Home Amplification নৰ সেৱাই প্ৰকৃত নাৰায়ণ সেৱা — ভাব সম্প্রসাৰণ

নৰ সেৱাই প্ৰকৃত নাৰায়ণ সেৱা — ভাব সম্প্রসাৰণ

0
নৰ সেৱাই প্ৰকৃত নাৰায়ণ সেৱা — ভাব সম্প্রসাৰণ

নৰ সেৱাই প্ৰকৃত নাৰায়ণ সেৱা–ভাব সম্প্রসাৰণ

নৰ সেৱাই প্ৰকৃত নাৰায়ণ সেৱা

 

নৰ সেৱাই প্ৰকৃত নাৰায়ণ সেৱা

নৰ সেৱাই প্ৰকৃত নাৰায়ণ সেৱা — ভাব সম্প্রসাৰণ

মানৱ সেৱাই যে প্ৰকৃত ধৰ্ম সেয়া উক্ত কথাষাৰৰ দ্বাৰা বুজোৱা হৈছে।

বিশ্বৰ প্ৰায় সকলো ধৰ্মই এক মহান সৃষ্টিকৰ্তাক বিশ্বাস কৰে। সৃষ্টিকৰ্তাক পূজা-অৰ্চনা কৰাটো ধৰ্মৰ এক প্ৰধান অঙ্গ। তেওঁক সন্তুষ্ট কৰাটো আমাৰ এক ধৰ্মীয় কৰ্তব্য। কিন্তু ভগৱানক আমি সচক্ষে দেখা নাপাওঁ। আকৌ হিন্দু ধৰ্মত কোৱা হৈছে যে মানুহৰ অন্তৰত ভগৱান লুকাই থাকে। সেই দিশৰ পৰা আমি মানৱ সেৱাৰ যোগেদি ভগৱানক সেৱা কৰিব পাৰো। ছাত্ৰসকলেও মানৱ সেৱাত আত্ম নিয়োগ কৰাৰ জৰিয়তে ভগৱানক সেৱা কৰিব পাৰে। সিহঁতে এই কাৰ্যৰ বাবে নিজৰ গাওঁখনকে বাচি ল’ব পাৰে। সিহঁতে গাওঁৰ পৰা অজ্ঞানতা দুৰ কৰা, অশিক্ষিতক শিক্ষিত কৰা, কুসংস্কাৰ দূৰ কৰা আদি কাৰ্যত ব্রতী হৈ নাৰায়ণক সেৱা কৰাৰ পথ বাছি ল’ব পাৰে। 0 0 0. নৰ সেৱাই প্ৰকৃত নাৰায়ণ সেৱা

নৰ সেৱাই প্ৰকৃত নাৰায়ণ সেৱা — ভাব সম্প্রসাৰণ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here