Home Amplification পঢ়ায় পঢ়ে ৰোৱে পাণ এই তিনি নিচিন্তে আন–ভাব সম্প্ৰসাৰণ | Poray Pore...

পঢ়ায় পঢ়ে ৰোৱে পাণ এই তিনি নিচিন্তে আন–ভাব সম্প্ৰসাৰণ | Poray Pore Rowe Pan, Ei Tini Nichinte Aan

পঢ়ায়, পঢ়ে, ৰোৱে পাণ, এই তিনি নিচিন্তে আন

0

পঢ়ায় পঢ়ে ৰোৱে পাণ এই তিনি নিচিন্তে আন–ভাব সম্প্ৰসাৰণ

পঢ়ায় পঢ়ে ৰোৱে পাণ এই তিনি নিচিন্তে আন

পঢ়ায় পঢ়ে ৰোৱে পাণ এই তিনি নিচিন্তে আন–ভাব সম্প্ৰসাৰণ

পঢ়ায় পঢ়ে ৰোৱে পাণ এই তিনি নিচিন্তে আন–ভাব সম্প্ৰসাৰণ

কাৰ্যত সিদ্ধি লাভ কৰিবলৈ প্ৰয়োজন হোৱা একাগ্ৰতা গুণৰ কথা ক’বলৈ গৈ অসমীয়ালেকে সততে উক্ত প্ৰৱচনটো ব্যক্ত কৰে।

পঢ়োৱা, পঢ়া আৰু পাণৰ খেতি কৰা কাম তিনিটা হ’ল গুৰুত্বপূৰ্ণ কাম। এই কামত সিদ্ধি লাভ কৰিবলৈ যিবোৰ গুণৰ দৰকাৰ, সেইবোৰৰ ভিতৰত একাগ্ৰতা গুণটো হ’ল এটা প্ৰধান গুণ। একাগ্রচিত্তে  কাম নকৰিলে কামকেইটাত সিদ্ধি লাভ কৰিব নোৱাৰি।   ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান দানৰ দৰে মহৎ কাৰ্যত জড়িত শিক্ষক-শিক্ষয়িত্ৰীসকলে জ্ঞান দান কৰিবলৈ মনটো সম্পূৰ্ণ নিয়োজিত কৰিব লাগে। অন্যথা শিক্ষা-দান কাৰ্যত সিহঁতে সফল হ’ব নোৱাৰে।  ছাত্ৰ-ছাত্ৰীসকলওে সিহঁতৰ প্ৰধান কাম অধ্যয়নত একাগ্ৰচিত্ত হ’ব লাগিব। তেহে তেওঁলোকে বিভিন্ন বিষয় অধ্যয়ন কৰি নানান জ্ঞানৰ গৰাকী হ’ব পাৰিব আৰু পৰীক্ষাতো সুখ্যাতিৰে উত্তীৰ্ণ হ’ব পাৰিব ।

আকৌ  যিসকলে পাণ খেতি কৰে সিহঁতে পাণ খেতিৰ নিয়মিত তদাৰক কৰি থাকিব লাগিব অৰ্থাৎ নিয়মমিত সাৰ-পানীৰ যোগান ধৰি থাকিব লাগিব। ন’হলে পাণ খেতিয়ে আশানুৰূপ ফল নিদিব ।  

মুঠতে, মানৱ  জীৱনৰ উন্নতিত একাগ্ৰতা গুণে বিশেষভাৱে সহায় কৰে।এই গুণৰ অবিহনে জীৱনত উন্নতি সম্ভৱ নহয়। 0 0 0

পঢ়ায় পঢ়ে ৰোৱে পাণ এই তিনি নিচিন্তে আন–ভাব সম্প্ৰসাৰণ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here