Home Knowledge ভাৰতৰ উচ্চতম | Highest of India

ভাৰতৰ উচ্চতম | Highest of India

0

ভাৰতৰ উচ্চতম Highest of India

 

ভাৰতৰ উচ্চতম | Highest of India

ভাৰতৰ উচ্চতম স্তম্ভ—-কুটুব মিনাৰ

ভাৰতৰ উচ্চতম শৃঙ্গ—-গডউইন অষ্টিন

ভাৰতৰ উচ্চতম টি ভি টাৱাৰ—-মুম্বাই

ভাৰতৰ উচ্চতম জলপ্ৰপাত—-গাৰছোপ্পা জলপ্ৰপাত, কৰ্ণাটক

ভাৰতৰ উচ্চতম ওলোমা দলং—-পৱ ডাড়, গুজৰাট

ভাৰতৰ উচ্চতম পথ—-খাৰডুনগ্না (৫,৬৮২ মিটাৰ)

ভাৰতৰ উচ্চতম বান্ধ—- ভাক্ৰা নাঙল বান্ধ, পঞ্জাৱ

ভাৰতৰ উচ্চতম বিমান বন্দৰ —-লেহ,  লাডাখ

ভাৰতৰ সর্বোচ্চ সন্মান —-ভাৰতৰত্ন। ০ ০ ০

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here