Home Amplification আজিকালি ধনেই আলাউদ্দিনৰ চাকি–ভাব সম্প্ৰসাৰণ | AjiKali Dhanei Alauddinar Chaki

আজিকালি ধনেই আলাউদ্দিনৰ চাকি–ভাব সম্প্ৰসাৰণ | AjiKali Dhanei Alauddinar Chaki

আজিকালি ধনেই আলাউদ্দিনৰ চাকি

0

আজিকালি ধনেই আলাউদ্দিনৰ চাকি-ভাব সম্প্ৰসাৰণ

আজিকালি ধনেই আলাউদ্দিনৰ চাকি

 

আজিকালি ধনেই আলাউদ্দিনৰ চাকি

আজিকালি ধনেই আলাউদ্দিনৰ চাকি —ভাব সম্প্ৰসাৰণ

আজিকালি আমাৰ সমাজত সৎ গুণৰ পৰিৱৰ্তে  ধনেই যে প্ৰভাৱ বিস্তাৰ কৰি আছে, সেই কথা বুজাবলৈ  উক্ত কথাষাৰৰ অৱতাৰণা কৰা হয়।

আমাৰ সমাজত ধনৰ প্ৰভাৱ অসীম। ধনৱান লোক এজনৰ কোনো গুণ নাথাকিলেও সি ধনৰ প্ৰভাৱত সমাজত উচ্চ আসন লাভ কৰা দেখা যায়। ধনী লোক এজনে তেওঁৰ ধন কোনো ভাল কামত খৰচ নকৰি অসৎ কামত খৰচ কৰিলেও ধন থকাৰ বাবে তেওঁৰ সন্মান হ্রাস নাপায়। সাধাৰণ মানুহেও ধনী লোকক ভয়তে সন্মান কৰে। অৰ্থাৎ ধন হৈছে আলাউদ্দিনৰ চাকিৰ দৰে। আলাউদ্দিনৰ চাকিৰ এনে এক অদ্ভদ শক্তি আছিল যে তেওঁ যিহকে বিচাৰিছিল চাকিটোৱে তেওঁক তাকেই দিছিল। সেয়েহে ব্যাংগাত্মক সুৰত কোৱা হয়, ধনেই আলাউদ্দিনৰ চাকি। অৰ্থাৎ ধনৰ প্ৰভাৱত সকলো পাব পাৰি। 0 0 0

আজিকালি ধনেই আলাউদ্দিনৰ চাকি —ভাব সম্প্ৰসাৰণ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here