Home Knowledge ভাৰতীয় খেল জগতত প্রথম

ভাৰতীয় খেল জগতত প্রথম

0

ভাৰতীয় খেল জগতত প্রথম

ভাৰতীয় খেল জগতত প্রথম

 

ভাৰতীয় খেল জগতত প্রথম, First in Indian Sports

ভাৰতীয় খেল জগতত প্রথম 

প্ৰথম ভাৰতীয় টেষ্ট ক্ৰিকেট খেলুৱৈ—-ৰঞ্জিত সিংজী।

টেষ্ট মেচত ভাৰতৰ প্ৰথম জয়—-1952 চনত।

টেষ্ট ক্ৰিকেটত 10 হাজাৰ ৰান কৰা প্ৰথম ভাৰতীয়—-সুনীল গাভাস্কাৰ।

টেষ্ট ক্ৰিকেটত 400 তকৈ অধিক উইকেট লাভ কৰা প্ৰথম ভাৰতীয়—- অভিনৱ বিন্দ্ৰা।

ভাৰতৰ আটাইতকৈ পুৰণি ফুটবল ক্লাৱ—-মোহন বাগান।

লণ্ডণ অলিম্পিকত প্ৰথমবাৰৰ বাবে ভাৰতীয় দলৰ যোগদান—-1948 চন।

ভাৰতীয় অলিম্পিক সংস্থাৰ প্ৰথমগৰাকী সম্পাদক—-ড⁰  নোহৰেণ।

বিশ্বকাপ ক্ৰিকেটত মেন অব দা টুৰ্ণামেন্ট হোৱা প্ৰথমজন ভাৰতীয় —-কপিল দেৱ।

বিশ্বকাপ ক্ৰিকেটত দুবাৰ 500 বা ততোধিক ৰান কৰা প্ৰথমজন ভাৰতীয় বেটচমেন—-শচীন তেণ্ডুলকাৰ।

বিশ্বকাপ ক্ৰিকেটত অধিনায়ক হিচাপে এখন বিশ্ব কাপত তিনিটা শতক কৰা প্ৰথমজন ভাৰতীয় বেটছমেন—- সৌৰভ গাংগুলী।

বিশ্বকাপ ক্ৰিকেটত একেৰাহে ছেমি ফাইনেল আৰু ফাইনেলত ‘মেন অব দা  মেছ’ সন্মান পোৱা প্ৰথমজন ভাৰতীয়—-মহীন্দ্ৰ অমৰনাথ।

বিশ্বকাপ ক্ৰিকেটত যৌথভাবে প্ৰথমতে ‘মেন অব দা মেছ’ লাভ কৰা ভাৰতীয় —-সুনীল গাভাস্কাৰ, চেতন শৰ্মা।

বিশ্বকাপ ক্ৰিকেটত শতক ৰান কৰা প্ৰথমজন ভাৰতীয়—-কপিল দেৱ।

বিশ্বকাপ ক্ৰিকেটত 1500 ৰান কৰা প্ৰথমজন ভাৰতীয় বেটছমেন—-শচীন তেণ্ডুলকাৰ। 0 0 0

ভাৰতীয় খেল জগতত প্রথম

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ

ভাৰতীয় খেল জগতত প্রথম 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here