Home Amplification মদৰ ৰাগি বৰ ভয়ংকৰ, সি তীব্ৰ হলে মানুহে ভাল-বেয়াৰ বিবেচনা পাহৰে...

মদৰ ৰাগি বৰ ভয়ংকৰ, সি তীব্ৰ হলে মানুহে ভাল-বেয়াৰ বিবেচনা পাহৰে — ভাব সম্প্ৰসাৰণ | Madar Ragi Bor Voyangkar

মদৰ ৰাগি বৰ ভয়ংকৰ, সি তীব্ৰ হলে মানুহে ভাল-বেয়াৰ বিবেচনা পাহৰে

0

মদৰ ৰাগি বৰ ভয়ংকৰ, সি তীব্ৰ হলে মানুহে ভাল-বেয়াৰ বিবেচনা পাহৰে- ভাব সম্প্ৰসাৰণ

 

মদৰ ৰাগি বৰ ভয়ংকৰ

মদৰ ৰাগি বৰ ভয়ংকৰ, সি তীব্ৰ হলে মানুহে ভাল-বেয়াৰ বিবেচনা পাহৰে

মদৰ ৰাগি বৰ ভয়ংকৰ, সি তীব্ৰ হলে মানুহে ভাল-বেয়াৰ বিবেচনা পাহৰে — ভাব সম্প্ৰসাৰণ | Madar Ragi Bor Voyangkar

ৰাগিয়াল বস্তুৰ ভিতৰত মদো এবিধ। মদপীয়ে মদৰ ৰাগি দেখুৱাবলৈ ভাল পায়। সেয়ে সি ঘৰৰ পৰা বাহিৰ ওলাই সকলোৰে আগত ঢলং-পলং কৰি ফুৰে। এইদৰে ফুৰাটো তেওঁৰ মনত মহতালি যেন লাগে। ৰাগি লগা ব্যক্তিয়ে নিজৰ আনকি আনৰ গুপ্ত কথাবোৰ ব্যক্ত কৰি ফুৰে আৰু অসময়ত বৰ কথা কৈ বিপদত পৰে।  সি অবাবত খং  আৰু অবাবত ৰং কৰে, অবাবত হাঁহে আৰু অবাবত কান্দে। কিন্তু ৰাগি এৰিলে সকলো পাহৰি যায়। মদৰ নিচাত মদপীয়ে নিজকে মহাৰজা বুলি ভাৱে, পৰিয়ালত কন্দল লগায়, ঘৈণীয়েকৰ লগত কাজিয়া কৰে, ল’ৰা-ছোৱালীৰ লগত বেয়া ব্যৱহাৰ কৰে। অৰ্থাৎ ভাল-বেয়া বিবেচনা শক্তি হেৰুৱাই পেলায়। সেয়ে মদৰ দৰে বেয়া বস্তুক মানুহে এৰাই চলিব লাগে। 0 0 0

মদৰ ৰাগি বৰ ভয়ংকৰ, সি তীব্ৰ হলে মানুহে ভাল-বেয়াৰ বিবেচনা পাহৰে — ভাব সম্প্ৰসাৰণ | 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here