ভাৰতীয় চলচ্চিত্র জগত
ভাৰতীয় চলচ্চিত্র জগত
ভাৰতীয় চলচ্চিত্র জগত
বক্স অফিচত সাফল্য লাভ কৰা প্ৰথম ভাৰতীয় চলচ্চিত্ৰ —-লংকা দহন।
ভাৰতত প্ৰদৰ্শিত প্ৰথমখন সবাক কাহিনী চিত্ৰ—-মেলডি অব লাভ।
ভাৰতবৰ্ষত নিৰ্মাণ হোৱা প্ৰথম সবাক চিত্ৰ—-মদন ভেৰাইটিজ।
ভাৰতত নিৰ্মাণ হোৱা প্ৰথমখন ভাৰতীয় কাহিনী চিত্ৰ—-আলম আৰা।
সবাক কাহিনী চিত্ৰৰ প্ৰথমজন খলনায়ক —-পৃথ্বিৰাজ।
ভাৰতীয় চলচিত্ৰৰ প্ৰথম গীত —- এম খানৰ ‘দে দে খুকা দে …….. ’।
ভাৰতীয় চলচিত্ৰত নেপথ্য গায়ন ব্যৱস্থাৰ প্ৰথম গায়ক —-কে চি দে।
ভাৰতীয় চলচিত্ৰত নেপথ্য গায়ন ব্যৱস্থাৰ প্ৰথম সংগীত পৰিচালক —-ৰায় চাঁদ বৰাল।
ভাৰতৰ প্ৰথমখন পৰীক্ষামূলক ৰঙ্গীন ছবি—- বিশ্ব মঙ্গল।
ভাৰতৰ প্ৰথমখন সফল ৰঙ্গীন ছবি —-কিষাণ কন্যা।
ভাৰতত ছুটিং হোৱা প্ৰথমখন টেকনি-কালাৰ ছবি—-ঝান্সী কি ৰাণী।
ভাৰতত ছুটিং আৰু প্ৰস্তুত হোৱা প্ৰথমখন গেভা কালাৰ ছবি—-পামোচ।
বিদেশত মুক্তি লাভ কৰা প্ৰথম ভাৰতীয় চলচ্চিত্ৰ—-লাইট অব এচিয়া।
ভাৰতৰ প্ৰথমখন এনিমেচন ছবি—-অন এ মুন লিট নাইট।
ভাৰতত নিৰ্মিত প্ৰথমখন টাৰ্জন ছবি—-জ্যাম্ব দা এপমেন।
ভাৰতীয় চলচিত্ৰৰ প্ৰথম শিশু শিল্পী—- বাল চন্দ্ৰ।
ভাৰতীয় চলচিত্ৰত প্ৰথম বিদেশী অভিনেত্ৰী—-ডৰথি কিংডম।
সংগীত বিহীন প্ৰথমখন ভাৰতীয় ছবি—-ন-জোৱান (1937)।
আঞ্চলিক ভিত্তিত প্ৰথমখন ভাৰতীয় ছবি—-সত্যবাদী ৰাজা হৰিশ্চন্দ্ৰ।
ভাৰতৰ ৰাজনৈতিক বিষয়ক প্ৰথম তথ্য চিত্ৰ—-দা গ্ৰেট বেংগল পাৰ্টিচন মুভমেন্ট।
ভাৰতত নিৰ্মাণ হোৱা প্ৰথমখন ইংৰাজী ছবি—-নুৰজাহান।
ভাৰতীয় ছবি বিদেশলৈ ৰপ্তানি কৰা প্ৰথমজন ভাৰতীয়—-দাদা চাহেব ফাল্কে ।
প্ৰাপ্ত বয়স্কৰ বাবে নিৰ্মিত প্ৰথমখন ভাৰতীয় ছবি—-ছ’চিয়েল ইভিল।
জীৱন্ত নায়কৰ জীৱন ভিত্তিক প্ৰথম ভাৰতীয় ছবি—-কালনাগ (1942 চন)।
বিদেশত নিৰ্মাণ হোৱা প্ৰথমখন ভাৰতীয় চলচ্চিত্ৰ—-ভাগৰে-ভাগ।
অভিনেত্ৰীবিহীন প্ৰথমখন ভাৰতীয় চলচিত্ৰ—-মই থিলুকুল। ০ ০ ০
ভাৰতীয় চলচ্চিত্র জগত
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
ভাৰতীয় চলচ্চিত্র জগত
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:
- খেল কুইজ
- বিশ্ব কুইজ