Home Amplification আইৰো বাৰ্তা গংগাৰো যাত্ৰা–ভাব সম্প্রসাৰণ | Airo Barta Gangaro Yatra

আইৰো বাৰ্তা গংগাৰো যাত্ৰা–ভাব সম্প্রসাৰণ | Airo Barta Gangaro Yatra

আইৰো বাৰ্তা গংগাৰো যাত্ৰা

0

আইৰো বাৰ্তা গংগাৰো যাত্ৰা-ভাব সম্প্রসাৰণ

আইৰো বাৰ্তা গংগাৰো যাত্ৰা

আইৰো বাৰ্তা গংগাৰো যাত্ৰা

আইৰো বাৰ্তা গংগাৰো যাত্ৰা–ভাব সম্প্রসাৰণ | Airo Barta Gangaro Yatra

সময়ৰ সঠিক ব্যৱহাৰৰ বিষয়ে বুজাবলৈ উক্ত প্ৰৱচনটো সততে ব্যৱহাৰ কৰা হয়।এই প্ৰৱচন মতে শশুৰৰ ঘৰত থকা বোৱাৰীয়ে নিজ মাতৃৰ অসুখৰ বাৰ্তা পোৱাৰ লগে লগেই আইক চাবলৈ পিতৃ-মাতৃৰ ঘৰলৈ যাত্ৰা কৰে। বেলেগ ক’ৰবালৈ যাবলৈ ওলাওঁতে  প্ৰতিজনী বোৱাৰীয়ে সাজোন-কাচোনত বহুত সময় লয়। অৰ্থাৎ যথা সময়ত ওলাব নোৱাৰে। কিন্তু আইৰ অসুখৰ খবৰ পোৱাৰ লগে লগেই সি উধাতু খাই যাত্ৰা আৰম্ভ কৰে। অৰ্থাৎ অলেপা সময়ৰ অপব্যয় নকৰে। 

আইৰ বাৰ্তা পাই যিদৰে বোৱাৰী এজনীয়ে সময়ৰ অপচ নকৰি সোনকালে  যাত্ৰা কৰে তেনেদৰে আমি সকলোৱে যদি প্ৰয়োজন অনুসৰি সময়মতে নিজৰ নিজৰ কাম কৰি যাওঁ তেন্তে সময়ৰ সদ্ব্যৱহাৰ হয়। কাৰণ সময়ৰ সদ্বৱ্যহাৰৰ ওপৰতহে আমাৰ জীৱনৰ উৎকৰ্ষ সাধন হয়। 0 0 0

আইৰো বাৰ্তা গংগাৰো যাত্ৰা –ভাব সম্প্রসাৰণ | Airo Barta Gangaro Yatra

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here