আপুনি যদি ‘ভলীবল কুইজ | Volleyball Quiz‘ বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । এই ফুটবল কুইজ। Football Quizবোৰ বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰা হৈছে। আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা কুইজপ্রেমীসকলে কুইজবোৰ ভাল পাব ।
ভলীবল কুইজ, Volleyball Quiz
ভলীবল কুইজ | Volleyball Quiz
প্ৰঃ অত্যধিক মাত্ৰাত খেলা খেলৰ তালিকাত কি খেলে দ্বিতীয় স্থান অধিকাৰ কৰি আছে?
উঃ ভলীবল।
প্ৰঃ আন্তৰ্জাতিক ভলীবল সংস্থা কেতিয়া গঠন কৰা হয়?
উঃ 1947 চনত।
প্ৰঃ ভাৰতৰ ভলীবল ফেডাৰেচন কেতিয়া গঠিত হয়?
উঃ 1951 চনত।
ভলীবল কুইজ
প্ৰঃ কোন দেশত ভলীবল খেলৰ উদ্ভাৱন হৈছিল?
উঃ আমেৰিকা যুক্তৰাষ্ট্ৰত।
প্ৰঃ কোন চনত ভলীবল অলিম্পিকত অন্তৰ্ভূক্ত কৰা হয়?
উঃ 1964 চনত।
প্ৰঃ এটা ভলীবল দলত কিমানজন খেলুৱৈ থাকে?
উঃ 6 জন।
প্ৰঃ প্ৰথম ভলীবল খেল কেতিয়া খেলোৱা হৈছিল?
উঃ 1896 চনৰ 7 জুলাইত।
প্ৰঃ এখন ভলীবল খেলত কিমানজন বিকল্প খেলুৱৈ থাকে?
উঃ 6 জন।
প্ৰঃ পুৰুষৰ বাবে ভলীবল নেটখনৰ উচ্চতা কিমান?
উঃ 2. 43 মিটাৰ।
প্ৰঃ ছোৱালীৰ বাবে ভলীবলৰ নেটখনৰ উচ্চতা কিমান?
উঃ 2.24 মিটাৰ।
প্ৰঃ এখন ভলীবল ক’ৰ্টৰ আকাৰ কিমান?
উঃ 18 х 9 মিটাৰ।
প্ৰঃ ‘ড্ৰিবল’ শব্দটি ভলীবলৰ সৈতে জড়িত হয় নে?
উঃ নহয়। 0 0 0
Volleyball Quiz
Q. What sport is the second most played sport?
A. Volleyball.
Q. When was the International Volleyball Federation formed?
A. In 1947.
Q. When was the Volleyball Federation of India formed?
A. In 1951.
Volleyball Quiz
Q. In which country was the game of volleyball invented?
A. In the United States.
Q. In which year was volleyball included in the Olympics?
A. In 1964.
Q. How many players are on a volleyball team?
A. 6 people.
Q. When was the first volleyball game played?
A. On July 7,
Q. How many substitutes are there in a volleyball game?
A. 6 people.
Q. What is the height of the volleyball net for men?
A. 2. 43 metres.
Q. What is the height of the volleyball net for girls?
A. 2.24 metres.
Q. What is the size of a volleyball court?
A. 18 х 9 metres.
Q. Is the word ‘dribble’ related to volleyball?
A. Not at all. 0 0 0
নোট: যদি আপুনি উক্ত ‘ভলীবল কুইজ | Volleyball Quiz‘ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান: