মটৰকাৰ ৰেচিং কুইজ
মটৰকাৰ ৰেচিং কুইজ
মটৰকাৰ ৰেচিং কুইজ
প্ৰঃ কোনটো আন্তৰ্জাতিক সংস্থাই গোটেই বিশ্বতে মটৰ কাৰ ৰেচিং নিয়ন্ত্ৰণ কৰে?
উঃ Federation International Del (Automobiles).
প্ৰঃ ‘লি মেনছ মটৰ কাৰ ৰেচ’ৰ কাল দৈর্ঘ কিমান?
উঃ চৌবিবশ ঘন্টা।
প্ৰঃ ফৰ্মূলা ওৱান ৰেচিঙত ‘ফৰ্মূলা’ মানে কি?
উঃ ‘ফৰ্মূলা হৈছে কিছুমান নীতি-নিয়ম যিবোৰ অংশগ্ৰহণকাৰী চালকসকলে মানি চলিব লাগে।
প্ৰঃ 2005 চনৰ বিশ্ব মটৰ ৰেচিং চেম্পিয়নশ্বিপ ট্ৰফী কোনে অৰ্জন কৰি ফৰ্মূলা ওৱানৰ কনিষ্ঠতম চেম্পিয়ন হয়?
উঃ ফাৰ্ণেণ্ডো এলনছ’ (স্পেইন)।
প্ৰঃ 2004 চনৰ জাপান গেণ্ড প্ৰিক্স বিজয়ী হোৱাৰ লগে লগে একোটা ঋতুতে 13 টা ৰেচত বিজয় সাব্যস্ত কৰা প্ৰথম গৰাকী ফৰ্মূলা ওৱান ড্ৰাইভাৰৰ নাম কি?
উঃ মাইকেল চুমাচেৰ।
প্ৰঃ ফৰ্ৰ্মূলা ওৱান ৰেচিঙত অংশ গ্ৰহণ কৰা প্ৰথম ভাৰতীয় গৰাকী কোন?
উঃ নাৰায়ণ কাৰ্থিকেয়ান।
প্ৰঃ ‘স্পা ফ্রেন্গকৰচাম্প্ৰছ’ হ’ল ফৰ্মূলা ওৱান গ্ৰেণ্ড প্ৰিক্স ট্রেক। ই কোন দেশত অৱস্থিত?
উঃ বেলজিয়াম।
প্ৰঃ কোনখন দেশৰ গ্ৰেণ্ড প্ৰিক্সক ‘মনজা’ বোলা হয়?
উঃ ইটালী।
প্ৰঃ ফৰ্মূলা ওৱান মটৰ কাৰ ৰেচৰ আৰম্ভণি কালত সন্মুখৰ অৱস্থানক কি বোলে?
উঃ প’ল অৱস্থান।
প্ৰঃ বিশ্বৰ প্ৰাচীনতম ফৰ্মূলা ওৱান দলটোৰ নাম কি?
উঃ ফেৰাৰি। মটৰকাৰ ৰেচিং কুইজ
প্ৰঃ 1994 চনত টামবুৰেল কৰ্ণাৰত সংঘটিত এক শোকাবহ দুৰ্ঘটনাত এজন ফৰ্মূলা ওৱান ড্ৰাইভাৰৰ মৃত্যু ঘটে। তেওঁৰ নাম কি?
উঃ আৰটন চেন্না।
প্ৰঃ ফৰ্মূলা ওৱান ৰেচত ড্ৰাইভাৰ আৰু মটৰ গাড়ী উভয়ৰে ওজন কিমান হোৱা উচিত?
উঃ 600 কিঃগ্ৰাঃ।
প্ৰঃ ‘A1’ ৰিং’ হ’ল এটা ফৰ্মূলা ওৱান চাৰ্কিট। ই ক’ত অৱস্থিত?
উঃ অষ্ট্ৰিয়া। 0 0 0
মটৰকাৰ ৰেচিং কুইজ
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
মটৰকাৰ ৰেচিং কুইজ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:
- বেডমিন্টন কুইজ
- ক্ৰিকেট কুইজ
- খেল ধেমালী কুইজ
- ফুটবল বিশ্বকাপ কুইজ
- খেল কুইজ
- বিশ্ব কুইজ