Home Quiz হজৰত ইদ্ৰিছ কুইজ

হজৰত ইদ্ৰিছ কুইজ

0

হজৰত ইদ্ৰিছ কুইজ

হজৰত ইদ্ৰিছ কুইজ

 

হজৰত ইদ্ৰিছ কুইজ

হজৰত ইদ্ৰিছ কুইজ

প্ৰঃ হজৰত আদম (আঃ) আৰু হজৰত শীস নবীৰ পিছত তৃতীয় নবী কোন হৈছিল?

উঃ হজৰত ইদ্ৰিছ (আঃ)।

প্ৰঃ কোৰাণত হজৰত ইদ্ৰিছ (আঃ)ৰ নাম কেইবাৰ উল্লেখ কৰা আছে?

উঃ দুই বাৰ।

প্ৰঃ হজৰত ইদ্ৰিছ (আঃ)ৰ পিতাৰ নাম কি?

উঃ ইয়াৰাদ।

প্ৰঃ হজৰত ইদ্ৰিছ আলাইহে ৱা ছাল্লাম ক’ত জন্ম গ্ৰহণ কৰিছিল?

উঃ ইৰাকৰ বাবেল অঞ্চলত।

প্ৰঃ কোন নবী জীৱন্ত অৱস্থাত জান্নাতত গৈছে?

উঃ হজৰত ইদ্ৰিছ (আঃ)।

হজৰত ইদ্ৰিছ কুইজ

প্ৰঃ হজৰত ইদ্ৰিছ (আঃ) কিমান ভাষা জানিছিল?

উঃ  72 টা।

প্ৰঃ সৰ্বপ্ৰথম কলমৰ ব্যৱহাৰ কোনে কৰিছিল?

উঃ হজৰত ইদ্ৰিছ (আঃ)।

প্ৰঃ ‘জ্ঞান আত্মাৰ খোৰাক’– কথাষাৰ কোনে কৈছিল?

উঃ হজৰত ইদ্ৰিছ (আঃ)।

প্ৰঃ কোনে সৰ্বপ্ৰথম বৰ্ণমালা সৃষ্টি কৰে?

উঃ হজৰত ইদ্ৰিছ (আঃ)।

প্ৰঃ  হজৰত ইদ্ৰিছ (আঃ)য়ে কিমানখন চহৰ প্রতিষ্ঠা কৰিছিল?

উঃ 200 খন।

প্ৰঃ হজৰত ইদ্ৰিছ (আঃ) কিমান বছৰ পৃথিৱীত আছিল?

উঃ 365 বছৰ।

প্ৰঃ কোন নবীৰ ওপৰত সৰ্বপ্ৰথম ঔষধ সম্পৰ্কে অহি (স্বৰ্গীয় প্ৰত্যাদেশ) নাজিল হয়?

উঃ হজৰত ইদ্ৰিছ (আঃ)।

প্ৰঃ পৃথিৱীত জ্যোতিবিদ্যাৰ প্ৰৱৰ্তক কোনে?

উঃ  হজৰত ইদ্ৰিছ (আঃ)। 0 0 0

হজৰত ইদ্ৰিছ কুইজ

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here