Home Knowledge ভাৰতীয় চলচ্চিত্র জগত

ভাৰতীয় চলচ্চিত্র জগত

0

ভাৰতীয় চলচ্চিত্র জগত

ভাৰতীয় চলচ্চিত্র জগত

 

ভাৰতীয় চলচ্চিত্র জগত

ভাৰতীয় চলচ্চিত্র জগত 

বক্স অফিচত সাফল্য লাভ কৰা প্ৰথম ভাৰতীয় চলচ্চিত্ৰ —-লংকা দহন।

ভাৰতত প্ৰদৰ্শিত প্ৰথমখন সবাক কাহিনী চিত্ৰ—-মেলডি অব লাভ।

ভাৰতবৰ্ষত নিৰ্মাণ হোৱা প্ৰথম সবাক চিত্ৰ—-মদন ভেৰাইটিজ।

ভাৰতত নিৰ্মাণ হোৱা প্ৰথমখন ভাৰতীয় কাহিনী চিত্ৰ—-আলম আৰা।

সবাক কাহিনী চিত্ৰৰ প্ৰথমজন খলনায়ক —-পৃথ্বিৰাজ।

ভাৰতীয় চলচিত্ৰৰ প্ৰথম গীত —-  এম খানৰ ‘দে দে খুকা দে …….. ’।

ভাৰতীয় চলচিত্ৰত নেপথ্য গায়ন ব্যৱস্থাৰ প্ৰথম গায়ক —-কে চি দে।

ভাৰতীয় চলচিত্ৰত নেপথ্য গায়ন ব্যৱস্থাৰ প্ৰথম সংগীত পৰিচালক —-ৰায় চাঁদ বৰাল।

ভাৰতৰ প্ৰথমখন পৰীক্ষামূলক ৰঙ্গীন ছবি—- বিশ্ব মঙ্গল।

ভাৰতৰ প্ৰথমখন সফল ৰঙ্গীন ছবি —-কিষাণ কন্যা।

ভাৰতত ছুটিং হোৱা প্ৰথমখন টেকনি-কালাৰ ছবি—-ঝান্সী কি ৰাণী।

ভাৰতত ছুটিং আৰু প্ৰস্তুত হোৱা প্ৰথমখন গেভা কালাৰ ছবি—-পামোচ।

বিদেশত মুক্তি লাভ কৰা প্ৰথম ভাৰতীয় চলচ্চিত্ৰ—-লাইট অব এচিয়া।

ভাৰতৰ প্ৰথমখন এনিমেচন ছবি—-অন এ মুন লিট নাইট।

ভাৰতত নিৰ্মিত প্ৰথমখন টাৰ্জন ছবি—-জ্যাম্ব দা এপমেন।

ভাৰতীয় চলচিত্ৰৰ প্ৰথম শিশু শিল্পী—- বাল চন্দ্ৰ।

ভাৰতীয় চলচিত্ৰত প্ৰথম বিদেশী অভিনেত্ৰী—-ডৰথি কিংডম।

সংগীত বিহীন প্ৰথমখন ভাৰতীয় ছবি—-ন-জোৱান (1937)।

আঞ্চলিক ভিত্তিত প্ৰথমখন ভাৰতীয় ছবি—-সত্যবাদী ৰাজা হৰিশ্চন্দ্ৰ।

ভাৰতৰ ৰাজনৈতিক বিষয়ক প্ৰথম তথ্য চিত্ৰ—-দা গ্ৰেট বেংগল পাৰ্টিচন মুভমেন্ট।

ভাৰতত নিৰ্মাণ হোৱা প্ৰথমখন ইংৰাজী ছবি—-নুৰজাহান।

ভাৰতীয় ছবি বিদেশলৈ ৰপ্তানি কৰা প্ৰথমজন ভাৰতীয়—-দাদা চাহেব ফাল্কে

প্ৰাপ্ত বয়স্কৰ বাবে নিৰ্মিত প্ৰথমখন ভাৰতীয় ছবি—-ছ’চিয়েল ইভিল।

জীৱন্ত নায়কৰ জীৱন ভিত্তিক প্ৰথম ভাৰতীয় ছবি—-কালনাগ (1942 চন)।

বিদেশত নিৰ্মাণ হোৱা প্ৰথমখন ভাৰতীয় চলচ্চিত্ৰ—-ভাগৰে-ভাগ। 

অভিনেত্ৰীবিহীন প্ৰথমখন ভাৰতীয় চলচিত্ৰ—-মই থিলুকুল। ০ ০ ০

ভাৰতীয় চলচ্চিত্র জগত

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ

ভাৰতীয় চলচ্চিত্র জগত

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here