Home Biographies চন্দ্ৰ সিং দেউৰী | Chandra Sinha Deori

চন্দ্ৰ সিং দেউৰী | Chandra Sinha Deori

0

চন্দ্ৰ সিং দেউৰী | Chandra Sinha Deori

চন্দ্ৰ সিং দেউৰী Chandra Sinha Deori

 

চন্দ্ৰ সিং দেউৰী | Chandra Sinha Deori

চন্দ্ৰ সিং দেউৰী (Chandra Sinha Deori) অসমৰ দেউৰী সম্প্ৰদায়ৰ এজন খেলুৱৈ, লোক-শিল্পী আৰু লেখক।

১৯২৭ চনৰ ২৮ এপ্ৰিলত গোপাল দেউৰীৰ ঔৰষত আৰু আতবা দেউৰীৰ গৰ্ভত যোৰহাটত শ্ৰীচন্দ্ৰসিং দেউৰীৰ জন্ম হয়। তেওঁ নিজ গাঁৱতে প্ৰাথমিক শিক্ষা সাং কৰি যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা ১৯৪৯ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুক্ষাতিৰে উর্ত্তীর্ণ হয়। পিচত তেওঁ১৯৬২ চনত  শ্বিলং কলেজৰ পৰা আই. এ. পাছ কৰে।

খ্ৰীষ্টীয় ১৯৫৫ চনৰ এক অক্টোবৰত ভাৰত চৰকাৰৰ অধীনৰ অনুসূচিত জাতি আৰু জনজাতি বিভাগৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী হিচাপে যোগদান কৰে আৰু ১৯৮৮ চনৰ ৩১ মাৰ্চ  তাৰিখে অধীক্ষক হিচাপে চাকৰি জীৱনৰ পৰা অৱসৰ লয়। ১৯৫৯ চনৰ দিল্লী গণৰাজ্য দিৱসত তেওঁৰ নেতৃত্বত দেউৰী লোক-গীত আৰু লোক-নৃত্য প্ৰদৰ্শন কৰাৰ উপৰিও ১৯৫৯ চনৰ পৰা ১৯৭৫ চনলৈকে আকাশবাণী গুৱাহাটী কেন্দ্ৰত দেউৰী লোক-গীত পৰিবেশন  কৰে।

লেখক হিচােপ তেওঁ ২০০৩ চনৰ পৰা একে লেঠাৰিয়ে— ‘আৰাও’ (২০০৩), ‘আৰ্চিয় ইবাঁ’ (২০১৪ চন), ‘আমিৰিয়া ইবাঁ’ (২০১৩ চন), ‘বিচু’ (২০১৫ চন) ‘হিচৰি’ (২০১৬ চন), ‘দেউৰী জনজীৱন’ (২০১৬ চন) পুথি  নিজ প্ৰচেষ্টাত প্ৰকাশ কৰি উলিয়ায়। ০ ০ ০

Read More: বিশ্ব ব্যক্তি পৰিচয়

 

বি. দ্র. উক্ত ‘চন্দ্ৰ সিং দেউৰী | Chandra Sinha Deori ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here