Home Amplification বলে মানুহক সাহস, ফুর্তি আৰু আনন্দ দিয়ে–ভাব সম্প্ৰসাৰণ

বলে মানুহক সাহস, ফুর্তি আৰু আনন্দ দিয়ে–ভাব সম্প্ৰসাৰণ

বলে মানুহক সাহস, ফুর্তি আৰু আনন্দ দিয়ে

0

বলে মানুহক সাহস, ফুর্তি আৰু আনন্দ দিয়ে–ভাব সম্প্ৰসাৰণ

বলে মানুহক সাহস, ফুর্তি আৰু আনন্দ দিয়ে

বলে মানুহক সাহস, ফুর্তি আৰু আনন্দ দিয়ে

বলে মানুহক সাহস, ফুর্তি আৰু আনন্দ দিয়ে–ভাব সম্প্ৰসাৰণ

ইয়াত ‘বল’ বুলিলে শাৰীৰিক শক্তিৰ কথা বুজোৱা হৈছে। শাৰীৰিক বল গৌৰৱৰ এক কাৰণ। ইতিহাসত আমি ভীম আৰু হাৰ্কিউলিচৰ  শাৰীৰিক বলৰ বিষয়ে পঢ়িবলৈ পাওঁ। ভীমৰ যথেষ্ট বল থকা বাবে বহুতে তেওঁক ভয় কৰিছিল। সেইদৰে  হাৰ্কিউলিচে দৈত্যৰ লগত যুদ্ধ কৰি পৰাভূত কৰিছিল। বল থাকিলে মানুহে আনৰ ওপৰত কেতিয়াবা প্ৰভুত্ব চলাব পাৰে আৰু আনৰ পৰা ভয় আৰু ভক্তি আকৰ্ষণ কৰিব পাৰে। বল ঈশ্বৰ প্ৰদত্ত হ’লেও তাক নিজে চেষ্টা কৰি বহুত পৰিমাণে বঢ়াব পাৰি। ছেণ্ডো আৰু প্ৰফেছাৰ ৰামমূৰ্তিৰ বল আনেকাংশ নিজ চেষ্টাৰ ফল। সেয়ে দেখা যায় বলে মানুহক সাহস, স্ফ্রুর্তি  আৰু আনন্দ দিয়ে।

বলে মানুহক সাহস, ফুর্তি আৰু আনন্দ দিয়ে —ভাব সম্প্ৰসাৰণ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here