হজৰত ইছহাক কুইজ
হজৰত ইছহাক কুইজ
হজৰত ইছহাক কুইজ
প্ৰঃ ইছহাক শব্দৰ অৰ্থ কি?
উঃ হিব্রো ভাষাত ‘ইছহাক’ শব্দৰ অৰ্থ ‘হাঁহি থকা’।
প্ৰঃ হজৰত ইছহাক (আঃ)ক কিমান বছৰ বয়সত খাতনা কৰা হয়।
উঃ জন্মৰ 8 দিন পিছত।
প্ৰঃ কিমান বছৰ বয়সত হজৰত ইছহাক (আঃ) বিবাহ কৰে?
উঃ 40 বছৰ বয়সত।
প্ৰঃ হজৰত ইছহাক (আঃ)ৰ স্ত্ৰীৰ নাম কি?
উঃ ৰিফ্কা।
প্ৰঃ ৰিফ্কাৰ গৰ্ভত কেইজন সন্তান হয়?
উঃ 2 জন।
প্ৰঃ আল্লাহৰ ভয়ত ক্ৰন্দনৰ ফলত কোন নবীৰ সুন্দৰ চেহেৰাত চকুৰ পানীৰ দাগৰ সৃষ্টি হয়?
উঃ হজৰত ইছহাক (আঃ)
প্ৰঃ হজৰত ইছহাক (আঃ) কিমান বছৰ বয়সত ইন্তেকাল কৰে?
উঃ 180 বছৰ বয়সত। 0 0 0
হজৰত ইছহাক কুইজ
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান: