Home Amplification ৰাগি বিষাক্ত বস্তুৰ এটা গুণ মাথোন–ভাব সম্প্ৰসাৰণ | Ragi Bikhakta Bastur Eta...

ৰাগি বিষাক্ত বস্তুৰ এটা গুণ মাথোন–ভাব সম্প্ৰসাৰণ | Ragi Bikhakta Bastur Eta Gun Mathun

ৰাগি বিষাক্ত বস্তুৰ এটা গুণ মাথোন

0

ৰাগি বিষাক্ত বস্তুৰ এটা গুণ মাথোন-ভাব সম্প্ৰসাৰণ

ৰাগি বিষাক্ত বস্তুৰ এটা গুণ

ৰাগি বিষাক্ত বস্তুৰ এটা গুণ মাথোন

ৰাগি বিষাক্ত বস্তুৰ এটা গুণ মাথোন—ভাব সম্প্ৰসাৰণ | Ragi Bikhakta Bastur Eta Gun Mathun

ৰাগিয়াল বস্তুৰ এক গুণ হৈছে ‘ৰাগি’। এই গুণ নঞাৰ্থক অৰ্থতহে ব্যৱহাৰ কৰা হয়।  ‘ৰাগিয়াল বস্তু’ বুলিলে সেইেবাৰ বস্তুক বুজোৱা হয় যিবোৰ বস্তু খালে মানুহৰ নিচা হয় আৰু হিত-অহিত জ্ঞান হ্রাস  পায়। উদাহৰণস্বৰূেপ মদ, ভাং কানি, ফটিকা ইত্যাদি। এই বস্তুবোৰৰ যিকোনো এটা খালে মানুহৰ ৰাগি হয়। প্ৰথমতে মানুহে ইয়াক আনন্দৰ বাবে খাবলৈ আৰম্ভ কৰে যদিও পিছলৈ ই নিচা বা অভ্যাসত পৰিণত হয়। ৰাগিয়াল বস্তু সম্পৰ্কে কিছুমান মানুহে কয় যে ইয়াক সেৱন কৰিলে গাত বল হয়, জীৰ্ণ শক্তি বৃদ্ধি কৰে, টোপনি ভাল হয়, মনৰ উদ্বেগ কমে ইত্যাদি। কিন্তু এইবোৰ গোকাট মিছা যুক্তি। প্ৰকৃততে ৰাগিৰ এই গুণবোৰ পিছলৈ মাৰাত্মক দোষত পৰিণত হয়। বিহৰ পৰা কেতিয়াও অমৃত নোলায়। বিহৰ ফল সদায় মাৰাত্মক। 0 0 0

ৰাগি বিষাক্ত বস্তুৰ এটা গুণ মাথোন — ভাব সম্প্ৰসাৰণ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here