Home Knowledge ভাৰতীয় টেলিফোন জগতত প্রথম

ভাৰতীয় টেলিফোন জগতত প্রথম

0

ভাৰতীয় টেলিফোন জগতত প্রথম

ভাৰতীয় টেলিফোন জগতত প্রথম

ভাৰতীয় টেলিফোন জগতত প্রথম

ভাৰতত প্ৰথম টেলিগ্ৰাফ লাইন স্থাপন—-1851 চন।

ভাৰতৰ প্ৰথমটো টেলিফোন এক্সচেঞ্চ—-কলকাতা, 1881 চন।

ভাৰতৰ প্ৰথমটো স্বয়ংক্ৰিয় টেলিফোন এক্সচেঞ্চ—-চিমলাত, 1914 চন।

ভাৰতত প্ৰথম ৰেডিঅ’ টেলিফোন সেৱা আৰম্ভ—-1933 চন।

ভাৰতত প্ৰথম STD  টেলিফোন সেৱা আৰম্ভ—-1960 চন।

ভাৰতত প্ৰথম ব্যক্তিগত টেলিফোন সেৱা আৰম্ভ—-1998 চন।

ভাৰতত প্ৰথম আন্তৰ্জাতিক টেলিফোন এক্সচেঞ্জ স্থাপন—-1973 চন। ০ ০ ০

ভাৰতীয় টেলিফোন জগতত প্রথম

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ

ভাৰতীয় টেলিফোন জগতত প্রথম, ভাৰতীয় টেলিফোন জগতত প্রথম 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here