মছজিদ মাদ্রাছা কুইজ
মছজিদ মাদ্রাছা কুইজ
মছজিদ মাদ্রাছা কুইজ
প্ৰঃ মছজিদ’ শব্দৰ অৰ্থ কি?
উঃ সিজদাৰ স্থান।
প্ৰঃ আল্লাহৰ ওচৰত সকলোতকৈ পৱিত্ৰ স্থান কি?
উঃ মছজিদ।
প্ৰঃ মছজিদৰ ভিতৰত পাৰ্থিৱ বিষয়ে কথা-বতৰা পাতিব পাৰিনে?
উঃ নহয়। আল্লাহ ৰাগাম্বিত হয় আৰু ফিৰিস্তাসকলে অভিসম্পাদ কৰি থাকে।
প্ৰঃ মছজিদে হাৰাম শব্দটো কোৰাণত কেইবাৰ আছে?
উঃ 15 বাৰ।
প্ৰঃ কাবা ঘৰৰ সৰ্বশেষ সংস্কাৰক কোন?
উঃ তুৰস্কৰ চুলতান চতুৰ্থ মুৰাদ (11 তম)।
প্ৰঃ বৰ্তমান মছজিদুল হাৰামত একলগে কিমান সংখ্যক মানুহে নামাজ আদায় কৰিব পাৰে?
উঃ 16 লাখ।
প্ৰঃ মছজিদুল হাৰাম নিৰ্মাণৰ কিমান বছৰ পাছত মছজিদুল আকছা নিৰ্মাণ কৰা হয়?
উঃ 40 বছৰ পিছত।
মছজিদ মাদ্রাছা কুইজ
প্ৰঃ হুজুৰ (ছাঃ) য়ে পুণ্যৰ আশাত কোন তিনিটা মছজিদলৈ ভ্ৰমণ কৰাৰ কথা কৈছে?
উঃমছজিদুল হাৰাম, মছজিদে আকসা আৰু মছজিদুল নববী।
প্ৰঃ আৰবৰ বাহিৰত সৰ্বপ্ৰথম কোনে মছজিদ নিৰ্মাণ কৰে?
উঃ হজৰত উৎবাহ বিন গাজওৱান (ৰাঃ)য়ে বছৰাত, 635 খ্ৰীঃত।
প্ৰঃ সৰ্বপ্ৰথম মিনাৰ নিৰ্মাণ কৰা হয় কোন মছজিদত?
উঃ মিছৰৰ ফুছতাত, আমৰ বিন আছ মছজিদত, 673 খ্ৰীঃত।
প্ৰঃ ভাৰতৰ বৃহৎ মছজিদ কোনটো?
উঃ মোগল সম্ৰাট ছাহজাহানে নিৰ্মাণ কৰা দিল্লীৰ জামে মছজিদ।
প্ৰঃ বিশ্বৰ কোন নগৰীক মছজিদ নগৰী বোলা হয়?
উঃ ঢাকা নগৰীক।
প্ৰঃ বিশ্বৰ প্ৰথম মাদ্ৰাছা কোনটো?
উঃ সাফা পাহাৰৰ পাদদেশত অৱস্থিত দাৰে আৰকান মাদ্ৰাছা।
প্ৰঃ মধ্যযুগৰ বিখ্যাত মাদ্ৰাছাৰ নাম কি?
উঃ বাগদাদৰ নিজামীয়া মাদ্ৰাছা।
প্ৰঃ বিশ্বৰ ডাঙৰ মাদ্ৰাছাখনৰ নাম কি?
উঃ মিছৰৰ জামে আজহাৰ মাদ্ৰাছা।
প্ৰঃ ‘ওৱাকফ’ শব্দৰ অৰ্থ কি?
উঃ নিৰ্দিষ্টকৰণ।
প্ৰঃ ওৱাকফি সম্পত্তি বুলিলে কি বুজায়?
উঃ আল্লাহৰ সম্পত্তি। এনে সম্পত্তি কোনেও বিক্ৰী বা হস্তান্তৰ কৰিব নোৱাৰে।
প্ৰঃ সৰ্বপ্ৰথম ওৱাকফ কোনে কৰিছিল?
উঃ হজৰত ওচমান গণি (ৰাঃ)। তেওঁ 35 হাজাৰ ৰূপৰ মুদ্ৰাৰে তোফাৰ গোত্ৰৰ পৰা ৰূমা নামে এক কুপ ক্ৰয় কৰি নবীজীৰ অনুমোদনক্ৰমে জনসাধাৰণৰ বাবে তাওয়াফ কৰি দিয়ে। 0 0 0
মছজিদ মাদ্রাছা কুইজ
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান: