Home Quiz মটৰকাৰ ৰেচিং কুইজ Car Racing Quiz

মটৰকাৰ ৰেচিং কুইজ Car Racing Quiz

0

আপুনি যদি মটৰকাৰ ৰেচিং কুইজ Car Racing Quiz বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । এই ‘মটৰকাৰ ৰেচিং কুইজ Car Racing Quiz’ বোৰ বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰা হৈছে। আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা কুইজপ্রেমীসকলে কুইজবোৰ ভাল পাব ।

মটৰকাৰ ৰেচিং কুইজ

মটৰকাৰ ৰেচিং কুইজ

প্ৰঃ  কোনটো আন্তৰ্জাতিক সংস্থাই গোটেই বিশ্বতে মটৰ কাৰ ৰেচিং নিয়ন্ত্ৰণ কৰে?

উঃ Federation International Del (Automobiles).

প্ৰঃ ‘লি মেনছ মটৰ কাৰ ৰেচ’ৰ কাল দৈর্ঘ কিমান?

উঃ চৌবিবশ ঘন্টা।

প্ৰঃ ফৰ্মূলা ওৱান ৰেচিঙত ‘ফৰ্মূলা’ মানে কি?

উঃ ‘ফৰ্মূলা হৈছে কিছুমান নীতি-নিয়ম যিবোৰ অংশগ্ৰহণকাৰী চালকসকলে মানি চলিব লাগে।

প্ৰঃ  2005 চনৰ বিশ্ব মটৰ ৰেচিং চেম্পিয়নশ্বিপ ট্ৰফী কোনে অৰ্জন কৰি ফৰ্মূলা ওৱানৰ কনিষ্ঠতম চেম্পিয়ন হয়?

উঃ ফাৰ্ণেণ্ডো এলনছ’ (স্পেইন)।

প্ৰঃ 2004 চনৰ জাপান গেণ্ড প্ৰিক্স বিজয়ী হোৱাৰ লগে লগে একোটা ঋতুতে  13  টা ৰেচত বিজয় সাব্যস্ত কৰা প্ৰথম গৰাকী ফৰ্মূলা ওৱান ড্ৰাইভাৰৰ নাম কি?

উঃ মাইকেল চুমাচেৰ।

প্ৰঃ ফৰ্ৰ্মূলা ওৱান ৰেচিঙত অংশ গ্ৰহণ কৰা প্ৰথম ভাৰতীয় গৰাকী কোন?

উঃ  নাৰায়ণ কাৰ্থিকেয়ান।

প্ৰঃ ‘স্পা ফ্রেন্গকৰচাম্প্ৰছ’ হ’ল ফৰ্মূলা ওৱান গ্ৰেণ্ড প্ৰিক্স ট্রেক। ই কোন দেশত অৱস্থিত?

উঃ বেলজিয়াম।

প্ৰঃ কোনখন দেশৰ গ্ৰেণ্ড প্ৰিক্সক ‘মনজা’ বোলা হয়?

উঃ ইটালী।

প্ৰঃ ফৰ্মূলা ওৱান মটৰ কাৰ ৰেচৰ আৰম্ভণি কালত সন্মুখৰ অৱস্থানক কি বোলে?

উঃ প’ল অৱস্থান।

প্ৰঃ  বিশ্বৰ প্ৰাচীনতম ফৰ্মূলা ওৱান দলটোৰ নাম কি?

উঃ ফেৰাৰি। মটৰকাৰ ৰেচিং কুইজ 

প্ৰঃ 1994 চনত টামবুৰেল কৰ্ণাৰত সংঘটিত এক শোকাবহ  দুৰ্ঘটনাত এজন ফৰ্মূলা ওৱান ড্ৰাইভাৰৰ মৃত্যু ঘটে। তেওঁৰ নাম কি?

উঃ আৰটন চেন্না।

প্ৰঃ ফৰ্মূলা ওৱান ৰেচত ড্ৰাইভাৰ আৰু মটৰ গাড়ী উভয়ৰে ওজন কিমান হোৱা উচিত?

উঃ 600 কিঃগ্ৰাঃ।

প্ৰঃ ‘A1’ ৰিং’ হ’ল এটা ফৰ্মূলা ওৱান চাৰ্কিট। ই ক’ত অৱস্থিত?

উঃ অষ্ট্ৰিয়া।  0 0 0

Motorcar Racing Quiz

Q. Which international organization regulates motor car racing worldwide?

A. Federation International Del (Automobiles).

Q. What is the duration of the Lee Men’s Motor Car Race?

A. Twenty-four hours.

Q. What does ‘formula’ mean in Formula One racing?

A. ‘Formulas are certain norms that participating drivers have to follow.

Q. Who became the youngest Formula One champion to win the 2005 World Motor Racing Championship trophy?

A. Fernando Alonso (Spain).

Q. Who is the first Formula One driver to win 13 races in a season after winning the 2004 Japan Grand Prix?

A. Michael Chumacher.

Q. Who is the first Indian to compete in Formula One racing?

A. Narayan Karthikeyan.

Q. ‘Spa Frangkerchampras’ is a Formula One Grand Prix track. In which country is it located?

A. Belgium.

Q. Which country’s Grand Prix is ​​called ‘Monza’?

A. Italy.

Q. What is the front position at the start of a Formula One motor car race?

A. Pole position.

Q. What is the name of the oldest Formula One team in the world?

A. Ferrari. Motorcar Racing Quiz

Q. In 1994, a Formula One driver died in a tragic accident at Tamburel Corner. What is his name?

A. Arton Chenna.

Q. What should be the weight of both the driver and the motor vehicle in a Formula One race?

A. 600 kg.

Q. Ring A1 is a Formula One circuit. Where is it located?

A. Austria.0 0 0

নোট: যদি আপুনি উক্ত মটৰকাৰ ৰেচিং কুইজ Car Racing Quiz’ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ

মটৰকাৰ ৰেচিং কুইজ  

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here