Home Quiz হজৰত ইছহাক কুইজ

হজৰত ইছহাক কুইজ

0

আপুনি যদি হজৰত ইছহাক কুইজ বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । এই ‘হজৰত ইছহাক কুইজ’ বোৰ বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰা হৈছে। আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা কুইজপ্রেমীসকলে কুইজবোৰ ভাল পাব ।

হজৰত ইছহাক কুইজ

হজৰত ইছহাক কুইজ 

প্ৰঃ ইছহাক শব্দৰ অৰ্থ কি?

উঃ হিব্রো ভাষাত ‘ইছহাক’ শব্দৰ অৰ্থ ‘হাঁহি থকা’।

প্ৰঃ হজৰত ইছহাক (আঃ)ক কিমান বছৰ বয়সত খাতনা কৰা হয়।

উঃ জন্মৰ 8 দিন পিছত।

প্ৰঃ কিমান বছৰ বয়সত হজৰত ইছহাক (আঃ) বিবাহ কৰে?

উঃ 40 বছৰ বয়সত।

প্ৰঃ হজৰত ইছহাক (আঃ)ৰ স্ত্ৰীৰ নাম কি?

উঃ ৰিফ্‌কা।

প্ৰঃ ৰিফ্‌কাৰ গৰ্ভত কেইজন সন্তান হয়?

উঃ 2 জন।

প্ৰঃ আল্লাহৰ ভয়ত ক্ৰন্দনৰ ফলত কোন নবীৰ সুন্দৰ চেহেৰাত চকুৰ পানীৰ দাগৰ সৃষ্টি হয়?

উঃ হজৰত ইছহাক (আঃ)

প্ৰঃ হজৰত ইছহাক (আঃ) কিমান বছৰ বয়সত ইন্তেকাল কৰে?

উঃ 180 বছৰ বয়সত। 0 0 0

নোট: যদি আপুনি উক্ত ‘হজৰত ইছহাক কুইজ’ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here