৰ্পণা পোপাট।

প্ৰঃ ‘জোনাল মাৰ্কিং’ শব্দটো বেডমিন্টন খেলৰ লগত জড়িত হয় নে?

উঃ নহয়।

প্ৰঃ কোনজন বেডমিন্টন খেলুৱৈ 2000  চনৰ ৰাজীৱ গান্ধী খেলৰত্ন বঁটা লাভ কৰে?

উঃ পি গোপীচান্দ।

প্ৰঃ কোন চনত পোন প্ৰথমতে বেডমিন্টন খেল অলিম্পিকত অন্তৰ্ভূক্ত হয়?

উঃ  1992 চনত।

প্ৰঃ ফ’ৰ ষ্টাৰ বেডমিন্টন টুৰ্ণামেন্টত বিজয় সাব্যস্ত কৰা প্ৰথম ভাৰতীয় মহিলা কোন?

উঃ চাইনা নেহৱাল। 

প্ৰঃ 1998 চনত অনুষ্ঠিত ইন্টাৰনেচনেল ৰেংকিং টুৰ্ণামেন্টত বিজয় সাব্যস্ত কৰা প্ৰথম ভাৰতীয় মহিলা খেলুৱৈজনীৰ নাম কি?

উঃ অৰ্পণা পোপাটি।

প্ৰঃ বেডমিন্টনৰ প্ৰাচীন সংস্কৰণ বেটলড‘ৰ আৰু ছাটল ককক ফ্রান্স আৰু ইউৰোপীয় দেশসমূহত অন্য এক নামেৰে জনা গৈছিল? এই নামটো কি?

উঃ জিউ ডে ভলান্টিছ। 0 0 0

বেডমিন্টন কুইজ, Badminton Quiz

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here