Home Amplification ৰোগ মানুহৰ এটা পৰম শক্ৰ | Rug Manuhr Eta Param Shtru

ৰোগ মানুহৰ এটা পৰম শক্ৰ | Rug Manuhr Eta Param Shtru

ৰোগ মানুহৰ এটা পৰম শক্ৰ

0
ৰোগ মানুহৰ এটা পৰম শক্ৰ
ৰোগ মানুহৰ এটা পৰম শক্ৰ

ৰোগ মানুহৰ এটা পৰম শক্ৰ

ৰোগ মানুহৰ এটা পৰম শক্ৰ – ভাব সম্প্রসাৰণ

ৰোগ মানুহৰ পৰম শত্ৰু বুলি কোৱা হয়। মানুহৰ নানা শত্ৰু থাকিব পাৰে। কোনো শত্ৰুৱে আমাক জীৱনতো মাৰি পেলাব পাৰে। কিন্তু যদি কোনো মানুহ ৰুগীয়া হয় তেওঁ বাৰে বাৰে মৰণ যন্ত্ৰণা ভোগ কৰিব লাগে। সেয়ে ৰোগ মানুহৰ পৰম শত্ৰু বুলি কোৱা হয়। বুদ্ধিমান মানুহে ৰোগ নামৰ পৰম শত্ৰুক সদায় এৰাই চলিবলৈ যত্নবান হয়। 0 0 0

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here