Home Essay মেকুৰী ৰচনা। Cat Essay Essay in Assamese

মেকুৰী ৰচনা। Cat Essay Essay in Assamese

0

মেকুৰী ৰচনা । Cat Essay

মেকুৰী ৰচনা। Cat Essay Essay in Assamese

মেকুৰী । Cat

মেকুৰী ৰচনা । Cat Essay Essay in Assamese

পৰিচয়: মেকুৰী এবিধ চাৰিঠেঙীয়া ঘৰচীয়া জন্তু। ই পৃথিৱীৰ প্ৰায় সকলো দেশতে পোৱা যায়। কোনো কোনো দেশত বনৰীয়া মেকুৰীও আছে।

আকৃতিঃ মেকুৰী এবিধ সৰু জীৱ। ই দেখিবলৈ প্ৰায় বাঘৰ দৰে। ইয়াৰ  গাটো মিহি নোমেৰে ঢকা। ইয়াৰ ঠেং চাৰিখন। ইয়াৰ চকু দুটি বৰ উজ্জ্বল। ইয়াৰ দাঁতবোৰ  অতি চোকা। মেকুৰীৰ মুখমণ্ডল ঘূৰণীয়া। ইয়াৰ মুখত দীঘল দীঘল কেইডালমান গোঁফ আছে। মেকুৰী নানা বৰণৰ আছে, যেনে – কলা, বগা, কজলা, পখৰা ইত্যাদি।

প্ৰকৃতি: মেকুৰী এক শান্ত  আৰু সহজে পোহমনা জীৱ। ইয়াৰ দৃষ্টি শক্তি বৰ চোকা। ই আন্ধাৰত স্পষ্টকৈ দেখে। ই এন্দুৰ, নিগনি, সাপ আদি সহজে চিকাৰ কৰিব পাৰে। ই মানুহে খোৱা সকলো প্ৰকাৰৰ খাদ্য খায় যদিও ই এক মাংসহাৰী জীৱ। গাখীৰ মেকুৰীৰ প্ৰিয় খাদ্য। মাইকী মেকুৰীয়ে এবাৰতে চাৰি-পাঁচটাকৈ পোৱালি জন্ম দিয়ে।

উপকাৰিতা: মেকুৰীয়ে ঘৰত থকা অনিষ্টকাৰী জীৱ যেনে – এন্দুৰ, নিগনি, পইতাঁচোৰা, সাপ আদি চিকাৰ কৰি আমাৰ উপকাৰ কৰে।  

অপকাৰিতা: মেকুৰীয় আমাক উপকাৰ কৰাৰ লগতে কেতিয়াবা আমাৰ অপকাৰো কৰে। মেকুৰীয় কেতিয়াবা ৰোগৰ জীৱানুও বিয়পায়। কোনো কোনো মেকুৰীয়ে ঘৰৰ খাদ্য-বস্তু চোৰ কৰি খায়।

সামৰণি: মেকুৰী মানুহৰ বৰ উপকাৰী জন্তু। আমি পোহনীয়া মেকুৰীৰ যত্ন লোৱা উচিত। 0 0 0.

মেকুৰী ৰচনা

Read More: অসমীয়া ৰচনা শিক্ষা

মেকুৰী ৰচনা

বি. দ্র. উক্ত ‘মেকুৰী ৰচনা । Cat Essay ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত অসমীয়া ৰচনা শিক্ষা গ্রন্থৰ অন্তর্গত। মেকুৰী ৰচনা

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here