Home Amplification বিজেতাই মানুহকহে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে–ভাব সম্প্ৰসাৰণ

বিজেতাই মানুহকহে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে–ভাব সম্প্ৰসাৰণ

বিজেতাই মানুহকহে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে ---ভাব সম্প্ৰসাৰণ

0
বিজেতাই মানুহকহে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে–ভাব সম্প্ৰসাৰণ
বিজেতাই মানুহকহে পৰাস্ত কৰে

বিজেতাই মানুহকহে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে

বিজেতাই মানুহকহে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে—ভাব সম্প্ৰসাৰণ

ধন বা বল অৰ্থাৎ শক্তি সামৰ্থৰ দ্বাৰা যে মানুহক পৰাস্ত কৰিব পাৰি, কিন্তু মনক জয় কৰিব নোৱাৰি সেই কথা বুজাবলৈ গৈ  উক্ত কথাফাকি কোৱা হয়। 

ইতিহাসত দেখা যায় যে বহুতো ৰজা মহাৰজাই সিহঁতৰ শক্তি সামৰ্থৰে বহুতো দেশ জয় কৰিছিল। উদাহৰণ স্বৰূেপ আলেকজেণ্ডাৰ, নেপোলিয়ন, চীজাৰ আদি ৰাজনৈতিক নায়কসকলে বহুতো দেশ জয় কৰিছিল। কিন্তু সিহঁতৰ জয় ক্ষণস্থায়ী আছিল। কালৰ গতিত সিহঁতৰ সাম্ৰাজ্য লীন গৈছে। কিন্তু মনৰ দ্বাৰা অৰ্থাৎ জ্ঞান, বুদ্ধি, উদাৰতা, মহত্ব, আত্মত্যাগ আদিৰ দ্বাৰা যি বিজয় সাব্যস্ত হয় সেয়া চিৰস্থায়ী। উদাহৰণ স্বৰূেপ বুদ্ধ, মহম্মদ, চক্ৰেটিছ, কবীৰ,  নানক  আদি ব্যক্তিসকলে সিহঁতৰ জ্ঞান বুদ্ধিৰ দ্বাৰা মানুহৰ মন জয় কৰি অমৰ হৈ আছে। ৰজা মহাৰজাসকলে অস্থায়ীভাৱে মানুহক জয় কৰিছিল,  কিন্তু জ্ঞানী আৰু পণ্ডিতসকলে স্থায়ীভাৱে মানুহৰ মন জয় কৰিছিল। 0 0 0

বিজেতাই মানুহকহে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে —ভাব সম্প্ৰসাৰণ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

 

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here