Home Amplification ৰাগিয়ে মানুহৰ গাত চিৰৰুগীয়াৰ চিন দিয়ে–ভাব সম্প্ৰসাৰণ | Ragiye Manuhar Gat...

ৰাগিয়ে মানুহৰ গাত চিৰৰুগীয়াৰ চিন দিয়ে–ভাব সম্প্ৰসাৰণ | Ragiye Manuhar Gat Chirrugiyar Chin Diye

ৰাগিয়ে মানুহৰ গাত চিৰৰুগীয়াৰ চিন দিয়ে

0

 

ৰাগিয়ে মানুহৰ গাত চিৰৰুগীয়াৰ চিন দিয়ে

ৰাগিয়ে মানুহৰ গাত চিৰৰুগীয়াৰ চিন দিয়ে

ৰাগিয়ে মানুহৰ গাত চিৰৰুগীয়াৰ চিন দিয়ে–ভাব সম্প্ৰসাৰণ | Ragiye Manuhar Gat Chirrugiyar Chin Diye

ৰাগিয়ে মানুহৰ গাত চিৰৰুগীয়াৰ চিন দিয়ে। কাৰণ  ৰাগি কৰা মানুহৰ স্বভাৱ-চৰিত্ৰ সলনি হয়, খৰতকীয়া মানুহ ঢিমা হয়, তজবজীয়া মানুহ সোৰোপা হয়, জুৰ মানুহ খঙাল  হয়, সৰল মানুহ ছলাহী হয়, শান্ত মানুহ দুষ্ট হয়। সেয়ে বহু দিন ৰাগি কৰিলে মানুহৰ স্বভাৱ চৰিত্ৰত এনে কিছুমান লক্ষণে দেখা দিয়ে  যি অস্বাভাৱিক আৰু নিৰাময়ৰ অযোগ্য হয়। অৰ্থাৎ  মানুহ  ৰাগিৰ প্ৰভাৱত সজ বাটৰ পৰা পিছলি গৈ অসজ বাটত পৰি সংসাৰত জীয়াতু ভোগ কৰে। শৰীৰৰ শক্তি কমি যায়, অজীৰ্ণ ৰোগত আক্ৰান্ত হয়, মস্তিষ্কৰ শক্তি হ্রাস পায়, ভাল-বেয়া বিবেচনা শক্তি হেৰুৱায, শৰীৰৰ স্বাভাৱিক অবয়ৱ হেৰুৱায়। অৰ্থাৎ গাত চিৰৰুগীয়াৰ  চিন বহে। লগতে স্বভাৱতো তেনে এটা চিন বহি যায়। 0 0 0

ৰাগিয়ে মানুহৰ গাত চিৰৰুগীয়াৰ চিন দিয়ে —ভাব সম্প্ৰসাৰণ | Ragiye Manuhar Gat Chirrugiyar Chin Diye

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here